• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনৰ অনুসূচিত জনজাতি মৰ্যাদাৰ দাবী কোচ-ৰাজবংশীসকলৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 9, 2025 4:28 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ ১৪-১৬ মাৰ্চ, ২০২৫ আগমুহুৰ্তত কোচ-ৰাজবংশী সম্প্ৰদায়ে পুনৰ তেওঁলোকৰ অনুসূচিত জনজাতি (ST) মৰ্যাদাৰ দাবী উত্থাপন কৰিছে। কোচ-ৰাজবংশী ছয় জনগোষ্ঠীৰ ভিতৰত এটা। আদিবাসী, আহোম, চুতীয়া, মটক, আৰু মৰাণসহ তেওঁলোকে দশকজুৰি অনুসূচিত জনজাতিৰ  মৰ্যাদাৰ বাবে দাবী কৰি আহিছে।

২০২৫ চনৰ ৮ মাৰ্চত কোচ-ৰাজবংশী সম্প্ৰদায়ৰ নেতাসকলে অসম বিজেপি সভাপতিক ১৫ দফীয়া দাবীপত্ৰ জমা দিয়ে, য’ত অনুসূচিত জনজাতি  মৰ্যাদা, ঐতিহাসিক কামতাপুৰ ৰাজ্য পুনৰ স্থাপন, আৰু সশস্ত্ৰ বাহিনীত চিলাৰাই ৰেজিমেণ্ট গঠনৰ দাবী উল্লেখ কৰা হৈছে। তেওঁলোকে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত তেওঁলোকৰ দাবী উপেক্ষা কৰিলে বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সতৰ্ক কৰি দিছে।

Apply Now

উল্লেখ্য যে বৰ্তমান এই সম্প্ৰদায়সমূহে অন্যান্য পিছপৰা শ্ৰেণী (OBC) মৰ্যাদা উপভোগ কৰি আছি, তেওঁলোকৰ বাবে অসমত ২৭ শতাংশ সংৰক্ষণ আছে। অনুসূচিত জনজাতিৰ  বাবে  ১০-১৫ শতাংশ সংৰক্ষণৰ ব্যস্থা আছে।

কোচ-ৰাজবংশীসকলে যুক্তি দিয়ে যে অনুসূচিত জনজাতিৰ মৰ্যাদাই চাকৰি, শিক্ষা, আৰু ভূমিৰ অধিকাৰত সুবিধা প্ৰদান কৰিব। কিন্তু  বড়ো, কাৰ্বি, মিছিং আদি অনুসূচিত জনজাতিয়ে ইয়াৰ বিৰোধিতা কৰিছে,  বৃহৎ আৰু তুলনাত্মক ভাবে উন্নত সম্প্ৰদায়সমূহে অনুসূচিত জনজাতি মৰ্যাদা পোৱাৰ পিছত সৰু জনজাতিসমূহ পিছপৰি যাব, চাকৰি আৰু শিক্ষাৰ সুবিধা হেৰুৱাব।

অনুসূচিত জনজাতিৰ মৰ্যাদাৰ দাবীকলৈ প্ৰায় ৩০ বছৰ ধৰি বিতৰ্ক চলি আহিছে। বিজেপিয়ে ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনৰ আগতে অনুসূচিত জনজাতিৰ মৰ্যাদা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল, কিন্তু প্ৰতিশ্ৰুতি পূৰণ কৰা নাই।

উল্লেখ্য যে ১৯৯৬ চনত কোচ-ৰাজবংশীসকলক অস্থায়ীভাৱে অনুসূচিত জনজাতি  মৰ্যাদা দিয়া হৈছিল, কিন্তু তেওঁলোকে সংৰক্ষিত চিকিৎসা আৰু অভিযান্ত্ৰিক আসনৰ এক বৃহৎ অংশ দখল কৰাৰ পিছত ইয়াক প্ৰত্যাহাৰ কৰা হৈছিল, যাৰ ফলত বিক্ষোভৰ সৃষ্টি হৈছিল। ২০১১ চনত এখন চৰকাৰী কমিটিয়েও বৰ্তমানৰ অনুসূচিত জনজাতিসমূহৰ ওপৰত পৰা প্ৰভাৱৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am
প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd