• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

মাকে মোবাইল ফোন কাঢ়ি নিয়াৰ বাবেই আত্মহত্যাৰ পথ বাছি ল’লে এটি ১৩ বছৰীয়া কিশোৰে

NE NOW NEWS মুৰুলী বৰুৱা
নগাঁও , December 1, 2020 6:48 pm

1 min read

মাকে মোবাইল ফোন কাঢ়ি নিয়াৰ বাবেই আত্মহত্যাৰ পথ বাছি ল’লে এটি ১৩ বছৰীয়া কিশোৰে

প্ৰতিনিধিত্বমূলক চিত্ৰ

202
VIEWS
Share on FacebookShare on Twitter

নিজৰ মাকে মোবাইল ফোন কাঢ়ি নিয়াৰ বাবে এগৰাকী কিশোৰে আত্মহত্যাৰ দৰে কঠোৰ পথ বাছি লোৱা ঘটনাই নগাঁও জিলাৰ জুৰীয়াত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

নগাঁও জিলাৰ জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত আধাখুন্দা গাঁৱত সোমবাৰে বিয়লি সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা মতে, ১৩ বছৰীয়া পুত্ৰ হাফিজুল ইছলামে মোবাইলত গেম খেলি থাকোতে মাকে মোবাইল ফোনটো কাঢ়ি নিয়ে। এই কথাত যথেষ্ট ক্ষুভিত হৈ পৰে হাফিজুল ইছলাম।

ঘটনাৰ সবিশেষ অনুসৰি ইছলামে মোবাইলত ফ্ৰি ফাইয়াৰ (free fire) গেম খেলি থকাৰ সময়তে মাকে মোবাইলটো বিচাৰিছিল। কিন্তু মোবাইলটো দিব বিচৰা নাছিল কিশোৰজনে‌।

তৎস্বত্বেও মাকে মোবাইলটো কাঢ়ি লৈ বজাৰলৈ লৈ যোৱাৰ বাবেই আত্মহত্যাৰ পথ বাছি লৈ কৰুণ মৃত্যুক সাৱটি লয় কিশোৰজনে।

যাৰ বাবে পিতৃহীন কিশোৰজনৰ পৰিয়ালটো বৰ্তমান হিয়া ভগা কান্দোনত ভাগি পৰিছে।

ইতিমধ্যে জুৰীয়া আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।‌

মন কৰিবলগীয়া যে, নিজৰ সন্তানক মোবাইল দিয়াৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন নকৰাৰ বাবেই এনেধৰণৰ কৰুণ ঘটনা সংঘটিত হৈছে বুলি সচেতন মহলে মন্তব্য কৰিছে।

Recent News

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd