• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টালি-টোপোলা বান্ধিবলৈ আৰু এগৰাকী বাংলাদেশী অভিনেতাক নিৰ্দেশ ভাৰত চৰকাৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 18, 2019 8:05 pm
tv-serial-rani-rashmoni-shooting-at-dakshineswar Another Bangladesh actor asked to leave India

সহ অভিনেত্ৰীৰ সৈতে নুৰ। ছবি সৌজন্য-- Zee News।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফাৰ্দৌছ আহমেদৰ পিছত আন এজন বাংলাদেশী অভিনেতা গাজি আব্দুন নুৰক ভাৰতৰ পৰা টালি-টোপোলা বান্ধিবলৈ নিৰ্দেশ দিয়া হৈছে।

ক’লকাতাত এখন নিৰ্বাচনী সভাত ভাগ লোৱা বাবে অভিনেতাজনৰ বিজিনেছ ভিজা বাতিল কৰা হৈছে আৰু তেওঁক ভাৰত ত্যাগৰ নিৰ্দেশ দিয়া হৈছে।

Apply Now

অৱশ্যে অভিনেতা দুজনৰ বিৰুদ্ধে কঠোৰ আৰু তাৎক্ষণিক পদক্ষেপৰ বিপৰীতে বিজেপিৰ হৈ প্ৰচাৰ চলোৱা বাংলাদেশৰ শীৰ্ষ জনজাতি নেতা চান্তু লামাৰ বিৰুদ্ধে এতিয়াও লোৱা হোৱা নাই কোনো ব্যৱস্থা। উত্তৰ আৰু দক্ষিণ বংগৰ জনজাতি-অধ্যুষিত অঞ্চলত গেৰুৱা দলটোৰ হৈ লামাই প্ৰচাৰ চলাইছে।

জি বাংলা টিভি চেনেলৰ জনপ্ৰিয় ধাৰাবাহিক “ৰানি ৰচমনি”ত ৰাজা চাহেব চৰিত্ৰত নুৰে অভিনয় কৰিছিল। কিন্তু ধাৰাবাহিকখনত ইতিমধ্যে ৰাজা চাহেবৰ মৃত্যু ঘটিছে— গতিকে নুৰৰ অনুপস্থিতিয়ে জনপ্ৰিয় ধাৰাবাহিকখনৰ কোনো ক্ষতি নকৰে।

দমদম সমষ্টিৰ সাংসদ, তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী তথা জ্যেষ্ঠ নেতা সৌগত ৰয়ৰ এক নিৰ্বাচনী সভাত যোৱা সপ্তাহত নুৰে অংশ লোৱা বুলি অভিযোগ উত্থাপিত হৈছিল।

লগতে পঢ়ক– তৃণমূল প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলোৱা বাংলাদেশী অভিনেতাক “ভাৰত ত্যাগ”ৰ নিৰ্দেশ

কিন্তু নুৰে জনোৱা মতে তেওঁ মাত্ৰ তৃণমূল নেতা মদন মিত্ৰৰ গাড়ীত গৈছিল আৰু কোনো নিৰ্বাচনী সভাত যোগ দিব বুলি তেওঁৰ কোনো ধাৰণা নাছিল।

নুৰ আৰু ফাৰ্দৌছ দুয়োৱে তেওঁলোকৰ “ভুল” মাফ কৰি দিয়াৰ বাবে ভাৰতীয় কৰ্তৃপক্ষক অনুৰোধ কৰিছে। নিৰ্বাচনী কাম-কাজত অংশগ্ৰহণ তেওঁলোকৰ বিজিনেছ ভিজা চৰ্তৰ নিশ্চিত উলংঘন।

“পৰিণামৰ উমান নোপোৱাকৈ এই কাম কৰা বাবে মই ভীষণ দুঃখিত। মই মোৰ সতীৰ্থ স্থানীয় অভিনেতাসকলৰ অনুৰোধ অগ্ৰাহ্য কৰিব লাগিছিল। কিন্তু মই আৱেগিক হ’লো,” সহ অভিনেত্ৰী পায়েল চৰকাৰৰ অনুৰোধত সভালৈ যোৱা বুলি উল্লেখ কৰি ফাৰ্দৌছৰ মন্তব্য।

অনাহূত বিতৰ্কত সাঙোৰ খোৱা দুয়োজন অভিনেতাকে ক’লকাতাস্থিত বাংলাদেশ উপ উচ্চায়ুক্তই কথা শুনাইছে।

Tags: নিৰ্বাচন ২০১৯
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন সাক্ষাৎ : জালিয়াতিৰ গোচৰ খাৰিজ হোৱাৰ আঁৰত কি ৰহস্য?

ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন সাক্ষাৎ : জালিয়াতিৰ গোচৰ খাৰিজ হোৱাৰ আঁৰত কি ৰহস্য?

June 26, 2026 5:04 pm
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অনুষ্ঠানত আইপিএছ বিষয়াৰ ভাষণক লৈ বিতৰ্ক, তদন্তৰ দাবী কংগ্ৰেছৰ

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অনুষ্ঠানত আইপিএছ বিষয়াৰ ভাষণক লৈ বিতৰ্ক, তদন্তৰ দাবী কংগ্ৰেছৰ

June 26, 2026 5:03 pm
চিবিএছইৰ অধীনত অধ্যয়নৰত শিক্ষাৰ্থীসকললৈ সুখবৰ: দশম শ্ৰেণীলৈকে বিদেশী ভাষা পঢ়িব পাৰিব সপ্তমৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে

চিবিএছইৰ অধীনত অধ্যয়নৰত শিক্ষাৰ্থীসকললৈ সুখবৰ: দশম শ্ৰেণীলৈকে বিদেশী ভাষা পঢ়িব পাৰিব সপ্তমৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে

June 26, 2026 4:44 pm
পাক জঙ্গীৰ প্ৰেমত মগ্ন হৈ ধৰ্মান্তৰকৰণ! নেপালৰ জৰিয়তে পাকিস্তানলৈ পলোৱাৰ চেষ্টা, জয়পুৰত আটক যুৱতী

পাক জঙ্গীৰ প্ৰেমত মগ্ন হৈ ধৰ্মান্তৰকৰণ! নেপালৰ জৰিয়তে পাকিস্তানলৈ পলোৱাৰ চেষ্টা, জয়পুৰত আটক যুৱতী

June 26, 2026 4:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন সাক্ষাৎ : জালিয়াতিৰ গোচৰ খাৰিজ হোৱাৰ আঁৰত কি ৰহস্য?

ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন সাক্ষাৎ : জালিয়াতিৰ গোচৰ খাৰিজ হোৱাৰ আঁৰত কি ৰহস্য?

June 26, 2026 5:04 pm
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অনুষ্ঠানত আইপিএছ বিষয়াৰ ভাষণক লৈ বিতৰ্ক, তদন্তৰ দাবী কংগ্ৰেছৰ

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অনুষ্ঠানত আইপিএছ বিষয়াৰ ভাষণক লৈ বিতৰ্ক, তদন্তৰ দাবী কংগ্ৰেছৰ

June 26, 2026 5:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd