• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আতচবাজী অবিহনে দীপাৱলী উদযাপনৰ আহ্বান আম আদমি পাৰ্টীৰ

মাটিৰ চাকি ব্যৱহাৰ কৰি কুমাৰ শিল্পীক উৎসাহিত কৰাৰ আহ্বান আপৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 8, 2020 12:51 pm
IMG20181106153447-750x375

প্ৰতিনিধিত্বমূলক ফটো।

2.3k
VIEWS
Share on FacebookShare on Twitter

আম আদমি পাৰ্টী (আপ), অসমে দীপাৱলীৰ বাবে সমূহ অসমবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি আম আদমি পাৰ্টীয়ে পোহৰৰ উৎসৱত আতচবাজী ব্যৱহাৰ নকলিবলৈ আহ্বান জনায়।

উল্লেখ্য যে, বায়ু প্ৰদূষণ আৰু কৰ’না ৰোগৰ প্ৰাদুৰ্ভাৱৰ বাবে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে আগন্তুক দীপাৱলীত আতচবাজী ব্যৱহাৰ নকৰিবলৈ বায়ু প্ৰদূষিত ৰাজ্যসমূহক আহ্বান জনাই মুখ্যসচিবলৈ পত্ৰ প্ৰেৰণ কৰিছে।

উক্ত ৰাজ্যসমূহৰ মাজত অসমো আছে। ন্যায়াধীকৰণৰ প্ৰতি সঁহাৰি জনাই ৰাজস্থান, দিল্লী, কৰ্ণাটক, চিক্কিম, হাৰিয়ানাকে ধৰি কেবাখনো ৰাজ্যই দীপাৱলীত আতচবাজীৰ ব্যৱহাৰ নিষিদ্ধ কৰিছে।

আম আদমি পাৰ্টীয়ে অসমতো আতচবাজীৰ ব্যৱহাৰ নিষিদ্ধ কৰিবলৈ চৰকাৰক দাবী জনোৱাৰ লগতে সমূহ জনসাধাৰণক বায়ু প্ৰদূষণ কৰা আতচবাজী ব্যৱহাৰ নকৰিবলৈ আহ্বান জনায়।

ইয়াৰ লগতে স্থানীয় কুমাৰ শিল্পীসকলে তৈয়াৰ কৰা মাটিৰ চাকি পৰাপক্ষত ব্যৱহাৰ কৰিবলৈও দলটোৱে সকলোকে আহ্বান জনায়।

সময়ৰ পৰিৱৰ্তনৰ লগে লগে পোহৰৰ উৎসৱ উদযাপনৰ পদ্ধতিও সলনি কৰিব লাগিব বুলি বিশ্বাস কৰা আপে এই ছেগতে সমূহ অসমবাসীক পুনৰ দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিছে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd