• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুংকাম বস্তিত যুৱ লেখক, সাংবাদিক অখিল চন্দ্ৰ বৰুৱাৰ নৱতম গ্ৰন্থ “স্বপ্ন ভঙ্গৰ উচুপনি” উন্মোচন

মৰাণ তথা টাংচাং জনগোষ্ঠীৰ বহু সত্য জীৱন গাথাই সজাই তুলিছে "স্বপ্ন ভঙ্গৰ উচুপনি'ক

মানস প্রতীম গগৈ by মানস প্রতীম গগৈ
January 31, 2021 7:02 am
IMG-20210130-WA0063

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যুৱ লেখক, সাংবাদিক অখিল চন্দ্ৰ বৰুৱাৰ নৱতম গ্ৰন্থ “স্বপ্ন ভঙ্গৰ উচুপনি” উপন্যাসখনি শনিবাৰে অসম অৰুণাচল সীমামূৰীয়া মাৰ্ঘেৰিটা মহকুমাৰ মুংকাম বস্তী ৱাৰা গাঁৱত লিমকাম য়ংকুকৰ বাসগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত  উন্মোচন কৰা হয়।

ঘনকান্ত গগৈয়ে পৌৰোহিত্য কৰা গ্ৰন্থ উন্মোচনী সভাত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ এটি গীতিৰে মুকলি সভাৰ শুভাৰম্ভ কৰে মানসী বৰুৱাই।

Apply Now

চিংফৌ ৰজা ৰাজকুমাৰ বিচা নং চিংফৌৱে উন্মোচন কৰে “স্বপ্ন ভঙ্গৰ উচুপনি।”

উন্মোচনী সভাত অতিথি হিচাপে উপস্থিত থাকে তিনিচুকীয়া জিলাৰ শিক্ষা বিষয়া ত্ৰিদীপ শৰ্মা তামুলী, টাংচা জনগোষ্ঠীৰ সাংস্কৃতিক কৰ্মী য়ানিম মচাং, টাংচা জনগোষ্ঠীৰ যুৱ নেতা দিনৌং ইয়ংকুক, তিনিচুকীয়াৰ জ্যেষ্ঠ সাংবাদিক ৰণজিৎ দত্ত, সাংবাদিক মানস প্ৰতিম গগৈ, সঞ্জীৱ দেউৰী, আইচেং লাংচং, ৰীতা শৰ্মা বৰুৱাকে ধৰি বহুকেইগৰাকী অঞ্চলটোৰ গণ্যমান্য ব্যক্তিৰ উপৰিও টাংচাং জনগোষ্ঠীয় স্থানীয় ৰাইজ।

অনুষ্ঠানটিৰ আঁ‌ত ধৰে ননী গোপাল দত্তই। উল্লেখ যে উপন্যাসখনিৰ জৰিয়তে ১৯৫০ চনৰ বৰ ভূইকঁপে তচনচ কৰা তেতিয়াৰ মৰাণ গাঁওসমূহৰ লগতে চৈখোৱাৰ ভয়াবহ পৰিস্থিতিৰ পৰা আৰম্ভ কৰি ফুলশয্যাৰ নিশাই বন্দুকৰ গুলীত স্বামীক হেৰুৱাই আৰ্তনাদ কৰা নাৰীৰ কৰুণ জীৱন গাথাই স্বপ্ন ভঙ্গৰ উচুপনিক সজাই তুলিছে।

অসমীয়া জাতিক কানিৰ খোলাত বহুৱাই বৃটিছে পংগু কৰিছিল। এই বৰবিহ কানিৰ ভয়াবহতাৰ প্ৰভাৱ মৰাণ জনগোষ্ঠীৰ ওপৰতো যে বাৰুকৈয়ে পৰিছিল তাক পীতাম্বৰ, জয়বৰহঁতৰ কানিৰ খোলা কেইখনেই প্ৰমাণ দাঙি ধৰিছে।

কিন্তু কানি আৰু কানিয়াৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদৰ প্ৰাচীৰ গঢ়ি মৰাণ জনগোষ্ঠীৰ একাংশ সমাজ সংগঠকে লোৱা ভূমিকাই স্বপ্ন ভঙ্গৰ উচুপনিত আশাৰ বতৰাও কঢ়িয়াই আনিছে।

মৰাণ জনগোষ্ঠীৰ লগতে টাংচা আৰু মিছিং জনগোষ্ঠীৰ কিছু কথাই উপন্যাস খনিৰ অন্যতম সমল হৈ পৰিছে। কিছু চৰকাৰী বিষয়াৰ কৰ্ম ব্যস্ততাৰ মাজতে সমাজৰ প্ৰতি থকা দায়বদ্ধতাই মানৱতাক যে চুই গৈছে উপন্যাসখনত যুৱ লেখক, সাংবাদিক অখিল চন্দ্ৰ বৰুৱাই সুন্দৰকৈ প্ৰকাশ কৰিছে।

জনগোষ্ঠীয় সমাজ ব্যৱস্থাৰ এখন নিভাঁজ ছবি লেখকে জীৱনৰ অভিজ্ঞতাৰ পৰা উপন্যাসৰ ৰূপ দিবলৈ সক্ষম হৈছে। গুৱাহাটীৰ প্ৰজ্ঞা মিডিয়াহাইপ পাব্লিকেশ্যনে আৰু মুদ্ৰিত হৈছে তিনিচুকীয়াৰ দি অসম কম্পিউটাৰ্চত।

উপন্যাসখনৰ আগলি পাতত বুৰঞ্জীবিদ শ্ৰীকুমাৰ দহোতীয়াই স্বপ্ন ভঙ্গৰ উচুপনিয়ে এক ঐতিহাসিক উপন্যাসৰূপে পৰিগণিত হব বুলি আশা প্ৰকাশ কৰিছে।

মানস প্রতীম গগৈ

মানস প্রতীম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

June 8, 2026 12:46 pm
ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

June 8, 2026 12:07 pm
৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

June 8, 2026 11:08 am
নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

June 8, 2026 10:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

June 8, 2026 12:46 pm
ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

June 8, 2026 12:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd