• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গোলাঘাটৰ কায়া ইউনিচেক্স পাৰ্লাৰত ফেচিয়েল কৰিবলৈ গৈ মুখমণ্ডল জ্বলিল এগৰাকী চিকিৎসকৰ

NE NOW NEWS মীনাক্ষী ফুকন
গোলাঘাট , February 13, 2021 5:40 pm

1 min read

IMG-20210213-WA0005(1)
543
VIEWS
Share on FacebookShare on Twitter

গোলাঘাটৰ এখন নামী পাৰ্লাৰত ফেচিয়েল কৰিবলৈ গৈ বিপদত পৰিল এগৰাকী দন্ত চিকিৎসক।

গোলাঘাট চান্দমাৰীৰ দন্ত চিকিৎসক লিজা দেৱীয়ে ভগ্নী বিবাহ অনুষ্ঠানৰ বাবে ফেচিয়েল কৰিবলৈ গৈছিল গোলাঘাটৰ এখন জনপ্ৰিয় তথা বিলাসী পাৰ্লাৰ কায়া ইউনিচেক্সত।

পাৰ্লাৰত ফেচিয়েল কৰি থকা অৱস্থাত সংঘটিত হ’ল এই ভয়ংকৰ ঘটনা। ফেচিয়েল কৰি থকা অৱস্থাত ৱাটাৰ ষ্টিমাৰ উন্নত মানদণ্ডৰ ব্যৱহাৰ নকৰা আৰু কৰ্মচাৰী অমনোযোগিতাৰ ফলত গৰম পানী পৰি লিজা দেৱীৰ মুখমণ্ডলৰ সম্পূৰ্ণৰূপে পুৰি যায়।

ভগ্নী বিবাহৰ পূৰ্বে পাৰ্লাৰত এনে কাৰ্য সংঘটিত হোৱাত এতিয়া  সমস্যাত পৰিছে  লিজা দেৱীৰ লগতে পৰিয়ালটো।

ডিব্ৰুগড়ত চিকিৎসা কৰি ডাঃ লিজা দেৱী কিছু সুস্থ হৈছে যদিও ৬ মাহৰ বাবে ঘৰতে থকাৰ পৰামৰ্শ দিছে চিকিৎসকে।

ডাঃ লিজা দেৱী গোলাঘাট চাৰিঙ্গিয়া চৰকাৰী চিকিৎসালয় চিকিৎসক আৰু তেওঁৰ নিজা এখন ক্লিনিকো আছে। য’ত এতিয়া  কৰ্ম সম্পাদন কৰাত যথেষ্ট অসুবিধাত পৰিছে চিকৎসকগৰাকী।

ইফালে কিছু ঘৰুৱা অসুবিধাৰ বাবে আদালতৰ মজিয়ালৈও যাবলৈ অপাৰগ হৈছে চিকিৎসকগৰাকী। তথাপি ঘটনা সন্দৰ্ভত  চিকিৎসকগৰাকীয়ে সাংবাদিকৰ আগত মুখ খুলিছে যাতে পাৰ্লাৰসমূহত ভৱিষ্যতলৈ অনভিজ্ঞ কৰ্মচাৰী লোৱাটো বন্ধ কৰে।

Recent News

IMG-20210228-WA0001(1)

জাহাজৰ প্ৰতীক চিহ্নৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব অসম জাতীয় পৰিষদে

IMG_20210227_200752

নগাঁও জিলাৰ ৭টা বিধান সভা সমষ্টিত ১৯০০টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰে কৰিব ভোটদান

bomb-750x375

মুকেশ আম্বানীৰ ঘৰৰ সন্মুখত বিস্ফোৰক ভৰ্তি বাহন ৰখাৰ দায়িত্ব স্বীকাৰ কৰিলে জইছ-উল-হিন্দে

a cov123

ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কোভিড ভেকচিনৰ দাম কিমান হ’ব? নিৰ্দ্ধাৰণ কৰি দিলে কেন্দ্ৰই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd