• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰাক্তন আছু নেতা মুনীন্দ্ৰ কুমাৰ ডেকাক ৰাজহুৱা আদ্যশ্ৰাদ্ধৰে শ্ৰদ্ধাঞ্জলি

NE NOW NEWS এন ই নাও নিউজ
নলবাৰী , February 9, 2021 8:08 pm

2 min read

প্ৰাক্তন আছু নেতা মুনীন্দ্ৰ কুমাৰ ডেকাক ৰাজহুৱা আদ্যশ্ৰাদ্ধৰে শ্ৰদ্ধাঞ্জলি

মুনীন্দ্ৰজ্যোতি উন্মোচনৰ সময়ত

238
VIEWS
Share on FacebookShare on Twitter

নলবাৰী জিলা উন্নতি সভাৰ উপ-সভাপতি, বৰবৰী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা নলবাৰী জিলাৰ বিভিন্ন অনুষ্ঠানৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত মুনীন্দ্ৰ কুমাৰ ডেকাৰ আদ্যশ্ৰাদ্ধ আজি দিনজোৰা কাৰ্যসূচীৰে বৰবৰীৰ খাটা-ধমধমা গাঁৱত অনুষ্ঠিত হৈ যায়।

বৰবৰী থান উন্নয়ন সমিতি আৰু বৰবৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তথা বৃহত্তৰ বৰবৰী অঞ্চলৰ বিভিন্ন অনুষ্ঠানৰ সহযোগত অনুষ্ঠিত হোৱা আদ্যশ্ৰাদ্ধৰ স্মৃতিচাৰণ সভাত উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডঃ কন্দৰ্প কুমাৰ ডেকা, বিশিষ্ট সাহিত্যিক ডঃ কৰৱী ডেকা হাজৰিকা, নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠকৰ লগতে সাধাৰণ সম্পাদক অক্ষয় ডেকা আৰু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ৰিয়াজুদ্দিন আহমেদ আৰু ভালে সংখ্যক ছাত্ৰ-কৰ্মী আৰু গুণমুগ্ধ।
প্ৰাক্তন ছাত্ৰনেতা চন্দন চক্ৰৱৰ্তীয়ে সঞ্চালনা কৰা অনুষ্ঠানটিত উপস্থিত থাকি জিলা উন্নতি সভাৰ সাধাৰণ সম্পাদক ৰাতুল ডেকা, প্ৰাক্তন ছাত্ৰনেতা ভূপেন বৰুৱা, বৰবৰী হাইস্কুলৰ প্ৰধান শিক্ষক মনোৰঞ্জন শৰ্মাই প্ৰয়াত মুনীন্দ্ৰ কুমাৰ ডেকাৰ লগত কটোৱা পুৰণি স্মৃতি ৰোমন্থন কৰি তেখেতৰ কৰ্মৰাজিক কিদৰে আদৰ্শ হিচাপে লৈ আজিৰ প্ৰজন্মক আগবঢ়াই লৈ যাব পাৰি সেইসন্দৰ্ভত বিশদ বিশ্লেষণ আগবঢ়ায় ।

অনুষ্ঠানত ‘মুনীন্দ্ৰজ্যোতি’ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন কৰি বিশিষ্ট সমাজসেৱক গণেশ তামুলীয়ে তেখেতৰ স্মৃতিযুগমীয়া কৰাৰ বাবে অনুষ্ঠান এটি আৰম্ভ কৰিব বুলি মত প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, বিগত ২৮ জানুৱাৰিত প্ৰাক্তন আছু কৰ্মী গৰাকীয়ে ইহ সংসাৰৰ পৰা বিদায় মাগিছিল।

মৃত্যুৰ সময়ত মুনীন্দ্ৰ কুমাৰ ডেকাই মাতৃ, পত্নীৰ লগতে দুগৰাকী কন্যাক ইহ সংসাৰত এৰি থৈ যায়।

Recent News

index.jpgb

বোকাখাত মহকুমাত নির্বাচনী আচৰণ বিধি সম্পর্কত বিভিন্ন ৰাজনৈতিক দলৰ প্রতিনিধিৰে মহকুমাধিপতিৰ বৈঠক

Hagrama-Mohilary-1

বিজেপি সংগ ত্যাগ বিপিএফৰ : কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটত যোগ দিব হাগ্ৰামাৰ বিপিএফ-এ

index.jpgbbb

মন্ত্ৰী অতুল বৰাক প্ৰত্যাহ্বান জনাব প্ৰণৱ দলেই! : ব্যতিক্ৰমী প্ৰচাৰেৰে চৰ্চা লাভ নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ

index.jpgaa

শিৱসাগৰত দিনজোৰা কাৰ্যসূচীৰে বীৰ চিলাৰায়ৰ ৫১১ সংখ্যক জন্ম জয়ন্তী পালন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd