• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home মনোৰঞ্জন চলচ্চিত্ৰ

শ্বুটিং আৰম্ভ হোৱাৰ পূৰ্বেই আইনী মেৰপাকত সোমাই পৰিল জলী এলএলবি ৩

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 9, 2024 7:58 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলচ্চিত্ৰখনৰ প্ৰথম দুটা খণ্ড বৰ জনপ্ৰিয় আছিল। কৰ’নাৰ পাছৰ সময়ছোৱাত যেতিয়া বলীউডৰ চিনেমা বক্স অফিচত বিফল হৈছিল, তেতিয়া ‘জলী এলএলবি’এ দৰ্শকৰ মাজত এক উন্মাদনাৰ সৃষ্টি কৰিছিল। এই ছিকুৱেলৰ প্ৰথম দুখন ছবি হিট হৈছিল। জানিব পৰা মতে অক্ষয় কুমাৰ, আৰ্শ্বদ ৱাৰ্ছীক একেলগে দেখা যাব তৃতীয়খন ছবি জলী এল এল বি ৩ত।অভিনেতাদুজনৰ সৈতে হুমা কুৰেশ্বীও বোলছবিখনত আছে। কিন্তু জানিব পৰা মতে শ্বুটিং আৰম্ভ হোৱাৰ আগতেই ছবিখনৰ বিৰুদ্ধে আইনী সমস্যাৰ সৃষ্টি হৈছে।

জিলা উকীল সন্থাৰ সভাপতি চন্দ্ৰভান সিং ৰাথোড়ে ছবিখনৰ বিৰুদ্ধে আজমেৰ আদালতৰ কাষ চাপিছিল। তেওঁ অভিযোগ কৰে যে ছবিখনত ন্যায়াধীশ আৰু অধিবক্তাসকলক অতি লঘুকৈ দেখুওৱা হৈছে।

২০১৩ চনত মুক্তি লাভ কৰিছিল আৰ্শ্বাদ ৱাৰ্ছী অভিনীত ছবি ‘জলী এল এল বি’। এই ছবিখনত আৰ্শ্বদ ৱাৰ্ছীক এটা গোচৰ যুঁজি থকা দেখা গৈছিল। ইয়াৰ পাছত অক্ষয় কুমাৰে ২০১৭ চনত জলী এল এল বি ২ ত সেই চৰিত্ৰত অভিনয় কৰিছিল। সেই ছবিখনকো দৰ্শকৰ দ্বাৰা প্ৰশংসা কৰা হৈছিল। বলীউডৰ সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি অহা ২৯ এপ্ৰিলৰ পৰা আৰম্ভ হৈছে ‘জলী এল এল বি ৩’ৰ শ্বুটিং। ছবিখনৰ কাহিনীত দেখা যাব দুজন জলীৰ মুখামুখি যুঁজ। এইবাৰ সংঘৰ্ষ দুটা জলীৰ মাজত। বিচাৰকৰ চৰিত্ৰত দেখা যাব সৌৰভ শুক্লাক।

Apply Now

সূত্ৰ অনুসৰি চন্দ্ৰভান সিং ৰাথোড়ে এই ছবিখনৰ শ্বুটিং বন্ধ কৰিবলৈ অনুৰোধ জনাই আদালতৰ কাষ চাপিছে। আগৰ দুখন ছবি চাইহে তেওঁ ক্ষোভ প্ৰকাশ কৰিছিল। প্ৰযোজক, পৰিচালকৰ লগতে অভিনেতাৰ বিৰুদ্ধে তেওঁৰ অভিযোগ। অধিবক্তাগৰাকীৰ মতে বৰ্তমান প্ৰজন্মৰ জীৱনত হিন্দী চিনেমাৰ যথেষ্ট প্ৰভাৱ আছে। দেশৰ আইনী ব্যৱস্থা, ন্যায়িক ব্যৱস্থাক লৈ হাঁহিছে। বিচাৰকজনকো ঠাট্টা কৰা হৈছে, যিটো একেবাৰেই সঠিক নহয়। তেওঁ ‘জলী এলএলবি ৩’ৰ শ্বুটিং শীঘ্ৰে বন্ধ কৰিবলৈ অনুৰোধ জনায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 12:21 pm
হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

July 7, 2026 11:11 am
অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

July 7, 2026 10:27 am
নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

July 7, 2026 9:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 12:21 pm
হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

July 7, 2026 11:11 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd