• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব বিধেয়ক বিৰোধিতাৰ বাবেই মোদীৰ নতুন চৰকাৰত স্থান নাপালে আগাথাই?

অনিৰ্বাণ ৰয় by অনিৰ্বাণ ৰয়
May 30, 2019 3:59 pm
Agatha not to get ministerial berth in Modi 2.0 government Is it because NPP was opposed to the Citizenship (Amendment) Bill 2016?

আগাথা চাংমা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেঘালয়ৰ প্ৰাক্তন মুখ্য মন্ত্ৰী মুকুল চাংমাক তুৰা সমষ্টিত পৰাজিত কৰা উত্তৰ-পূবৰ আটাইতকৈ কনিষ্ঠতম সাংসদ আগাথা কে চাংমাই মোদীৰ নতুন চৰকাৰত স্থান নাপায়।

লোকসভাৰ প্ৰাক্তন অধ্যক্ষ পূৰ্ণ আগিত’ক চাংমাৰ কনিষ্ঠা কন্যা আগাথাই মোদীৰ চৰকাৰত স্থান পাব বুলি উত্তৰ-পূবৰ সকলোৱে আশা কৰি আছিল, কাৰণ তেওঁ খুব সক্ৰিয় আৰু স্পষ্টবাদী।

Apply Now

তাৰোপৰি ইউ পি এ’-২ চৰকাৰত গ্ৰামোন্নয়ন বিভাগৰ ৰাজ্যিক মন্ত্ৰী হিচাপে অভিজ্ঞতাও আছিল এন পি পিৰ তুৰা সমষ্টিৰ সাংসদগৰাকীৰ।

এন পি পিৰ ঘনিষ্ঠ সূত্ৰই নৰ্থ ইষ্ট নাও-ক জনাই যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আবেলি ৪:৩০ বজাত আয়োজন কৰা চাহ-মেললৈ আগাথাই নিমন্ত্ৰণ পোৱা নাই।

মোদীয়ে শপত ল’বলগা সকলো সাংসদকে চাহমেলটোলৈ আমন্ত্ৰণ কৰিছে। নতুন চৰকাৰৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে চাহমেলতে মোদীয়ে অৱগত কৰিব বুলি আশা কৰা হৈছে।

এইবাৰকে ধৰি মুঠ তিনিবাৰ সাংসদৰূপে নিৰ্বাচিত আগাথাই নিশ্চিতভাৱে নতুন চৰকাৰত সক্ৰিয় মন্ত্ৰী হিচাপে কাম কৰিব পাৰিলেহেঁতেন।

২০০৮ চনৰ মে’ত তেওঁ ১৪সংখ্যক লোকসভালৈ প্ৰথম নিৰ্বাচিত হৈছিল। মেঘালয়ৰ ৰাজনীতিলৈ ঘূৰি অহা দেউতাক পি এ’ চাংমাই এৰি দিয়া আসনখনত আগাথা নিৰ্বাচিত হৈ আহিছিল।

১৫সংখ্যক লোকসভালৈ তেওঁ পুনৰ এন চি পি সাংসদৰূপে নিৰ্বাচিত হৈছিল, আৰু তেওঁ হৈছিলগৈ মনমোহন সিঙৰ দ্বিতীয়খন চৰকাৰৰ কনিষ্ঠতম মন্ত্ৰী (২৯ বছৰ)।

এই কথা এতিয়াও স্পষ্ট হোৱা নাই, কিয় নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মন্ত্ৰীসভাত আগাথাক নল’লে। মেঘালয়ৰ মুখ্য মন্ত্ৰী তথা তেওঁৰ ককায়েক কনৰাদ কে চাংমাই যোৱা ২৫ মে’ত ভাৰতৰ পৰৱৰ্তী প্ৰধান মন্ত্ৰীৰূপে নৰেন্দ্ৰ মোদীৰ প্ৰতি এন পি পিৰ সৰ্বসন্মত সমৰ্থন আগবঢ়াইছিল।

এন পি পিৰ নাগৰিকত্ব বিধেয়ক বিৰোধিতা আৰু এইক্ষেত্ৰত কনৰাদ চাংমাৰ নেতৃত্বদায়ী ভূমিকাৰ বাবেই এনে হ’ল নেকি?

অনিৰ্বাণ ৰয়

অনিৰ্বাণ ৰয়

মুখ্য সম্পাদক, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd