• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অগপৰ তিনি সমষ্টিৰ ফলাফলক লৈ প্ৰফুল্ল কুমাৰ মহন্তৰ “অশুভ” ভৱিষ্যদ্বাণী

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
March 28, 2019 8:55 pm
Prafulla Kumar Mahanta PMT (1)
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিৰ সৈতে মিত্ৰতাত আবদ্ধ হৈ অসম গণ পৰিষদে মাত্ৰ তিনিটা সমষ্টিতহে প্ৰতিদ্বন্দ্বিতা কৰিব যদিও এই তিনিটা সমষ্টিতো দলটোৰ ফলাফলক লৈ সন্দিহান শীৰ্ষনেতা। তিনিওটা সমষ্টিতেই আঞ্চলিক দলটোৰ হতাশাজনক ফলৰ ইংগিত দিছে প্ৰাক্তন মুখ্য মন্ত্ৰী তথা দলটোৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তই।

“এই সমষ্টি তিনিটাৰ ফলাফলক লৈ ক’ব পৰা নাযাব। ইয়াৰ ছবিখন স্পষ্ট নহয়। যথেষ্ট প্ৰত্যাহ্বান আছে”, নৰ্থ-ইষ্ট নাওৰ আগত এই অশুভ ভৱিষ্যদ্বাণী প্ৰাক্তন মুখ্য মন্ত্ৰীজনৰ।

Apply Now

উল্লেখযোগ্য যে গেৰুৱা দলৰ সৈতে মিত্ৰতা কৰি অগপই প্ৰতিদ্বন্দ্বিতাৰ বাবে লাভ কৰিছিল বৰপেটা, ধুবুৰী আৰু কলিয়াবৰ সমষ্টি। কিন্তু এই তিনিওটা সমষ্টিত আঞ্চলিক দলটোৰ স্থিতিক লৈ প্ৰশ্নৰ অৱতাৰণা হৈছে ৰাজনৈতিক মহলত।

বিশেষকৈ পূৰ্বৰ ফলাফলসমূহলৈ লক্ষ্য কৰিলে দেখা যায় যে বৰপেটা আৰু ধুবুৰী সমষ্টিত অগপৰ ভেটি শক্তিশালী নহয়। ১৯৫১ চনৰ পৰা ধুবুৰী সমষ্টিত দলটোৱে এবাৰো জয়ী হোৱা নাই। ইয়াৰ বিপৰীতে বৰপেটা সমষ্টিত মাত্ৰ ১৯৮৫ চনত জয়ী হৈছিল অগপৰ প্ৰাৰ্থী।

একেদৰে কলিয়াবৰ সমষ্টিত অগপ কিছু পৰিমাণে শক্তিশালী যদিও প্ৰত্যাহ্বান যথেষ্ট আছে। কাৰণ এই সমষ্টিটো কেইবা দশক ধৰি কংগ্ৰেছৰ দুৰ্গ স্বৰূপ হৈ আছে।

এনে প্ৰেক্ষাপটতত তিনিওটা সমষ্টিতে অগপৰ জয়ৰ সম্ভাৱনা কিমান, সেয়া সময়েহে ক’ব।

ইপিনে, প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই এইবাৰ কোনো প্ৰাৰ্থীৰ হৈয়ে প্ৰচাৰ নচলোৱাৰ কথা পূৰ্বেই ঘোষণা কৰিছিল। সেই অনুসৰি আজি কলিয়াবৰত অগপৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ অহা অমিত শ্বাহৰ সভাতো উপস্থিত থকা নাই প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকী।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি বিজেপিৰ সংগ ত্যাগ কৰা অগপই পুনৰ গেৰুৱা দলটোৰ লগত মিত্ৰতাৰ বান্ধোনলৈ ঘূৰি যোৱা কাৰ্যক এতিয়াও সহজভাৱে লোৱা নাই মহন্তই। তেওঁ বিধেয়কখনক অসমৰ বাবে ‘অতি ক্ষতিকাৰক’ আখ্যা দি ইয়াৰ বিৰোধিতা কৰি যাবলৈও ৰাইজক আহ্বান জনায়।

মিত্ৰতাৰ সিদ্ধান্ত লোৱা সতীৰ্থসকলৰ সৈতে মহন্তৰ এই মতপাৰ্থক্য আৰু বিদ্ৰোহী স্থিতি সাম্প্ৰতিক ৰাজনৈতিক মহলৰ চৰ্চাৰ বিষয় হৈ আহিছে। মহন্তৰ এই স্থিতিয়ে অগপৰ সতীৰ্থ নেতৃত্বৰ ৰাজনৈতিক অংকত প্ৰশ্নবোধক চিন আনি দিছে। লগতে দলটোৰ প্ৰাৰ্থীকেইজনকো হতাশ কৰিব পাৰে মহন্তৰ স্থিতিয়ে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd