• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যিক পৰিষদ গঠন কৰিব নোৱাৰে নিলম্বিত আপৰ কৰ্মীয়ে : আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ সকীয়নি

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
July 16, 2024 9:01 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত আম আদমী পাৰ্টিৰ দলীয় ভেটি শক্তিশালী ৰূপত গঢ়ি তোলাৰ স্বাৰ্থত ইতিমধ্যে ৰাজ্যখনত দলৰ সকলো কমিটি ভংগ কৰি দিয়া হৈছে। কেন্দ্ৰীয় নেতৃত্বৰ পৰামৰ্শ অনুসৰি জুলাই মাহৰ ভিতৰতে দলৰ ৰাজ্যিক কমিটিৰ লগতে বিভিন্ন পৰ্য্যায়ৰ কমিটি সমূহ পুনৰ গঠন কৰা বুলি জানিবলৈ দিছে দলটোৱে। এই সন্দৰ্ভত দলে যাৱতীয় প্ৰক্ৰিয়াও অব্যাহত ৰাখিছে।

কিন্তু যোৱা ১৪ জুলাই, দেওবাৰে শিৱসাগৰৰ ডিমৌত আপৰ পৰা নিলম্বিত দুগৰাকী প্ৰাক্তন কৰ্মকৰ্তা ক্ৰমে চন্দনজ্যোতি ফুকন আৰু মুনীন গগৈৰ তৎপৰতাত এখন ৰাজ্যিক পৰিষদ গঠন কৰাৰ বাতৰি প্ৰকাশ হৈছে।

Apply Now

খবৰ অনুসৰি তেওঁলোকে আপৰ ৰাজ্যিক পৰিষদ গঠন কৰাৰ লগতে অহা দেওবাৰে পৰিষদৰ প্ৰথমখন বৈঠক অনুষ্ঠিত কৰাৰো সিদ্ধান্ত ব্যক্ত কৰিছে।

এই সন্দৰ্ভত দলৰ ৰাজ্যিক ৱৰ্কিং কমিটীয়ে ডিমৌত অনুষ্ঠিত সভাক অবৈধ আখ্যা দি বিবৃত্তিযোগে স্পষ্ট কৰি দিয়ে যে যি কমিটি গঠনৰ কথা কোৱা হৈছে সেই কমিটি আপৰ ৰাজ্যিক পৰিষদ হিচাপে বিবেচিত নহয়। এই সভাৰ উদ্যোক্তা সকলেই যিহেতু আপৰ পৰা ইতিপূৰ্বে নিলম্বিত হৈছে গতিকে আপৰ নামত তেওঁলোকৰ সভা, সমিতি অনুষ্ঠিত কৰাৰ নৈতিক আৰু সাংবিধানিক অধিকাৰ নাই। তদুপৰি, ঔদ্ধতালিৰ সীমা চেৰাই গৈ তেওঁলোকে যদি আপৰ দলীয় প্ৰতীক বা পতাকা আদি ব্যৱহাৰ কৰে তেন্তে আইনগত পদক্ষেপ গ্ৰহণ কৰিব বুলি সকীয়াই দিছে দলটোৱে।

“আপৰ দলীয় সতীৰ্থ, শুভাকাংক্ষী তথা সৰ্বসাধাৰণৰ মাজত যাতে এই বিষয় লৈ কোনো ধৰণৰ ভুল বাৰ্তা নিবিয়পে সেই উদ্দেশ্যে এই প্ৰেছ বিজ্ঞপ্তি যোগে সংশ্লিষ্ট সকলো পক্ষৰ দৃষ্টি আকৰ্ষণ কৰিলোঁ। ” ডিমৌত একাংশ নিলম্বিত সদস্য উদ্যোগত অনুষ্ঠিত সভা আৰু অবৈধ ভাৱে গঠন কৰা ৰাজ্যিক পৰিষদ সন্দৰ্ভত আপৰ ৰাজ্যিক ৱৰ্কিং কমিটীৰ আহ্বায়ক ডাঃ ভবেন চৌধুৰীয়ে এইদৰে মত ব্যক্ত  কৰে।

প্ৰেছ বিজ্ঞপ্তি যোগে আজি আপৰ নেতাগৰাকীয়ে কয়,” দলৰ স্বাৰ্থ বিঘ্নিত কৰি অহৰহ দলবিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত চন্দনজ্যোতি ফুকন, মুনীন গগৈৰ উপৰি ব্ৰজেন সন্দিকৈ, অনুৰূপা বড়ো আৰু নাৰায়ণ দত্ত ভূঞাকো আম আদমী পাৰ্টিৰ পৰা নিলম্বন কৰা হৈছে। এই সন্দৰ্ভত দলৰ সকলো কাৰ্যকৰ্তা তথা স্বেচ্ছাসেৱক সকলক অৱগত কৰা হয় যে নিলম্বিত এই সকল ব্যক্তি কোনোপধ্যেই আপৰ সৈতে জড়িত নহয় অথবা তেওঁলোকে আপক প্ৰতিনিধিত্ব নকৰে। “

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

July 28, 2026 9:10 pm
প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

July 28, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd