• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিধানসভা নিৰ্বাচনৰ পূৰ্বে গুৱাহাটীত বিজেপিৰ উচ্চ পৰ্যায়ৰ বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 31, 2026 11:03 am
26
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে সন্ধিয়া ৰাজ্যিক বিজেপিৰ এক উচ্চ পৰ্যায়ৰ বিশেষ বৈঠকত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত অনুষ্ঠিত হয় এই বৈঠক।

 এই বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াকে ধৰি ৰাজ্যিক বিজেপিৰ মূল সমিতি আৰু কাৰ্যনিৰ্বাহক সমিতিৰ জ্যেষ্ঠ সদস্যসকল উপস্থিত থাকে।

Apply Now

ৰাজ্যিক বিজেপিৰ সূত্ৰই জনোৱা মতে, আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ বাবে সাংগঠনিক বিষয় আৰু নিৰ্বাচনী কৌশলৰ ওপৰত বৈঠকত আলোচনা কৰা হয়। এই বৈঠকত এন ডি এৰ মিত্ৰ দল অগপ আৰু বি পি এফৰ সৈতে আসন ভাগ-বতৰাৰ বিষয়টোও আলোচনা কৰা হয়।

ইয়াৰ উপৰিও বিটিআৰত বিপিএফৰ সৈতে প্ৰমোদ বড়ো নেতৃত্বাধীন দলৰ দ্বন্দ্বৰ কথা বিবেচনা কৰি আসন বুজাপৰা প্ৰক্ৰিয়াত ইউপিপিএলক স্থান দিয়াটো সম্ভৱ হ’ব নে নহ’ব সেই বিষয়টোও আলোচনাত স্থান পায়।

আনহাতে, নিৰ্বাচনী প্ৰচাৰ আৰু বিজেপিৰ মিত্ৰজোঁটৰ অংশীদাৰ দলৰ সৈতে তৃণমূল পৰ্যায়ৰ সমন্বয়ৰ ওপৰতো আলোচনা কৰা হয়।

উল্লেখ্য যে মুখ্যমন্ত্রী শর্মাই পূর্বে উল্লেখ কৰিছিল যে বিধানসভা নির্বাচনৰ বাবে এন ডি এৰ আসন ভাগ-বতৰা প্রক্রিয়া ফেব্রুৱাৰী মাহৰ মাজভাগত সম্পূৰ্ণ হোৱাৰ লগতে অহা মাহৰ শেষৰ ফালে বিজেপিৰ প্রার্থী তালিকা চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে৷

ইপিনে, কালি ডিব্ৰুগড়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আগন্তুক বিধানসভাৰ নিৰ্বাচনত মুখ্যমন্ত্ৰীৰ মুখ হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ নাম ৰাজহুৱাভাৱে ঘোষণা কৰাৰ পিছত দলটোৰ অভ্যন্তৰত বিকল্প নেতাৰ চৰ্চাৰ বিষয়টো প্ৰায় তল পৰিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১০ লাখ লাগিবই : বৰ্নাত্যৰ ক্ষতিপূৰণ বিচাৰি ৮ ঘন্টীয়া অনশনত বহিব অখিল গগৈয়ে

১০ লাখ লাগিবই : বৰ্নাত্যৰ ক্ষতিপূৰণ বিচাৰি ৮ ঘন্টীয়া অনশনত বহিব অখিল গগৈয়ে

August 13, 2026 1:34 pm
অসমত মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে নতুন নিয়ম: নিজৰ বেংক একাউণ্ট নাথাকিলে কৰিব নোৱাৰিব আবেদন

অসমত মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে নতুন নিয়ম: নিজৰ বেংক একাউণ্ট নাথাকিলে কৰিব নোৱাৰিব আবেদন

August 13, 2026 1:28 pm
দিশহীন ট্ৰাম্পৰ মুখত ‘আল্লাহৰ প্ৰশংসা’! হৰমুজ প্ৰণালীৰ ওপৰত আমেৰিকাৰ সম্পূৰ্ণ নিয়ন্ত্ৰণৰ দাবী

দিশহীন ট্ৰাম্পৰ মুখত ‘আল্লাহৰ প্ৰশংসা’! হৰমুজ প্ৰণালীৰ ওপৰত আমেৰিকাৰ সম্পূৰ্ণ নিয়ন্ত্ৰণৰ দাবী

August 13, 2026 12:44 pm
সৰিয়হৰ ডলিতে ভোট! ঘোচ লৈ ৰায় দিয়াৰ অভিযোগ হাইকোর্টৰ ন্যায়াধীশৰ বিৰুদ্ধে

সৰিয়হৰ ডলিতে ভোট! ঘোচ লৈ ৰায় দিয়াৰ অভিযোগ হাইকোর্টৰ ন্যায়াধীশৰ বিৰুদ্ধে

August 13, 2026 12:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১০ লাখ লাগিবই : বৰ্নাত্যৰ ক্ষতিপূৰণ বিচাৰি ৮ ঘন্টীয়া অনশনত বহিব অখিল গগৈয়ে

১০ লাখ লাগিবই : বৰ্নাত্যৰ ক্ষতিপূৰণ বিচাৰি ৮ ঘন্টীয়া অনশনত বহিব অখিল গগৈয়ে

August 13, 2026 1:34 pm
অসমত মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে নতুন নিয়ম: নিজৰ বেংক একাউণ্ট নাথাকিলে কৰিব নোৱাৰিব আবেদন

অসমত মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে নতুন নিয়ম: নিজৰ বেংক একাউণ্ট নাথাকিলে কৰিব নোৱাৰিব আবেদন

August 13, 2026 1:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd