• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভূপেন বৰাক বাসগৃহত সাক্ষাৎ কৰি কি কথা পাতিলে অজাপৰ সভাপতি লুৰীণ জ্যোতিয়ে?

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
September 30, 2021 9:14 pm
WhatsApp Image 2021-09-30 at 8.49.55 PM
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Lurinjyoti Gogoi met Bhupen Bora: আজি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক তেওঁৰ বাসগৃহত সাক্ষাৎ কৰে।

তেওঁৰ লগত উপস্থিত থাকে দলৰ কাৰ্যকৰী সভাপতি পৱিন্দ্ৰ ডেকা, উপ সভাপতি চিত্তৰঞ্জন বসুমতাৰী, বাণী দাস,  চামছেৰ সিং, ৰাজু ফুকনকে ধৰি অজাপৰ কেইবাজনো নেতা।

দুয়োটা দলৰ সভাপতিৰ মাজৰ উপ নিৰ্বাচন সম্পৰ্কে চলে এক ইতিবাচক আলোচনা।

Apply Now

সাক্ষাতৰ পাছত অজাপ সভাপতি লুৰীণ জ্যোতি গগৈয়ে সংবাদমাধ্যমৰ আগত কৰা বক্তব্যখিনি হ’ল :

*অসমত যদি বিজেপিক প্ৰতিহত কৰিব লাগে, তেনেহ’লে সকলো একেলগ হৈ এগৰাকী প্ৰাৰ্থী থিয় কৰিব লাগিব। বিজেপিৰ সাম্প্ৰদায়িক এজেণ্ডাৰ বিৰুদ্ধে থিয় দিবলৈ উমৈহতীয়া প্ৰাৰ্থীৰ প্ৰস্তাৱ ৰাখিলে অসম জাতীয় পৰিষদে ভূপেন বৰাৰ আগত।

* অসমত এটা সুস্থিৰ ৰাজনৈতিক পৰিৱেশ গঢ়ি তোলাৰ স্বাৰ্থত পুনৰবাৰ কংগ্ৰেছক এই অনুৰোধ জনোৱা হৈছে। লগতে আন আন বিৰোধী দলসমূহকো আহ্বান লুৰীণ জ্যোতি গগৈৰ।

আৰু পঢ়ক: কোহলিক ৰান আউট কৰি ‘বিৰাট’ পুৰস্কাৰ পালে ৰিয়ান পৰাগে; কি সেই পুৰস্কাৰ?

*যদি এটা সমষ্টিত এগৰাকী প্ৰাৰ্থী লাগে তেনেহ’লে আগতীয়াকে কোনেও প্ৰাৰ্থী ঘোষণা নকৰে। থাওৰাত ৰাইজৰ দলৰ প্ৰাৰ্থী ঘোষণাক লৈ এই মন্তব্য লুৰীণ জ্যোতি গগৈৰ।

*আমি মিত্ৰজোঁটৰ লগত পূৰ্বৰে পৰা সোমাব বিচৰা নাই। এটা সমষ্টিত এগৰাকী প্ৰাৰ্থীহে বিচাৰিছো।

*বিধায়ক কিনা-বেচাৰ বাবেই অসমত উপ নিৰ্বাচন পাতিব লগা হৈছে।

*অসম জাতীয় পৰিষদৰ প্ৰস্তাৱত একপ্ৰকাৰ ভূপেন বৰাই সদুত্তৰ দিছে বুলি মন্তব্য লুৰীন জ্যোতি গগৈৰ।

*চৰকাৰৰ ফালৰ পৰা বিৰোধীক ভাগ ভাগ কৰাৰ কুট কৌশল চলি আছে। গণতন্ত্ৰক বন্ধকত ৰাখি এতিয়া অসমত বিধায়ক কিনা-বেচা চলি আছে। কিন্তু ইয়াৰ বিৰুদ্ধে থিয় হ’বলৈ সকলোৱে দায়বদ্ধতাৰে কাম কৰিব লাগিব।

লগতে পঢ়ক: গান্ধী পৰিয়ালে ডুবন্ত কংগ্ৰেছক উদ্ধাৰ কৰিব পাৰিব নে? তেওঁলোকৰ হাতত কংগ্ৰেছ সুৰক্ষিত নে?

*বিজেপি চৰকাৰক এতিয়া আৰু বিধায়কৰ কোনো প্ৰয়োজন নাই। কিন্তু বিধায়ক কিনা-বেচা কৰি জনতাক অপমান কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে।

*শ্বেৰমান আলীৰ মন্তব্য কেতিয়াও গ্ৰহণ যোগ্য নহয়। শ্বহীদক অপমান কৰাটো কেতিয়াও সহ্য কৰিব নোৱাৰো। শ্বেৰমান আলীক এনে মন্তব্য কৰাৰ পৰা দূৰত থাকিবলৈ সকীয়নী লুৰীণ জ্যোতি গগৈৰ।

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd