• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২০০ মিটাৰত সুযোগ হেৰুৱালেও মিক্সড ৰিলেইত ৰূপ পালে হিমাই

এন ই নাও নিউজ by এন ই নাও নিউজ
August 28, 2018 8:23 pm
MixedRelayTeam

4x400m ৰ ৰিলেত ৰূপৰ পদক পোৱা ভাৰতীয় দলটো।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জাকাৰ্টাত অনুষ্ঠিত হৈ থকা এছিয়ান গেইমছত আজি মহিলাৰ ২০০ মিটাৰ দৌৰত ভুল আৰম্ভণিৰ বাবে ছেমিত অযোগ্য ঘোষিত হোৱা হিমাই হতাশাক অতিক্ৰমী আন এটা ৰূপৰ পদক গোটাবলৈ সক্ষম হৈছে।

খেলুৱৈগৰাকীয়ে আজি ৪x৪০০ মিটাৰৰ মিক্সড ৰিলেত দলীয়ভাৱে এই পদক পায়। ভাৰতীয় দলটোৱে ৩:১৫:১৭ মিনিটত দৌৰ সম্পূৰ্ণ কৰি দ্বিতীয় স্থানত ৰয়। দলটোত হিমাৰ লগতে আছিল মহম্মদ আনাছ য়াহিয়া, পূবম্মা ৰাজু আৰু আৰোকিয়া ৰাজীৱ।

Apply Now

আনহাতে বাহৰেইনৰ দলটোৱে ৩:১১:৮৯ মিনিটত দৌৰি প্ৰথম স্থান পোৱাৰ বিপৰীতে কাজাখাস্তানৰ দলটোৱে ৩:১৯:৫২ মিনিটত দৌৰ সম্পূৰ্ণ কৰি ৰূপৰ পদক পায়। এইটো ইভেণ্ট এছিয়ান গেইমছত এইবাৰেই প্ৰথম অন্তৰ্ভুক্ত হৈছে।

উল্লেখযোগ্য যে আজি সন্ধিয়াৰ ভাগত অনুষ্ঠিত ২০০ মিটাৰৰ ছেমিত আধা ছেকেণ্ড আগতেই দৌৰা বাবে হিমাক অযোগ্য ঘোষণা কৰাৰ পিছত ৰাজ্যখনৰ ক্ৰীড়ানুৰাগী হতাশ হৈছিল যদিও পুনৰ পদকৰ সোৱাদেৰে হিমাই কিছু পৰিমাণে হ’লেও তাক পাহৰাই পেলালে।

আনহাতে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সংবাদ মাধ্যমেও হিমাৰ দলে মিক্সড ৰিলেত ৰূপৰ পদক জয় কৰা বুলি বাতৰি পৰিৱেশন কৰা দেখা গৈছে। ক’ব পাৰি যে হিমা দলটোৰ ভিতৰতে কনিষ্ঠ।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বতাহত কিবা ৰাজনৈতিক পৰিৱৰ্তনৰ উমান পোৱা গৈছেনে?

বতাহত কিবা ৰাজনৈতিক পৰিৱৰ্তনৰ উমান পোৱা গৈছেনে?

October 22, 2026 4:13 pm
ইটোৰ পিছত সিটোকৈ আকাশৰ পৰা সৰি পৰিল ইউক্ৰেইনৰ ড্ৰোন! আমেৰিকাৰ ভূমিকাক লৈ বাঢ়িছে বিতৰ্ক

ইটোৰ পিছত সিটোকৈ আকাশৰ পৰা সৰি পৰিল ইউক্ৰেইনৰ ড্ৰোন! আমেৰিকাৰ ভূমিকাক লৈ বাঢ়িছে বিতৰ্ক

October 22, 2026 4:12 pm
ট্ৰাম্পৰ বিৰুদ্ধে একত্ৰিত হ’বলৈ ডেম’ক্ৰেট আৰু ৰিপাব্লিকান দলক আহ্বান বাৰ্নি ছেণ্ডাৰ্ছৰ

ট্ৰাম্পৰ বিৰুদ্ধে একত্ৰিত হ’বলৈ ডেম’ক্ৰেট আৰু ৰিপাব্লিকান দলক আহ্বান বাৰ্নি ছেণ্ডাৰ্ছৰ

October 22, 2026 3:59 pm
পুনৰ বিপদত চিজেপিৰ নেতা; ক্ৰাইম ব্ৰাঞ্চে তলব কৰিলে সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

পুনৰ বিপদত চিজেপিৰ নেতা; ক্ৰাইম ব্ৰাঞ্চে তলব কৰিলে সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

October 22, 2026 3:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বতাহত কিবা ৰাজনৈতিক পৰিৱৰ্তনৰ উমান পোৱা গৈছেনে?

বতাহত কিবা ৰাজনৈতিক পৰিৱৰ্তনৰ উমান পোৱা গৈছেনে?

October 22, 2026 4:13 pm
ইটোৰ পিছত সিটোকৈ আকাশৰ পৰা সৰি পৰিল ইউক্ৰেইনৰ ড্ৰোন! আমেৰিকাৰ ভূমিকাক লৈ বাঢ়িছে বিতৰ্ক

ইটোৰ পিছত সিটোকৈ আকাশৰ পৰা সৰি পৰিল ইউক্ৰেইনৰ ড্ৰোন! আমেৰিকাৰ ভূমিকাক লৈ বাঢ়িছে বিতৰ্ক

October 22, 2026 4:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd