Class-কোকৰাঝাৰৰ ধৰ্ষণ-হত্যা: আৰক্ষীৰ কব্জাত অভিযুক্ত হাটৰৰ্খিV-Student-Gang-Raped-And-Set-On-Fire-By-Schoolmates-In-Assam-3

হোজাইত বিশেষভাৱে সক্ষম নাবালিকাক দেউতাকৰ সন্মুখতে ধৰ্ষণ; দুজনক আটক

চিকিৎসাধীন ৰোগীক যৌন নিৰ্য্যাতনৰ দৰে এটা জঘন্য কাণ্ডই উত্তৰ গুৱাহাটী জোকাৰি যোৱাৰ সময়তে হোজাইত আন এগৰাকী বিশেষভাৱে সক্ষম ৬ বছৰীয়া ...

4regKirip_2C-2-750x375

গুৱাহাটীৰ সাংসদগৰাকীয়ে সংসদত গোটেই উত্তৰ-পূৰ্বাঞ্চলকে প্ৰতিনিধিত্ব কৰে : কিৰিপ চলিহা

আসন্ন লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি গোটেই ৰাজ্যখনতে নিৰ্বাচনী উত্তাপ বৃদ্ধি পোৱাৰ সময়তে গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ কিৰিপ চলিহাই কয় ...

Hagrama

মোডীৰ নিৰ্বাচনী সভালৈ আমন্ত্ৰণ নাপালে হাগ্ৰামা মহিলাৰীয়ে

বিজেপিয়ে এলাগী কৰিলে বিজেপি চৰকাৰৰে সহযোগী দল বিপিএফক। শনিবাৰে অৰ্থাৎ ৩০ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মৰাণ আৰু গহপুৰত দুখনকৈ নিৰ্বাচনী ...

car-thief-750x375

গাড়ী চুৰিৰ ঘটনাৰ সৈতে জড়িত ৫জন নগা যুৱকক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ

অসম আৰক্ষীয়ে শনিবাৰে মৰিগাঁও আৰক্ষী থানাত পঞ্জীয়ন হৈ থকা এটা গাড়ী চুৰিৰ গোচৰত জড়িত থকাৰ অভিযোগত গোলাঘাটত নাগালেণ্ডৰ ৫জন যুৱকক ...

24-05-18-Guwahati-Prafulla-Kumar-Mahanta-PMT-1-768x581

নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী প্ৰাৰ্থীক ভোট দিয়াৰ আহ্বান প্ৰফুল্ল মহন্তৰ

‘’নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত মোৰ স্থিতি পূৰ্বৰ দৰেই একেই আছে। অগপ বা আন কোনো প্ৰাৰ্থীৰ হৈয়েই মই নিৰ্বাচনী প্ৰচাৰ নচলাও।‘’ ...

RP-Sharma-750x375

আঁতৰা নাই ক্ষোভ! : মোডীৰ নিৰ্বাচনী সভাত অনুপস্থিত সাংসদ আৰ পি শৰ্মা

তেজপুৰ লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব লাভৰ পৰা বঞ্চিত বিজেপিৰ সাংসদ ৰাম প্ৰসাদ শৰ্মাৰ ক্ষোভ এতিয়াও আঁতৰা নাই। বিজেপিৰ দলীয় কাৰ্যসূচীৰ পৰা ...

maxresdefault

কৃষ্ণাইত প্ৰতিষ্ঠিত বেংকৰ শাখা সমূহত গ্ৰাহকক অভব্য আচৰণ : উৰ্দ্ধতন কৰ্তৃপক্ষক উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী ৰাইজৰ

কৃষ্ণাই গ্ৰাম্য চহৰ খনত প্ৰতিষ্ঠিত বিভিন্ন বেংক প্ৰতিষ্ঠানৰ শাখা সমূহৰ বিৰুদ্ধে গ্ৰাহকক অভব্য আচৰণ কৰাকে ধৰি বিভিন্ন অভিযোগ উত্থাপিত হৈছে ৷ ...

IMG-20190331-WA0000

বিহুটিক আদৰাৰ প্ৰস্তুতি : গোলাঘাট আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত বিহু কৰ্মশালাৰ আয়োজন

অসমীয়াৰ অতি হেঁপাহৰ ৰঙালী বিহুটি আহি পদূলিমুখত উপস্থিত হোৱাৰ প্ৰাক্ক্ষণত বিহুটিক আদৰাৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে। নতুন প্ৰজন্মৰ বাবে ৰঙালী ...

ডিমৌত খাদ্যত বিষক্ৰিয়া হৈ অৰ্ধশতাধিক দুষ্প্ৰাপ্য শগুন নিহত

ডিমৌত খাদ্যত বিষক্ৰিয়া হৈ অৰ্ধশতাধিক দুষ্প্ৰাপ্য শগুন নিহত

শিৱসাগৰ জিলাৰ ডিমৌ সমীপৰ বাম ৰজাবাৰী নলনী পথাৰত সংঘটিত এক মৰ্মান্তিক ঘটনাত প্ৰায় অৰ্ধশতাধিক দুষ্প্ৰাপ্য শগুন মৃত্যু মুখত পৰে। এই ...

Amit-shahh

ভোট হেৰুওৱাৰ শংকা : মোদী-শ্বাহৰ ভাষণৰ পৰা হেৰাল নাগৰিকত্ব বিধেয়কৰ প্ৰসংগ

ডেৰ মাহ আগলৈ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ উত্তাল হৈ থকা অসমত এতিয়া নিৰ্বাচনী বতাহ বলিছে। কিন্তু এই নিৰ্বাচনী কুচকাৱাজ চলি ...

Page 5046 of 6673 1 5,045 5,046 5,047 6,673

Recent News