ৰাইজৰ হেঁচাতহে পঞ্চায়তৰ নিযুক্তিৰ তদন্ত ঘোষণা ‘নিকা প্ৰশাসন’ৰ কথা কোৱা মুখ্য মন্ত্ৰীৰ : এল ডি পি
‘নিকা প্ৰশাসন’ৰ কথা কোৱা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ তিনিটা বছৰ সম্পূৰ্ণ নৌহওতেই এতিয়া দুৰ্নীতিৰ অভিযোগে ৰাজ্যত তোলপাৰ ...