DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, October 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ধৰ্মতকৈ উৰ্দ্ধত প্ৰেম, ইছলাম ত্যাগ কৰি হিন্দু যুৱকেৰে বিবাহ প্ৰেমিক যুৱতীৰ 

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 3, 2023 7:20 pm
10.3k
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ দেশতে এতিয়া ধৰ্মান্তৰকৰণৰ প্ৰাদুৰ্ভাৱ ঘটিছে। ইয়াৰ লগতে ধৰ্মক লৈ চলিছে ৰাজনীতি। ধৰ্মক লৈ হৈছে হৈ হাল্লা।  কেতিয়াবা কোনোবাই লোভ বা ভয় দেখুৱাই ধৰ্মান্তৰিত হ’বলৈ বাধ্য কৰোৱাইছে। আন কোনোবাই কাৰোবাক ‘জয় শ্ৰীৰাম’ ধ্বনি দিবলৈ বাধ্য কৰাইছে।

ইয়াৰ মাজতেই দেশত সংঘটিত হৈছে ধৰ্মান্তকৰণৰ আন এক ঘটনা।  উত্তৰ প্ৰদেশৰ কৌশাম্বিত সংঘটিত হৈছে এই ঘটনা। প্ৰেমৰ বাবেই নিজৰ ধৰ্ম ত্যাগ কৰি প্ৰেমিকৰ ধৰ্ম গ্ৰহণ কৰি বিবাহপাশত আৱদ্ধ হৈছে এগৰাকী মুছলমান যুৱতী।

হিন্দু ধৰ্ম গ্ৰহণ কৰি যুৱতীগৰাকীয়ে তেওঁৰ পূৰ্বৰ নাম সলনি কৰি নতুন নাম গ্ৰহণ কৰিছে। এতিয়াৰ পৰা ছাবানা নামৰ যুৱতীগৰাকীৰ নতুন নাম হ’ব – ৰজনী।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি উত্তৰ প্ৰদেশৰ কৌশম্বি জিলাৰ কাৰৱানী থানাৰ আলওপুৰ গাঁৱত সংঘটিত হৈছে এই ঘটনা। ছাবানা নামৰ উক্ত মুছলমান যুৱতীগৰাকীৰে প্ৰেমৰ সম্পৰ্ক আছিল বাবলু নামৰ এগৰাকী হিন্দু যুৱকৰ।

এটা ইটাৰ ভাটাত কাম কৰিছিল বাবলু আৰু ছাবানাই। তাতেই চাৰি বছৰৰ পূৰ্বে দেখা-দেখি হৈছিল দুয়োৰে। প্ৰথমে বন্ধুত্ব আৰু তাৰপিছত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল দুয়োৰে মাজত। 

প্ৰায় ছমাহ পূৰ্বে দুয়োৰে পৰিয়ালৰ লোকে গম পাইছিল তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কৰ কথা। কথাটো জানিব পাৰিয়েই দুয়োটা পৰিয়ালে এই প্ৰেমৰ সম্পৰ্কক লৈ কৰে তীব্ৰ আপত্তি। 

কিন্তু পৰিয়ালৰ বাধাই স্তব্দ কৰিব নোৱাৰিলে এইহাল প্ৰেমিকৰ প্ৰেমৰ সম্পৰ্ক। বাবলুৰ লগত বিয়া হমেই বুলি প্ৰতিজ্ঞা কৰিলে ছাবানাই। আনহাতে, প্ৰেমিক বাবলুৱেও সমাজ আৰু পৰিয়ালৰ বাধাৰ প্ৰাচীৰ ভাঙি ছাবানাক জীৱনসংগী হিচাপে গ্ৰহণ কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ হয়।

ইয়াৰ পিছতেই সমাজৰ নিয়মৰ শিকলি ভাঙি ছাবানাই প্ৰেমিক বাবলুৰ ধৰ্ম হিন্দু ধৰ্ম গ্ৰহণ কৰে আৰু দুয়ো বিবাহপাশত আৱদ্ধ হয়।

এতিয়া এই ঘটনাই একাংশ হিন্দু আৰু মুছলমান লোকক অস্বস্তিত পেলালেও প্ৰেমৰ স্তাৱকসকলে প্ৰশংসা কৰিছে এই দুই প্ৰেমাস্পদক। একাংশই কৈছে – প্ৰেমতকৈ ধৰ্ম উৰ্দ্ধত নহয়। প্ৰেমত ধৰ্ম কেতিয়াও বাধা হ’ব নোৱাৰে।

লগতে পঢ়কঃ আহি আছে OMG 2 : শিৱৰ ভাও দিব অক্ষয় কুমাৰে

লগতে পঢ়কঃ বোকাখাতৰ ৰঙাগড়া চাহ বাগিচাত অঘটন! পুখুৰীত গা ধুবলৈ গৈ প্ৰাণ গ’ল ২২ বছৰীয়া যুৱকৰ।

লগতে পঢ়কঃ যুদ্ধৰ বিভীষিকা! ৰাছিয়াৰ ক্ষেপণাস্ত্ৰৰ আঘাতত মৃত্যু ইউক্ৰেইনৰ জনপ্ৰিয় যুৱ লেখিকাৰ

Recent News

Rhino carcass found in Kaziranga

কাজিৰঙাত উদ্ধাৰ গঁড়ৰ মৃতদেহ: চোৰাং চিকাৰৰ সম্ভাৱনা অস্বীকাৰ বন বিভাগৰ

protest against NPS

মানি লোৱা নহ’ব নতুন পেঞ্চন নীতি! হাজাৰ হাজাৰ চৰকাৰী কৰ্মচাৰীয়ে কঁপালে দিল্লী

Bangladeshi woman visits UP to meet boyfriend

ভাৰতীয় প্ৰেমিক ওলাল বিবাহিত! ভঙা হৃদয়েৰে স্বদেশলৈ উভতিল বাংলাদেশী মহিলা

Asian Games 2023

এছিয়ান গেমছ: ইতিহাস ৰচি স্বৰ্ণ জিনিলে অবিনাশে, শ্বটপুটত তাজিন্দৰপাল সিঙৰ স্বৰ্ণ জয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd