DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, March 21, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অমিতাভ বচ্চনলৈ ভাৰত চৰকাৰৰ সৰ্বোচ্চ চলচ্চিত্ৰ সন্মান “দাদাচাহেব ফাল্কে”

এন ই নাও নিউজ by এন ই নাও নিউজ
September 24, 2019 7:43 pm
Amitabh Bachchan selected for Dadasaheb Phalke award

অমিতাভ বচ্চন। ছবি সৌজন্য-- টুইটাৰ।

4.1k
VIEWS
Share on FacebookShare on Twitter

বলিউদৰ চুপাৰষ্টাৰ অমিতাভ বচ্চনলৈ ভাৰত চৰকাৰৰ সৰ্বোচ্চ চলচ্চিত্ৰ সন্মান দাদাচাহেব ফাল্কে আগবঢ়োৱা হৈছে।

ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভাদেকাৰে মঙলবাৰে এই কথা প্ৰকাশ কৰিছে।

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত বচ্চনক এই সন্মান আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব।

বচ্চনলৈ ২০১৮ চনৰ বাবে এই সন্মান আগবঢ়োৱা হৈছে। প্ৰবীণ অভিনেতাজন হৈছে বঁটাটো লাভ কৰা ৬৬সংখ্যক ব্যক্তি।

ভাৰতৰ প্ৰথম চলচ্চিত্ৰ নিৰ্মাতা দাদাচাহেব ফাল্কেৰ সন্মানাৰ্থে ১৯৬৯ চনৰ পৰা ভাৰত চৰকাৰে এই বঁটা প্ৰদান কৰি আহিছে।

অসমৰ প্ৰবাদ প্ৰতিম শিল্পী ভূপেন হাজৰিকাই ১৯৯২ চনত এই বঁটা লাভ কৰিছিল।

The legend Amitabh Bachchan who entertained and inspired for 2 generations has been selected unanimously for #DadaSahabPhalke award. The entire country and international community is happy. My heartiest Congratulations to him.@narendramodi @SrBachchan pic.twitter.com/obzObHsbLk

— Prakash Javadekar (@PrakashJavdekar) September 24, 2019

“ভাৰতীয় চিনেমাৰ বৃদ্ধি আৰু বিকাশত অসামান্য বৰঙনি”ৰ বাবে এই সন্মান আগবঢ়োৱা হয়।

বঁটাটোত থাকে এটা স্বৰ্ণ কমল মেদেল, এখন শ্বল আৰু নগদ ধন।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ অধীনৰ নেচনেল ফিল্ম ফেষ্টিভেলছে এই অনুষ্ঠানৰ আয়োজন কৰে।

Recent News

Woman suicide over dowry demand

যৌতুকৰ দাবীৰে স্বামীগৃহত নিৰ্যাতন: গৰৈমাৰীত আত্মহত্যা দুই সন্তানৰ মাতৃৰ

Kejriwal

তৃতীয় মৰ্চাৰ কুচকাৱাজ! পত্ৰ যোগে সাত ৰাজ্যৰ মুখ্যমন্ত্ৰীক দিল্লীলৈ নিমন্ত্ৰণ কেজৰিৱালৰ

Man Kills Live-In Partner

বৰ্বৰ! মহাৰাষ্ট্ৰত মহিলাক কাঁচিৰে ৰেপি হত্যা লিভ ইন পাৰ্টনাৰৰ

BSF woman jawan commits suicide

কোচবিহাৰত নিজ কোৱাৰ্টাৰত আত্মহত্যা বি এছ এফ-ত কৰ্মৰত অসমৰ মহিলা জোৱানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd