DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক’ৰনাক জয় কৰি ঘৰলৈ উভতিল শিৱসাগৰৰ ৯৮ বছৰীয়া আইতা খগেশ্বৰী বৰা

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
September 26, 2020 10:43 am
IMG-20200926-WA0001

কৰ'নাক জয় কৰি ঘৰলৈ ওভতা ৯৮বছৰীয়া খগেশ্বৰী বৰা। ফটো: নৰ্থইষ্ট নাও

324
VIEWS
Share on FacebookShare on Twitter

বিশ্বত ক’ৰনা মহামাৰীৰ আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱাৰ লগতে বাঢ়ি আছে মৃত্যুৰ সংখ্যাও। ইয়াৰ মাজতে আহিছে এটি ভাল খবৰ।

শিৱসাগৰৰ এগৰাকী ৯৮ বছৰীয়া আইতাই ক’ৰনাক জয় কৰি সুস্থ হৈ উভতি আহিছে ঘৰলৈ।

শিৱসাগৰ জিলাৰ বেতবাৰী মৌজাৰ বাকচু কোঁচ গাঁৱৰ ৯৮ বছৰীয়া এইগৰাকী আইতাৰ নাম খগেশ্বৰী বৰা।

শাৰিৰীকভাৱে যথেষ্ঠ অসুস্থ আইতাৰ শৰীৰত যোৱা ১৬ ছেপ্টেম্বৰত পোৱা গৈছিল কোভিড-১৯ পজিটিভ।

আইতাৰ লগতে তেওঁৰ পুত্ৰ,বোৱাৰী আৰু নাতিৰ শৰীৰতও পোৱা গৈছিল কোভিড পজিটিভ।

কিন্তু যোৱা ২০ চেপ্টেম্বৰত তেওঁৰ পুত্ৰৰ শৰীৰত অক্সিজেনৰ পৰিমাণ হ্ৰাস পোৱাত পুত্ৰ-বোৱাৰী আৰু নাতি তিনিওকে প্ৰেৰণ কৰা হয় ডিব্ৰুগড় মেডিকেল কলেজলৈ।

২০ চেপ্টেম্বৰৰ পৰা ২৫ চেপ্টেম্বৰলৈকে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ কোভিড ৱাৰ্ডত অকলে থাকি ক’ৰনাক প্ৰতিহত কৰিবলৈ সক্ষম হয় প্ৰচণ্ড মানসিক শক্তিৰ অধিকাৰী আইতা খগেশ্বৰী বৰা।

২৫ ছেপ্টেম্বৰত আইতাগৰাকীক ঘৰলৈ অনা হয় আৰু কোভিডৰ সকলো নিয়ম-নীতি মানি এতিয়া আইতাই ঘৰতেই দিন কটাব।

শাৰিৰীকভাৱে যথেষ্ঠ অসুস্থ হোৱা সত্ত্বেও ক’ৰনাক জয় কৰি অহা এই গৰাকী আইতাৰ সাহসক সকলোৱে প্ৰশংসা কৰাৰ লগতে আশু আৰোগ্য কামনা কৰিছে বাকচুবাসীয়ে।

Recent News

এআইচিটিই আইডিয়া লেব লাভ কৰা উত্তৰ-পূবৰ প্ৰথমখন প্ৰতিষ্ঠান হ’ল জিআইএমটি-গুৱাহাটী

এআইচিটিই আইডিয়া লেব লাভ কৰা উত্তৰ-পূবৰ প্ৰথমখন প্ৰতিষ্ঠান হ’ল জিআইএমটি-গুৱাহাটী

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd