• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতক আগতীয়া দীৱালী দেখুৱাবলৈ সাজু মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্প

প্ৰাক্তন এমেৰিকান ৰাষ্ট্ৰপতি বৰাক অ’বামাই ২০০৯ চনত ৱাইট হাউছত দীৱালী উদযাপনৰ পৰম্পৰা আৰম্ভ কৰিছিল।

এন ই নাও নিউজ by এন ই নাও নিউজ
October 22, 2019 4:14 pm
us president trump diwali celebration

২০১৮ চনৰ দিৱালী উদযাপনত ট্ৰাম্প। ছবি সৌজন্য-- টুইটাৰৰ ৰাজহুৱা ছবি।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইউ এছ ৰাষ্ট্ৰপতি ড’নাল্দ ট্ৰাম্প ভাৰতক আগতীয়া দীৱালী দেখুৱাবলৈ সাজু হৈছে।

ভাৰততকৈ তিনিদিন আগতে ২৪ অক্তোবৰত ৰাষ্ট্ৰপতি ট্ৰাম্পে ৱাইট হাউছত উদযাপন কৰিব আগতীয়া দীৱালী।

Apply Now

পোহৰৰ উৎসৱটোৰ বাবে ইতিমধ্যে এমেৰিকান ৰাষ্ট্ৰপতিৰ আৱাস তথা বিভাগীয় কাৰ্য্যালয় ৱাইট হাউছত চলিছে বিশাল আয়োজন।

ৱাইট হাউছত ট্ৰাম্পৰ এয়া হ’ব তৃতীয়টো দীৱালী উদযাপন। ৰাষ্ট্ৰপতিৰূপে ট্ৰাম্পে ২০১৭ চনত প্ৰথমবাৰৰ বাবে দীৱালীৰ আয়োজন কৰিছিল।

প্ৰাক্তন এমেৰিকান ৰাষ্ট্ৰপতি বৰাক অ’বামাই ২০০৯ চনত ৱাইট হাউছত দীৱালী উদযাপনৰ পৰম্পৰা প্ৰথম আৰম্ভ কৰিছিল।

ট্ৰাম্পৰ ’১৭ৰ দীৱালীত তেওঁৰ প্ৰশাসনৰ সহযোগীসকলৰ লগতে এমেৰিকানিৱাসী ভাৰতীয় সমাজৰ বহু লোক উপস্থিত আছিল।

ট্ৰাম্পৰ যোৱা বছৰৰ দীৱালী উদযাপনত এমেৰিকাত তদানীন্তন ভাৰতীয় ৰাষ্ট্ৰদূত নৱজেত সিঙো উপস্থিত আছিল।

খবৰমতে, বহু ভাৰতীয় মূলৰ লোক থকা দেশখনত এইবছৰৰ দীৱালী উদযাপন ইতিমধ্যেই আৰম্ভ হৈ গৈছে।

টেক্সাছৰ গৱৰ্নৰ গ্ৰেগ এবটে ভাৰতীয়মূলৰ লোকৰ সৈতে ইতিমধ্যে দীৱালী উদযাপন কৰিছে।

Members from @BAPS had the opportunity to join @GovAbbott of Texas at the Governor’s Mansion in Austin, Texas, to celebrate Diwali. We appreciate @GovAbbott for taking the time to meet and hear all about BAPS’ activities in the Lone Star State. pic.twitter.com/kK0UYsvjTO

— BAPS Public Affairs (@BAPS_PubAffairs) October 21, 2019

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

October 5, 2026 3:56 pm
জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

October 5, 2026 2:11 pm
‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

October 5, 2026 1:11 pm
উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

October 5, 2026 11:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

October 5, 2026 3:56 pm
জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

October 5, 2026 2:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd