• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গান্ধী পৰিয়ালে ডুবন্ত কংগ্ৰেছক উদ্ধাৰ কৰিব পাৰিব নে? তেওঁলোকৰ হাতত কংগ্ৰেছ সুৰক্ষিত নে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 30, 2021 8:15 pm
kapil-sibal.1.506381
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Gandhi family:গান্ধী পৰিয়ালৰ হাতত কংগ্ৰেছ সুৰক্ষিত নে? গান্ধী পৰিয়ালে ডুবন্ত কংগ্ৰেছক উদ্ধাৰ কৰিব পাৰিব নে? তেওঁলোকে ভাৰতক বিজেপিমুক্ত কৰাৰ সপোন বাস্তৱায়িত হ’ব নে?

গান্ধী পৰিয়ালৰ নেতৃত্বত ২০২৪ত কংগ্ৰেছে দিল্লীৰ মছনদ সঁচাকৈ দখল কৰিব পাৰিব নে? গান্ধী পৰিয়ালৰ নেতৃত্বত সৰ্বগ্ৰাসী বিজেপিক পৰাভূত কৰিবলৈ কংগ্ৰেছে সঁচাকৈয়ে শক্তি সঞ্চয় কৰিছে নে?

এই প্ৰশ্নসমূহ এতিয়া কেৱল দেশৰ ৰাজনীতিতে নহয় কংগ্ৰেছৰ আভ্যন্তৰীণ মহলটো বিশেষভাৱে চৰ্চা লাভ কৰা দেখা গৈছে।

Apply Now

বিজেপি বিৰোধী তথা কংগ্ৰেছৰ অনুগামী জনতাই নহয় কংগ্ৰেছৰ একাংশ শীৰ্ষ নেতাইও গান্ধী পৰিয়ালৰ নেতৃত্বত কংগ্ৰেছৰ পুনৰ উত্থানকলৈ আশ্বস্ত হ’ব পৰা নাই।

বিশেষকৈ কংগ্ৰেছৰ G-23 নেতাসকলে গান্ধী পৰিয়ালৰ নেতৃত্বত কংগ্ৰেছৰ পুনৰ উত্থানৰ সম্ভাৱনাক প্ৰায় নস্যাৎ কৰি বিষোদগাৰ প্ৰকাশ কৰিছে।

দেশৰ দুই প্ৰতিশ্ৰুতিসম্পন্ন যুৱ নেতা কানহাইয়া কুমাৰ আৰু জিগনেশ মেভানীৰ কংগ্ৰেছত যোগ দিয়াৰ সময়তে কংগ্ৰেছৰ G-23 নেতাসকলৰ অন্যতম কপিল ছিব্বালে এই আশংকা প্ৰকাশ কৰিছে।

আৰু পঢ়ক: কোহলিক ৰান আউট কৰি ‘বিৰাট’ পুৰস্কাৰ পালে ৰিয়ান পৰাগে; কি সেই পুৰস্কাৰ?

নাম উল্লেখ নকৰিলেও গান্ধী পৰিয়ালক লক্ষ্য কৰি কঠোৰ মন্তব্য কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় আইন মন্ত্ৰী কপিল ছিব্বালে।

পঞ্জাৱৰ শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত কপিল ছিব্বালে কংগ্ৰেছক মুণ্ডহীন পাৰ্টি বুলি উল্লেখ কৰি কেতিয়া কি সিদ্ধান্ত ল’ব লাগে সেয়াও নাজানে বুলি গান্ধী পৰিয়ালক কটাক্ষ কৰিছে।

দেশৰ কেবাখনো ৰাজ্যৰ বহু জ্যেষ্ঠ কংগ্ৰেছ নেতা-নেত্ৰীয়ে কংগ্ৰেছ এৰি যোৱাৰ পিছত বিশেষকৈ নিৰ্বাচনলৈ মাত্ৰ ৪ টা মাহ থকাৰ সময়ত কংগ্ৰেছ হাইকামাণ্ডৰ পঞ্জাৱৰ সন্দৰ্ভত ৰাজনৈতিক সিদ্ধান্তক অতি ক্ষতিকাৰক বুলি অভিহিত কৰিছে ছিব্বালে।

সাংবাদিকৰ আগত প্ৰিয়ংকা গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে অধিক সোচ্চাৰ হোৱা ছিব্বালে কয় যে দেশৰ বহু কংগ্ৰেছ নেতা/নেত্ৰীয়ে কিয় দল ত্যাগ কৰিছে সেই প্ৰশ্ন দলে নিজে নিজক কৰা উচিত।

আৰু পঢ়ক: ধেমাজিত ৰাজ্যিক কেবিনেটে কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’লে; সংবাদমেলত কি ক’লে মুখ্যমন্ত্ৰীয়ে?  

গান্ধী পৰিয়ালৰ নাম উল্লেখ নকৰিলেও তেওঁলোকৰ অদক্ষতাৰ বাবেই এজন এজনকৈ শীৰ্ষ কংগ্ৰেছী নেতা/নেত্ৰীয়ে কংগ্ৰেছ ত্যাগ কৰিছে বুলিও ছিব্বালে গুৰুতৰ অভিযোগ উত্থাপন কৰে।

ইফালে ইয়াৰ সমান্তৰালভাৱে কংগ্ৰেছক শক্তিশালী কৰিবলৈ হাইকামাণ্ডলৈ বিভিন্ন পৰামৰ্শ প্ৰদান কৰিছে কপিল ছিব্বালে।

ছিব্বালৰ এই পৰামৰ্শসমূহ কংগ্ৰেছ হাইকামাণ্ডে গ্ৰহণ কৰিব নে নকৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।

উল্লেখ্য যে ২০১৯ লোকসভা নিৰ্বাচনত কংগ্ৰেছ বিধ্বস্ত হোৱাৰ পিছতে গোলাম নৱী আজাদ আৰু কপিল ছিব্বালৰ নেতৃত্বত ২৩ গৰাকী শীৰ্ষ নেতাই কংগ্ৰেছক সমগ্ৰ দেশজুৰি সাংগঠনিক ভিত্তিত পুনৰ গঠনৰ দ্বাৰা শক্তিশালী কৰিবলৈ দাবী জনাই ছোনিয়া গান্ধীলৈ এক পত্ৰ প্ৰেৰণ কৰিছিল।

লগতে পঢ়ক: ঋণ নিজৰ মাজতে ভগাই নলৈ নিয়মীয়া উপাৰ্জনৰ পথ উলিয়াবলৈ আত্মসহায়ক গোটসমূহৰ প্ৰতি আহ্বান সৰুপথাৰৰ বিধায়কৰ

দলটোৱে কংগ্ৰেছত গান্ধী পৰিয়ালৰ প্ৰতিপত্তি তথা প্ৰভাৱ হ্ৰাস কৰাৰ বাবেও দাবী জনাইছিল। কিন্তু এটা বৃহৎ লবীয়ে গান্ধী পৰিয়ালৰ সমৰ্থনত থিয় দিয়াৰ বাবে কাৰ্যক্ষেত্ৰত সেয়া হৈ নুঠিল। তেতিয়াৰ পৰাই কংগ্ৰেছৰ G-23 নেতাসকলে হাইকামাণ্ডৰ বিৰুদ্ধে সুযোগ পালেই সোচ্চাৰ হৈ অহা পৰিলক্ষিত হৈছে।

সেয়ে প্ৰশ্ন হৈছে দলৰ শীৰ্ষতম পৰ্যায়ত চলি থকা এই লবীকেন্দ্ৰিক বিবাদৰ মাজতো ৰাহুল গান্ধী তথা কংগ্ৰেছৰ ২০২৪ বিজেপি হটাও মিছন কেনেকৈ সম্ভৱ হ’ব? নে কংগ্ৰেছৰ লবীকেন্দ্ৰিকতাই আৰু বিধ্বস্ত কৰিব দেশৰ আটাইতকৈ পুৰণি ৰাজনৈতিক দলটো ভৱিষ্যৎ?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

September 2, 2026 9:28 pm
ৰাম মন্দিৰৰ দায়িত্বত অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল! প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি জীতেন্দ্ৰ মিশ্ৰৰ

ৰাম মন্দিৰৰ দায়িত্বত অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল! প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি জীতেন্দ্ৰ মিশ্ৰৰ

September 2, 2026 8:09 pm
ধেমাজিত শিহৰণকাৰী হত্যাকাণ্ড: পত্নী আৰু দুই সন্তানক দা-ৰে আক্ৰমণ কৰি হত্যা বিদ্যালয় শিক্ষকৰ

ধেমাজিত শিহৰণকাৰী হত্যাকাণ্ড: পত্নী আৰু দুই সন্তানক দা-ৰে আক্ৰমণ কৰি হত্যা বিদ্যালয় শিক্ষকৰ

September 2, 2026 7:09 pm
 এতিয়াও বানৰ কবলত কেইবাখনো জিলা : ৩০ হাজাৰৰো অধিক লোক এতিয়াও আক্ৰান্ত

 এতিয়াও বানৰ কবলত কেইবাখনো জিলা : ৩০ হাজাৰৰো অধিক লোক এতিয়াও আক্ৰান্ত

September 2, 2026 6:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

September 2, 2026 9:28 pm
ৰাম মন্দিৰৰ দায়িত্বত অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল! প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি জীতেন্দ্ৰ মিশ্ৰৰ

ৰাম মন্দিৰৰ দায়িত্বত অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল! প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি জীতেন্দ্ৰ মিশ্ৰৰ

September 2, 2026 8:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd