• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘অসমত বিজেপিৰ গণ সম্পৰ্ক বিচ্ছিন্ন হৈছে যাৰ বাবে তেওঁলোকে কৰিব লগা হৈছে জনসস্পৰ্ক’

মোডী দুখীয়া দৰিদ্ৰৰ বন্ধু নহয়, ধনীৰহে বন্ধু - তৰুণ গগৈ

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
June 24, 2020 6:25 pm
IMG_20200624_124519

পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী। ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত বিজেপিৰ গণ সম্পর্ক বিচ্ছিন্ন হৈছে,যাৰ বাবে তেওঁলোকে আকৌ জনসম্পৰ্ক কৰিব লগা হৈছে।

২১’ত সকলো অসমবাসীয়ে বিজেপিক প্ৰত্যুত্তৰ দিয়াৰ আহ্বান জনাই অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই এইদৰে কয় ৷

Apply Now

পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আজি ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছে অৱস্থান ধৰ্মঘট পালন কৰে ৷

প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি বৰাই কয়, “লকডাউনে ৰাইজক জুৰুলা কৰিছে। তাৰ পিছত কেৱল মাত্ৰ ৰাজহ সংগ্ৰহৰ লক্ষ্যৰে অন্যায়ভাৱে বিজেপি চৰকাৰে বৃদ্ধি কৰিছে পেট্ৰল-ডিজেলৰ মূল্য” ৷

“কংগ্ৰেছ চৰকাৰৰ দিনত আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত আছিল ১০৮ ডলাৰ।বৰ্তমান ইয়াৰ মূল্য হৈছে ৪০ ডলাৰ।তাৰ পিছতো আজি পেট্ৰল-ডিজেলৰ মূল্য হ্ৰাস হোৱাৰ বিপৰীতে বৃদ্ধিহে হৈছে। দেশ চলাবলৈ অন্য উৎসসমূহৰ পৰা ৰাজহ সংগ্ৰহ কৰিব নোৱাৰা বিজেপিয়ে বৰ্তমানলৈ ১২বাৰকৈ কৰ বৃদ্ধি কৰিছে পেট্ৰল-ডিজেলত,”-বৰাই কয়

ইপিনে, লকডাউন, কণ্টেইমেন্ট জ’ন, কোৱাৰেণ্টাইনক বিৰোধীৰ বিৰুদ্ধে প্ৰতিশোধৰ আহিলা হিচাপে বিজেপিয়ে ব্যৱহাৰ কৰিছে বুলি অভিযোগ উত্থাপন কৰি বৰাই কয়, “আমাৰ মানুহে কোৱাৰেণ্টাইন কৰিব লাগে কিন্তু তেওঁলোকৰ মানুহ দিল্লী পৰা আহিলে কোৱাৰেণ্টাইন নকৰিলেও হয়”৷

আনহাতে, প্ৰতিবাদস্থলীত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কয়, “লকডাউনৰ ফলত জনসাধৰণক সকাহ দিয়াৰ পৰিবৰ্তে  যি ৰামটাঙোন শোধাইছে সেয়াই আজি প্ৰমানিত কৰিছে মোডী দুখীয়া দৰিদ্ৰৰ বন্ধু নহয়, ধনীৰহে বন্ধু”৷

বস্তুৰ দাম বৃদ্ধিতো বিজেপি চৰকাৰ বিফল হৈছে বুলি সমালোচনা কৰে গগৈয়ে ৷

কংগ্ৰেছে কাৰ্টুনৰ জৰিয়তে বিজেপিৰ কামৰ সমালোচনা কৰাৰ লগতে কটাক্ষ কৰে৷ ঘোঁৰা গাড়ীত মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্টুন তুলি সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্য্যসূচী ৷

ৰাজীৱ ভৱনত অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীত ৰকিবুল হুছেইন, ৰেকিবুদ্দিন আহমেদৰ লগতে উপস্থিত থাকে দলটোৰ বহুকেইজন জ্যেষ্ঠ নেতা তথা বিধায়ক।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm
যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd