• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰূপে অপেশ্বৰী গুণে সৰস্বতী, বলিউডত কোন এইগৰাকী মোহময়ী আই পি এছ বিষয়া?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 1, 2023 6:01 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইংৰাজীত ইয়াকেই যেন কোৱা হয় – Beauty with Brain. ভাৰতত আই পি এছ বা আই এ এছ পৰ্যায়ত কৰ্মৰত একাংশ মহিলা বিষয়া আছে যাৰ সৌন্দৰ্য্য, স্মাৰ্টনেছ, গ্লেমাৰে আনকি বলীউডৰ নায়িকাকো প্ৰতিদ্বন্দ্বিতা কৰে। 

Apply Now

আপোনাক আজি এনে এগৰাকী আই পি এছ বিষয়াৰ কথা ক’বলৈ ওলাইছোঁ, যি একাধাৰে সুদক্ষ আৰক্ষী বিষয়া হোৱাৰ লগতে বলিউডতো এগৰাকী সফল অভিনেত্ৰী হিচাপে নিজকে উজ্জ্বলাই তুলিবলৈ সক্ষম হৈছে।

UPSCৰ দৰে কঠিন পৰীক্ষাৰ জৰিয়তে উচ্চ পদবী লাভ কৰা এইগৰাকী বিষয়াই পৰীক্ষাৰ বাবে কোনো কোচিং লোৱা নাছিল। পঢ়াৰ লগতে অভিনয় জগতখনতো কাম কৰি গৈছিল এইগৰাকী বিষয়াই।

ভাৰতৰ অন্যতম ধুনীয়া আই পি এছ বিষয়া ছিমলা প্ৰসাদ তেওঁ নাম।

২০১০ চনৰ UPSC পৰীক্ষাত উত্তীৰ্ণ হৈছিল ছিমলা প্ৰসাদে। ১৯৮০ চনত মধ্য প্ৰদেশৰ ভোপালত জন্মগ্ৰহণ কৰিছিল তেওঁ। ছিমলাই সৰুতে ছেইণ্ট জোচেফছ কো-এড স্কুলত পঢ়িছিল। ইয়াৰ পিছত তেওঁ বি.কম লৈ স্নাতক ডিগ্ৰী লাভ কৰে। সৰুৰে পৰাই তেওঁ উচ্চ শিক্ষাৰ প্ৰতি আগ্ৰহী আছিল। 

স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ ভোপালৰ বৰকতুল্লা বিশ্ববিদ্যালয়ৰ পৰা সমাজবিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। কলেজ শেষ কৰাৰ পিছত মধ্যপ্ৰদেশ লোকসেৱা আয়োগৰ পৰীক্ষাত উৰ্ত্তীণ হয়। চাকৰি পোৱাৰ পিছত তেওঁক ডি এছ পি হিচাপে নিযুক্তি দিয়া হয়। কিন্তু ছিমলা ইয়াতেই থমকি নৰ’ল। তেওঁ চাকৰিৰ মাজতে নিজাববীয়াকৈ পঢ়িবলৈ আৰম্ভ কৰিলে।

কিছু সময়ৰ পাছত তেওঁ UPSC পৰীক্ষাত উৰ্ত্তীণ হ’ল। আৰু নিজকে এগৰাকী আই পি এছ বিষয়া হিচাপে নিয়োজিত কৰিলে।

২০১৭ চনত ‘আলিফ’ আৰু ২০১৯ চনত ‘নক্কাশ’ নামৰ দুখন বলীউড ছবিত অভিনয় কৰিছিল ছিমলাই। আচলতে পঢ়া-শুনাৰ বাহিৰেও তেওঁৰ সৰুৰে পৰা নৃত্য আৰু অভিনয়ৰ প্ৰতি আকৰ্ষণ আছিল। 

এইগৰাকী সুন্দৰী ভাৰতীয় আই পি এছ বিষয়া ছচিয়েল মিডিয়াতো অতি জনপ্ৰিয়। তেওঁৰ চখ নৃত্য আৰু অভিনয়। ইচ্ছা কৰিলে অসাধাৰণ সৌন্দৰ্য্যৰ বলত অভিনয় জগতত প্ৰৱেশ কৰিব পাৰিলেহেঁতেন ছিমলাই। কিন্তু গ্লেমাৰ জগতখন ত্যাগ কৰাৰ পাছত তেওঁ কঠোৰ পঢ়া-শুনা কৰি আই পি এছ অফিচাৰ হৈ পৰিল। 

লগতে পঢ়কঃ বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? চিন্তা নাই, আছে সমাধান

লগতে পঢ়কঃ চাণক্য নীতি অনুসৰি শত্ৰুক উচিত শিক্ষা দিয়াৰ উপায়; বিশ্বাসঘাতকসকলো হৈ পৰিব অস্থিৰ

লগতে পঢ়কঃ কাজিয়াৰ সময়ত “অণ্ডকোষ চেপি ধৰাটো হত্যাৰ প্ৰচেষ্টা নহয়”; অভিযুক্তৰ শাস্তি হ্ৰাস কৰিলে আদালতে

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd