DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাৰায়ণা হেলথৰ উদ্যোগত গুৱাহাটীত আজি যকৃৎ সংৰোপন শিবিৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 27, 2019 7:06 am
Banner_NH_Mobile_Guwahti

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

654
VIEWS
Share on FacebookShare on Twitter

নাৰায়ণা ছুপাৰস্পেচিয়েলিটি হস্পাতালৰ মহানগৰ ক্লিনিকৰ উদ্যোগত আজি গুৱাহাটীৰ উলুবাৰীত অনুষ্ঠিত কৰা হ’ব এটা যকৃত সংৰোপন শিবিৰৰ।

এই শিবিৰত উপস্থিত থাকিব কলকাতাৰ বৰীন্দ্ৰ নাথ ঠাকুৰ ইণ্টাৰনেশ্যনেল ইনষ্টিটিউট অৱ কাৰ্ডিয়ক ছায়েন্সৰ লিভাৰ ট্ৰান্সপ্লাণ্ট আৰু ছাৰ্জিকেল গেষ্ট্ৰ’এণ্টাৰ’লজী বিভাগৰ বিশেষজ্ঞ চিকিৎসক ডাঃ ৰাহুল ৰয়।

উল্লেখযোগ্য যে, নাৰায়ণা হেলথৰ উদ্যোগত অসম তথা উত্তৰ পূবত প্ৰথমবাৰৰ বাবে এনেধৰণৰ অতি জটিল অস্ত্ৰোপচাৰ সংক্ৰান্তীয় শিবিৰৰ আয়োজন কৰা হৈছে।

কালি এই শিবিৰ অনুষ্ঠিত হ’ব উলুবাৰীৰ কাছাৰীবস্তিস্থিত নাৰায়ণা ছুপাৰস্পেচিয়েলিটি হস্পাতালৰ ক্লিনিকত।

দিনৰ ১২ বজাৰ পৰা বিয়লি ৩ বজালৈ চলিব এই ক্লিনিক। ৰাজ্যত ক্ৰমবৰ্ধমান যকৃৎ ৰোগীৰ পৰিসংখ্যাৰ দিশলৈ লক্ষ্য কৰিলে বৰ্তমান সময়ছোৱাত এনেধৰণৰ শিবিৰে সজাগতা সৃষ্টিৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।

Recent News

bride refuses to marry 'bald' groom

বিবাহথলীত অঘটন! খুলি পৰিল দৰাৰ উইগ: মিথ্যাচাৰিতাৰ দোহাই দি বিবাহত অমান্তি কইনাৰ

কৰ্ম সংস্থাপনৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নিবলৈ ওলোৱা পাঁচ কিশোৰীক উদ্ধাৰ

কৰ্ম সংস্থাপনৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নিবলৈ ওলোৱা পাঁচ কিশোৰীক উদ্ধাৰ

Lizard in cold drink in McDonald’s outlet

শীতল পানীয়ৰ গিলাচত ওলাল জেঠী: পৌৰ নিগমে ছীল কৰিলে বিলাসী মেকড’নাল্ডছৰ বিপনী

ডিমা হাচাওৰ জলপ্ৰলয় মানৱ সৃষ্ট: মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিলে প্ৰাক্তন বিধায়কে

ডিমা হাচাওৰ জলপ্ৰলয় মানৱ সৃষ্ট: মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিলে প্ৰাক্তন বিধায়কে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd