• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাজিৰঙাত বনৰীয়া ম’হৰ আক্ৰমণত আহত ৬৫ বছৰীয়া মহিলা

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 24, 2024 7:55 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোকাখাতৰ নিকৰিৰ ধনশ্ৰী টেমেৰাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা বনৰীয়া ম‘হৰ আক্ৰমণত গুৰুত্বৰ ভাৱে আহত হৈছে ৬৫ বছৰীয়া এগৰাকী মহিলা।

আহত মহিলা গৰাকীৰ নাম সৰুআইটী মৰাং।

Apply Now

আজি পুৱা প্ৰায় ৬ বজাত পথাৰত ছাগলী এৰাল দিবলৈ যোৱাৰ সময়তে পথাৰৰ মাজত বনৰীয়া ম‘হটোৱে অতৰ্কিতে আক্ৰমণ কৰে মহিলা গৰাকীক।

গাওঁখনৰ কেইজনমান লোকে বনৰীয়া ম‘হটোৰ ভয়ংকৰ আক্ৰমণৰ পৰা কোনোমতে মহিলা গৰাকীক ৰক্ষা কৰে যদিও চকু, মুখ ,আৰু বুকুৰ লগতে পেটত গুৰুত্বৰভাৱে আঘাত পায় মহিলা গৰাকীয়ে।

মহিলাগৰাকীক প্ৰথমে বোকাখাতৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰে চিকিৎসকে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমৰ নিগমৰ জৰিয়তে হৰলুকি ২২ হাজাৰ কোটি টকাৰ ৰাজসাহায্যযুক্ত চাউল; আপৰ চাঞ্চল্যকৰ অভিযোগ

অসমৰ নিগমৰ জৰিয়তে হৰলুকি ২২ হাজাৰ কোটি টকাৰ ৰাজসাহায্যযুক্ত চাউল; আপৰ চাঞ্চল্যকৰ অভিযোগ

August 10, 2026 10:42 am
পৰৱৰ্তী ছবিৰ বিষয়ে আলোচনা কৰিবলৈ মাতি অভিনেত্ৰীক ধৰ্ষণৰ অভিযোগ; গ্ৰেপ্তাৰ প্ৰসিদ্ধ পৰিচালক

পৰৱৰ্তী ছবিৰ বিষয়ে আলোচনা কৰিবলৈ মাতি অভিনেত্ৰীক ধৰ্ষণৰ অভিযোগ; গ্ৰেপ্তাৰ প্ৰসিদ্ধ পৰিচালক

August 10, 2026 9:39 am
CJI সূৰ্য্য কান্তক সমাৱৰ্তনত মুখ্য অতিথি কৰাত আপত্তি; NALSAR কৰ্তৃপক্ষলৈ চিঠি ৪৫০ জনতকৈ অধিক শিক্ষাৰ্থীৰ

CJI সূৰ্য্য কান্তক সমাৱৰ্তনত মুখ্য অতিথি কৰাত আপত্তি; NALSAR কৰ্তৃপক্ষলৈ চিঠি ৪৫০ জনতকৈ অধিক শিক্ষাৰ্থীৰ

August 10, 2026 8:26 am
জনৰোষৰ বলি প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী! বংগৰ হালিচহৰত আক্ৰমণৰ সন্মুখীন তৃণমূল নেত্ৰী

জনৰোষৰ বলি প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী! বংগৰ হালিচহৰত আক্ৰমণৰ সন্মুখীন তৃণমূল নেত্ৰী

August 10, 2026 7:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ নিগমৰ জৰিয়তে হৰলুকি ২২ হাজাৰ কোটি টকাৰ ৰাজসাহায্যযুক্ত চাউল; আপৰ চাঞ্চল্যকৰ অভিযোগ

অসমৰ নিগমৰ জৰিয়তে হৰলুকি ২২ হাজাৰ কোটি টকাৰ ৰাজসাহায্যযুক্ত চাউল; আপৰ চাঞ্চল্যকৰ অভিযোগ

August 10, 2026 10:42 am
পৰৱৰ্তী ছবিৰ বিষয়ে আলোচনা কৰিবলৈ মাতি অভিনেত্ৰীক ধৰ্ষণৰ অভিযোগ; গ্ৰেপ্তাৰ প্ৰসিদ্ধ পৰিচালক

পৰৱৰ্তী ছবিৰ বিষয়ে আলোচনা কৰিবলৈ মাতি অভিনেত্ৰীক ধৰ্ষণৰ অভিযোগ; গ্ৰেপ্তাৰ প্ৰসিদ্ধ পৰিচালক

August 10, 2026 9:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd