• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ম্যানমাৰৰ ৰোহিংগীয়া অধ্যুষিত প্ৰদেশ `ৰাখাইন’ দখল কৰাৰ দাবী বিদ্ৰোহী আৰাকান আৰ্মীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 19, 2023 11:10 am
ফটো সৌজন্যঃ দ্য ইৰাৱাডী।

ফটো সৌজন্যঃ দ্য ইৰাৱাডী।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ম্যানমাৰৰ সেনাবাহিনীক পৰাস্ত কৰি সংখ্যালঘু ৰোহিংগা মুছলমান অধ্যুষিত ম্যানমাৰৰ পশ্চিম ৰাখাইন প্ৰদেশৰ নিয়ন্ত্ৰণ দখল কৰিছে অঞ্চলটোত স্বায়ত্তশাসনৰ বাবে প্ৰচাৰ চলাই অহা আৰাকান আৰ্মী নামৰ বিদ্ৰোহী সংগঠনটোৱে।

সামৰিক বাহিনীৰ সৈতে যুঁজি থকা বিদ্ৰোহী গোটসমূহে চীন আৰু ভাৰতৰ সীমান্তৱৰ্তী কেইবাখনো ৰাজ্যৰ অধিকাংশ চহৰৰ ওপৰতো নিয়ন্ত্ৰণ লাভ কৰিছে।

থাইলেণ্ডভিত্তিক ম্যানমাৰৰ সংবাদ মাধ্যম “দ্য ইৰাৱাডী”ৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য।

Apply Now

প্ৰতিবেদন অনুসৰি, আৰাকান আৰ্মীয়ে সামৰিক বাহিনীক পৰাস্ত কৰা বুলি দাবী কৰি ৰাখাইন প্ৰদেশৰ ১৭খন চহৰৰ ভিতৰত কমেও ১৫খন চহৰ আৰু চুবুৰীয়া চীন প্ৰদেশৰ পালেটৱা দখল কৰে। এই দুয়োখন প্ৰদেশৰ ১৪২টা সামৰিক চকীও তেওঁলোকে দখল কৰিছে।

লগতে পঢ়কঃ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত অযোধ্যালৈ যোৱা বাৰণ আদৱানী আৰু যোশীৰ!

দেশৰ দক্ষিণ-পশ্চিম অঞ্চলৰ চাগাইং অঞ্চলৰ ভাৰত সীমান্তৰ সমীপৱৰ্তী খামপাট নামৰ এখন চহৰো দখল কৰে তাৰ বিদ্ৰোহী সংগঠনে। ম্যানমাৰ সেনাবাহিনীৰ ২২৮ আৰু ৩৯১ নং লাইট ইনফেন্ট্ৰি বেটেলিয়নৰ প্ৰায় ২০০ জোৱানে চহৰখন পুনৰ নিয়ন্ত্ৰণৰ বাবে ১০ ডিচেম্বৰৰ পৰা যুদ্ধ কৰি আহিছে। স্থল-বায়ুপথেৰে বিদ্ৰোহীৰ ঘাটিত আক্ৰমণ চলাইছে সামৰিক বাহিনীয়ে।

আৰাকান আৰ্মীৰ এক বিবৃতিত কোৱা হৈছে যে বিগত ৪৫ দিন ধৰি ৰাখাইন আৰু চীন প্ৰদেশত সামৰিক বাহিনীৰ বিৰুদ্ধে বিদ্ৰোহীয়ে যুঁজ দি আহিছে। সেই সময়ত তেওঁলোকে ৰাখাইনৰ ৰাজধানী ছিট্ট আৰু আন ১৪খন চহৰৰ সামৰিক ঘাটি দখল কৰে। ইয়াৰ উপৰিও বিদ্ৰোহীয়ে চীন প্ৰদেশৰ পালেটৱা চহৰত থকা জুন্টা বাহিনীৰ ১৭টা ঘাটিও দখল কৰিছে।

উত্তৰ ৰাখাইন প্ৰদেশৰ ম্ৰাউক ইউ, পাকটাও আৰু মাউংডু আৰু দক্ষিণ চীনৰ পালেটৱা চহৰত বিদ্ৰোহীয়ে সামৰিক বাহিনীৰ সৈতে যুঁজি আছে। যোৱা বুধবাৰে ম্ৰাউক ইউ চহৰৰ কোৱাই থাউং চাৰ্চৰ সমীপত আৰাকান আৰ্মী আৰু সামৰিক বাহিনীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। এই সংঘৰ্ষত জুন্টা বাহিনীৰ বহু সংখ্যক সদস্য নিহত হয়। পিছত ম্যানমাৰৰ জুন্টাই বিদ্ৰোহীসকলৰ স্থান লক্ষ্য কৰি বিমান আক্ৰমণ চলায়।

লগতে পঢ়কঃচীনত শক্তিশালী ভূমিকম্প; শতাধিক লোকৰ মৃত্যু, আহত বহুলোক

ৰাখাইনৰ ম্ৰাউক ইউ চহৰৰ বাসিন্দাসকলে জনোৱা মতে, পায়াৰ ৱাক, ইৱাৰ হং টাও, পিপিন কন আৰু মং থাৰ কন গাঁৱত সামৰিক বিমানে আক্ৰমণ চলায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm
কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

July 16, 2026 7:59 pm
খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

July 16, 2026 7:43 pm
সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

July 16, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm
কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

July 16, 2026 7:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd