• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শাহু-ননদৰ সৈতে চৰম তিক্ত সম্পৰ্ক! শহুৰেকৰ জন্মদিনৰ ফটোৰ পৰা বাদেই দিলে ঐশ্বৰ্যই

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 12, 2023 3:58 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেইবছৰমান ডেটিং কৰাৰ পিছত ২০০৭ চনত অমিতাভ বচ্চনৰ পুত্ৰ অভিষেক বচ্চনৰ সৈতে বিবাহপাশত আবদ্ধ হয় ঐশ্বৰ্য ৰায়ে। ১৫ বছৰতকৈও অধিক সময় ধৰি বচ্চন পৰিয়ালৰ বোৱাৰী তেওঁ। কন্যা আৰাধ্যাৰ জন্ম হৈছিল ২০১১ চনত। প্ৰাক্তন মিছ ৱৰ্ল্ড, বলীউডৰ অভিনেত্ৰীগৰাকী বলীউডৰ অন্যতম বিখ্যাত পৰিয়ালৰ সদস্য।

যোৱা দুটা দশকৰ কালছোৱাত বচ্চন পৰিয়ালক কেন্দ্ৰ কৰি বিভিন্ন ধৰণৰ উৰাবাতৰিৰ সৃষ্টি হৈছে। শাহুৱেক জয়া বচ্চনৰ লগত ঐশ্বৰ্যৰ একেবাৰে ৰাহিযোৰা নহাৰ কথা বাৰে বাৰে শুনা গৈছে। যদিও ৰাজহুৱা স্থানত অভিনেত্ৰীগৰাকীয়ে নিজকে অমিতাভ আৰু জয়াৰ বোৱাৰী হিচাপে নিখুঁতভাৱে চিত্ৰিত কৰিছে।

লগতে পঢ়কঃ বিমানত যৌন নিৰ্যাতনৰ বলি জনপ্ৰিয় অভিনেত্ৰী! দৰাচলতে কি ঘটিছিল দিব্যাৰ লগত?

Apply Now

বঁটা প্ৰদান অনুষ্ঠানৰ পৰাই বিভিন্ন সামাজিক অনুষ্ঠানত শাহুৱেকৰ কাষতে দেখা গৈছে বোৱাৰীক। কিন্তু শেহতীয়া খবৰ ক্ল্স বচ্চন পৰিয়ালৰ শাহুৱেক-বোৱাৰীৰ মাজৰ সম্পৰ্কত ফাট মেলিছে। ঐশ্বৰ্যৰ কেৱল শাহুৱেকৰ লগতে নহয়, ননদ শ্বেতা বচ্চন নন্দাৰ লগতো তিক্ততা গঢ়ি উঠিছে।

১১ অক্টোবৰৰ বিগ বিৰ জন্মদিনত ছ’চিয়েল মিডিয়াৰ পেজবোৰ শুভেচ্ছাৰে ভৰি পৰিছিল। বিগ বিৰ নাতিনী নব্যা নন্দাই ইনষ্টাগ্ৰামত ককাকক শুভেচ্ছা জনাই এখন ছবি পোষ্ট কৰে। আৰাধ্যা, অগস্ত্য, অমিতাভ আৰু জয়াৰ সৈতে এখন ছবি পোষ্ট কৰে নব্যাই।

শ্বেতাৰ কন্যাই সেই ছবিখনৰ জৰিয়তে ককাকক জন্মদিনৰ শুভেচ্ছা জনাইছিল। সেই ছবিখন ব্যৱহাৰ কৰিয়েই ঐশ্বৰ্যই শহুৰেকৰ ৮১তম জন্মদিনত শুভেচ্ছা জনাইছিল। অৱশ্যে ঐশ্বৰ্যই পোষ্ট কৰা ছবিখন দেখি স্তম্ভিত হৈ পৰে নেটিজেনসকল। অভিনেত্ৰীগৰাকীয়ে ছবিখনত নব্যা, জয়া আৰু অগস্ত্যক বাদ দি কেবল আৰাধ্যা আৰু অমিতাভক ৰাখে।

লগতে পঢ়কঃ অপ্ৰতিৰোধ্য হিটমেন! আন্তৰ্জতিক ক্ৰিকেটত আটাইতকৈ বেছি ছিক্সাৰ; বিশ্বকাপত সৰ্বাধিক শতক…

ঐশ্বৰ্যাই নিজৰ কন্যাৰ সৈতে বিগ বিৰ ছবিৰে শহুৰেকক জন্মদিনৰ শুভেচ্ছা জনায়। কিন্তু শাহুৱেক, ননদ আৰু সন্তানৰ সৈতে ঐশ্বৰ্যৰ সম্পৰ্কৰ অৱনতি ঘটিছে? এই প্ৰশ্নটোক কেন্দ্ৰ কৰি কৌতুহল বাঢ়িছে।

কিছু সপ্তাহ পূৰ্বে পেৰিছ ফেশ্বন উইকত উপস্থিত আছিল ঐশ্বৰ্য। এটা বিখ্যাত প্ৰসাধন কোম্পানীৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে তেওঁ ৰেম্পত খোজ দিছিল। একে ঠাইতে নব্যাও উপস্থিত আছিল। তেওঁক উৎসাহিত কৰিবলৈ উপস্থিত আছিল মাতৃ শ্বেতা আৰু জয়াও।

লগতে পঢ়কঃ বিহাৰত সংঘটিত নৰ্থ ইষ্ট এক্সপ্ৰেছ ৰে’ল দুৰ্ঘটনাত অসমৰ দুই মাতৃ-কন্যাৰ মৃত্যু

শ্বেতাই যদিও পেৰিছৰ কেইবাখনো ছবি ছ’চিয়েল মিডিয়া পেজত শ্বেয়াৰ কৰিছিল, তথাপি ঐশ্বৰ্যৰ সৈতে কোনো ছবি শ্বেয়াৰ কৰা নাছিল। ননদৰ এনে আচৰণত যথেষ্ট ক্ষুব্ধ প্ৰাক্তন সৌন্দৰ্য্যৰ ৰাণীগৰাকী। সেই ক্ষোভৰ বাবেই নেকি ঐশ্বৰ্যই জয়া, নব্যাক ছবিখনৰ পৰা বাদ দিলে?  তাক লৈয়েই বদ্ধি পাইছে অধিক জল্পনা-কল্পনা। 

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd