• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাইজৰ হেঁচাতহে পঞ্চায়তৰ নিযুক্তিৰ তদন্ত ঘোষণা ‘নিকা প্ৰশাসন’ৰ কথা কোৱা মুখ্য মন্ত্ৰীৰ : এল ডি পি

অনির্বান পাঠক by অনির্বান পাঠক
March 12, 2019 4:55 pm
IMG-20190312-WA0012

বেলতলাৰ মুখ্য কাৰ্যালয়ত মঙলবাৰে এল ডি পিৰ সংবাদমেল। ফটো : নৰ্থইষ্ট নাও

257
VIEWS
Share on FacebookShare on Twitter

‘নিকা প্ৰশাসন’ৰ কথা কোৱা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ তিনিটা বছৰ সম্পূৰ্ণ নৌহওতেই এতিয়া দুৰ্নীতিৰ অভিযোগে ৰাজ্যত তোলপাৰ লগাইছে। শেহতীয়াভাৱে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তিত ব্যাপক অনিয়মৰ অভিযোগৰ মুখ্য মন্ত্ৰীয়ে এজন আমোলক তদন্তৰ দায়িত্ব দিয়েই দায় সাৰিব বিচৰা কাৰ্যই চৰ্চা লাভ কৰিছে।

তদুপৰি, ‘দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল’ নীতি লোৱা বুলি দাবী কৰি অহা মুখ্য মন্ত্ৰী সোণোৱাল প্ৰকৃততে দুৰ্নীতি বিৰোধী স্থিতিত কিমান অটল তাক লৈও প্ৰশ্ন উত্থাপন হৈছে। কাৰণ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত মুখ্য মন্ত্ৰীয়ে উপায়হীন হৈহে এই তদন্তৰ ঘোষণা কৰা বুলি মন্তব্য কৰিছে লিবাৰেল ডেমক্ৰেটিক পাৰ্টি (এল ডি পি)য়ে।

মঙলবাৰে গুৱাহাটীৰ বেলতলাত থকা দলটোৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি এল ডি পিৰ সভাপতি গুণ গগৈয়ে কয়, ‘ৰাইজৰ হেঁচাত পৰিহে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে তদন্ত ঘোষণা কৰিছে। কিন্তু এই এজনীয়া তদন্ত কমিটিক ৰাইজে আশ্বাসত ল’ব পৰা নাই।‘

গুণ গগৈয়ে লগতে বিভাগটোত নিযুক্তিৰ প্ৰক্ৰিয়াত সংঘটিত অনিয়মৰ অভিযোগ চি বি আই বা উচ্চস্তৰীয় তদন্ত কৰাৰো দাবী কৰে। ইয়াৰ উপৰিও তদন্ত প্ৰক্ৰিয়া সমাপ্ত নোহোৱালৈ এই নিযুক্তি বাতিল কৰাৰো দাবী জনায়।

দলটোৱে লগতে স্বচ্ছ আৰু নিকা প্ৰশাসনৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা চৰকাৰখনৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ নিযুক্তিত হোৱা দুৰ্নীতি আৰু স্বজন-তোষণে মিথ্যাচাৰী আৰু প্ৰৱঞ্চনাৰ স্বৰূপটো উদঙাই দিয়া বুলিও মন্তব্য কৰে।

ইপিনে, ৯৪৫ টা পদৰ বিপৰীতে প্ৰায় ১ লাখ ৮০ হাজাৰ প্ৰাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাটোত সংঘটিত হোৱা খেলিমেলিৰ পাছত চি আই ডিৰ তদন্তত কেতবোৰ বিসংগতিৰ তথ্য প্ৰকাশ পাইছিল। কিন্তু সেই সমূহক আওকান কৰি বিভাগটোৱে ফলাফল ঘোষণা আৰু নিযুক্তি প্ৰদান কৰা কাৰ্যৰো এল ডি পিয়ে বিৰোধিতা কৰে।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd