DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

টীয়কত অসম গণ পৰিষদৰ ৩৬সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
October 14, 2020 5:47 pm
AGP celebrates 36th foundation day in Teok
323
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ অসমৰ লগতে আজি যোৰহাট জিলাৰ টীয়ক সমষ্টিটো অসম গণ পৰিষদৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচী অনুস্থিত কৰা হয়।

টীয়ক বিধান পৰিষদৰ উদ্যোগত আৰু সমূহ পঞ্চায়ত পৰিষদৰ সহযোগত  অনুষ্ঠিত এই প্ৰতিষ্ঠা দিৱসভাগি পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পন, সতীৰ্থ সোঁৱৰণকে ধৰি কেইবাটাও কাৰ্যসূচী সুচাৰুৰূপে সম্পাদন কৰা হয়।

পৰৱৰ্ত্তী সময়ত দুপৰীয়া এখন মুকলি সভাৰ আয়োজন কৰা হয়।

টীয়ক বিধান পৰিষদৰ সভাপতি যুৱনেতা বিকাশ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত এই মুকলি সভাত টীয়কৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাই এগছি বন্তি প্ৰজ্বলন কৰি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

উক্ত সভাত বিশিষ্ট ৰাজনৈতিক বিশ্লেষক উৎপল বৰুৱা, শিক্ষাবিদ ধীৰেন কলিতা, বিশিষ্ট অধিবক্তা ইন্দ্ৰজিত কাকতি, ৰিন্টু গোস্বামী, শিক্ষাবিদ বিৰিঞ্চি বৰাকে প্ৰমুখ্য কৰি ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকি ৰাজনৈতিকভাৱে আঞ্চলিকতাবাদী ভাবধাৰা অব্যাহত ৰাখিবলৈ অনাগত দিনত দলটোৰ কৰণীয়ৰ ওপৰত আলোকপাত কৰে।

সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাতত টীয়ক বিধান পৰিষদৰ সভাপতিগৰাকীয়ে কয় যে এইবাৰো পূৰ্বৰ দৰে বিজেপিৰ লগত মিত্ৰতা থাকিব আৰু দলে মিত্ৰ দলৰ যিটো দলৰে প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিব সেই পক্ষৰে সমৰ্থনতে অগপই নিৰ্বাচনত অৱতীৰ্ণ হ‘ব বুলি মন্তব্য কৰে।

Recent News

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd