• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চুবুৰীয়া ৰাজ্যৰ প্ৰতিযোগীৰ অংশগ্ৰহণেৰে দুধনৈত আকৰ্ষণীয় প্ৰতিযোগিতা; প্ৰথম পুৰস্কাৰ ৫ লাখ টকা

নীলমনি শর্মা, কৃষ্ণাই by নীলমনি শর্মা, কৃষ্ণাই
September 11, 2022 12:32 pm
ফটো: নৰ্থইষ্ট নাও।

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোৱালপাৰা জিলাৰ দুধনৈত অনুষ্ঠিত হৈছে এখন বিশেষ আকৰ্ষণীয় প্ৰতিযোগিতা ৷ য’ত পুৰস্কাৰো হৈছে অতি আকৰ্ষণীয় ৷ লাখ লাখ টকাৰ পুৰস্কাৰৰ বাবে দেশৰ কেইবাখনো ৰাজ্যৰ পৰা ঢপলিয়াই আহিছে প্ৰতিযোগী সকল ৷

প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে অসমৰ কেইবাখনো জিলাৰ লগতে পশ্চিমবংগ, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মেঘালয় আদি চুবুৰীয়া ৰাজ্যৰ প্ৰতিযোগীসকলেও ৷ পিছে কি এই বিশেষ আকৰ্ষণীয় প্ৰতিযোগিতা?

লগতে পঢ়ক: ইডিৰ তালাচী: প্ৰায় ১৫ ঘণ্টাৰ মাৰাথন অভিযানত আমিৰ খানৰ ঘৰৰ পৰা উদ্ধাৰ ১৮ কোটি টকা

Apply Now

এয়া আচলতে কোনো বিশেষ খেলৰ প্ৰতিযোগিতা নহয় ৷ এয়া হৈছে বৃহৎ “বৰশীবোৱা” প্ৰতিযোগিতা ৷ গোৱালপাৰা জিলাৰ দুধনৈৰ চটো’মাটিয়াৰ হেৰম্ব ৰাভা নামৰ উদ্যোগী কৃষক গৰাকীৰ ছটাকৈ বিশাল পুখুৰীত আয়োজন কৰা হৈছে আকৰ্ষণীয় “বৰশীবোৱা” প্ৰতিযোগিতা ৷

“বৰশীবাই” সৰ্বোচ্চ মাছ উঠাব পৰা মাছমৰীয়াই লাভ কৰিব পাঁচ লাখ টকাৰ প্ৰথম পুৰস্কাৰ ৷ লগতে আছে নিচুকনি বঁটা সহ মুঠ সাতত্ৰিশ টাকৈ পুৰস্কাৰ ৷

উত্তৰ-পূৱৰ কেইবাখনো ৰাজ্যৰ লগতে পশ্চিমবংগৰ মাছমৰীয়াসকলে বৃহৎ নেটৱৰ্ক গঢ়ি অংশগ্ৰহণ কৰিছে প্ৰতিযোগিতাখনত ৷ প্ৰায় দুই সহস্ৰাধিক মাছমৰীয়াই অংশগ্ৰহণ কৰে এই প্ৰতিযোগিতাত ৷

লগতে পঢ়ক: কেৱল বিৰোধীয়েই কিয়, বিজেপি নেতাৰ ওপৰতো ইডিয়ে অভিযান চলোৱা উচিত: মেঘালয়ৰ ৰাজ্যপাল

উদ্যোগী কৃষক হেৰম্ব ৰাভাই ৰয় যে তেওঁ পুখুৰীত উৎপাদিত মাছ বিক্ৰী কৰাত সমস্যাৰ সন্মুখীন হৈছিল ৷ কাৰণ পশ্চিমবংগৰ আমদানিকৃত মাছে অসমৰ লগতে গোৱালপাৰাৰ বজাৰ দখল কৰাৰ ফলত প্ৰকৃত মূল্যৰ বিনিময়ত মাছ বিক্ৰী কৰিব পৰা নাছিল ৷ সেয়ে মাছমৰীয়াসকলৰ সৈতে যোগাযোগ হোৱাত “বৰশীবোৱা” প্ৰতিযোগিতাৰ আয়োজন কৰা বুলি জানিব দিয়ে ৷

ইপিনে, মাছমৰীয়াসকলে “বৰশীবাই” পোৱা প্ৰতি কিলোগ্ৰাম মাছৰ মূল্য ৩৫০ টকাকৈ দি যাব মৎস্যপালকক ৷ এনে প্ৰতিযোগিতাই গ্ৰাম্য পৰ্যটনৰ দিশটো আগুৱাই যোৱাত অৰিহণা যোগাব বুলি সকলো আশাবাদী ৷

বিশাল আয়োজনৰে অনুষ্ঠিত কৰা মেলা সদৃশ প্ৰতিযোগিতাত কেইবাটাও মহিলা আত্মসহায়ক গোটে বিভিন্ন খাদ্য-সামগ্ৰী বিক্ৰী কৰিও ভাল উপাৰ্জন কৰে ৷ 

লগতে পঢ়ক: তিক্ততা অতীত! ৰাণীৰ মৃত্যুৰ পিছত একেলগে ডায়েনাৰ দুই পুত্ৰ হেৰী-উইলিয়াম

আনহাতে, এনে প্ৰতিযোগিতাই বিভিন্ন ৰাজ্যৰ ভিন্ন ভাষা-ভাষী লোকৰ মাজত সমন্বয়ৰ সৃষ্টি কৰিছে বুলি উল্লেখ কৰিছে উপস্থিত বিভিন্নজনে ৷ এক কথাত ভিন্ন ভাষা-ভাষী লোকৰ মিলন ভূমিত পৰিণত হৈছে দুধনৈৰ চটো’মাটিয়া গাঁও ৷

নীলমনি শর্মা, কৃষ্ণাই

নীলমনি শর্মা, কৃষ্ণাই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ন্যায়াধিকৰণৰ নিৰ্বাচন-সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত সিদ্ধান্ত

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ন্যায়াধিকৰণৰ নিৰ্বাচন-সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত সিদ্ধান্ত

September 27, 2026 12:06 pm
গুৱাহাটী স্বেচ্ছাসেৱক বৈঠকৰ পূৰ্বে কেন্দ্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকাসহ কেইবাজনো চিজেপি কৰ্মীক আটক অসম আৰক্ষীৰ

গুৱাহাটী স্বেচ্ছাসেৱক বৈঠকৰ পূৰ্বে কেন্দ্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকাসহ কেইবাজনো চিজেপি কৰ্মীক আটক অসম আৰক্ষীৰ

September 27, 2026 11:44 am
ঘূৰ্ণীবতাহ অৰ্ণবৰ তাণ্ডৱ! ক্ষতিগ্ৰস্ত ১৪ খন ৰাজ্য, উত্তৰ প্ৰদেশত ১৩জনৰ মৃত্যু; শস্যৰ বিপুল ক্ষতি

ঘূৰ্ণীবতাহ অৰ্ণবৰ তাণ্ডৱ! ক্ষতিগ্ৰস্ত ১৪ খন ৰাজ্য, উত্তৰ প্ৰদেশত ১৩জনৰ মৃত্যু; শস্যৰ বিপুল ক্ষতি

September 27, 2026 10:20 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 27, 2026 9:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ন্যায়াধিকৰণৰ নিৰ্বাচন-সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত সিদ্ধান্ত

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ন্যায়াধিকৰণৰ নিৰ্বাচন-সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত সিদ্ধান্ত

September 27, 2026 12:06 pm
গুৱাহাটী স্বেচ্ছাসেৱক বৈঠকৰ পূৰ্বে কেন্দ্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকাসহ কেইবাজনো চিজেপি কৰ্মীক আটক অসম আৰক্ষীৰ

গুৱাহাটী স্বেচ্ছাসেৱক বৈঠকৰ পূৰ্বে কেন্দ্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকাসহ কেইবাজনো চিজেপি কৰ্মীক আটক অসম আৰক্ষীৰ

September 27, 2026 11:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd