• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অৰুণাচলত বানৰ তাণ্ডৱ, কেইবা ঠাইতো খহি পৰিছে পাহাৰৰ মাটি

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 13, 2022 4:50 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰষুণ, বান আৰু ভূমিস্খলনে ত্ৰাসৰ সৃষ্টি কৰিছে অৰুণাচলত। যোৱা কিছুদিন ধৰি ৰাজ্য খনত হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত বহু ঠাইৰ পৰা পাহাৰৰ মাটি খহি পৰাৰ খবৰ আহিছে।বানে ৰাজ্য খনৰ বহু ঠাইত উটুৱাই নিছে বাট-পথ, বিদ্যুৎ পৰিবাহী খুঁটা ।

হাই এলাৰ্ট জাৰি বানে বিষম পৰিস্থিতিৰ সৃষ্টি কৰিছে অৰুণাচলত।

Apply Now

ধাৰাসাৰ বৰষুণৰ ফলত অৰুণাচলৰ পূব চিয়াঙত সতৰ্কতা জাৰি কৰা হৈছে।শেহতীয়া বান পৰিস্থিতিৰ বুজ লৈ পূব চিয়াঙৰ উপায়ুক্ত তাই টাগুৱে এই অঞ্চলসমূহত বাস কৰা লোকসকলক নদীতমাছ মৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়।

তেওঁ জলসম্পদ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগসমূহে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখি থকাৰ বাবে লোকসকলক আতংকিত নহ’বলৈ কয়।

তেওঁ লগতে কয়, “যিকোনো আসন্ন বিপদৰ বিষয়ে আগতীয়াকৈ জনোৱা হ’ব।”

টাগুৱে বিষয়াসকলক জিলা সদৰ এৰি নাযাবলৈ আৰু পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিছে।
জিলা দুৰ্যোগ ব্যৱস্থাপনা বিষয়া চাংপা তাছিয়ে কয় যে পাচিঘাটত সোমবাৰে ৪৮২ মিমি আৰু মঙলবাৰে ৪৮০ মিমি বৰষুণ নথিভুক্ত কৰা হৈছে, যি যোৱা ২৫ বছৰত সৰ্বাধিক।

তেওঁ কয়, “চিয়াঙৰ পানীৰ স্তৰ বাঢ়ি আছে কিন্তু ই বিপদসীমাৰ তলতে বৈ আছে।” এছডিআৰএফ দলে পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু পাচিঘাট চহৰৰ সকলো অঞ্চল পৰিদৰ্শন কৰিছে, তেওঁ লগতে কয়।

পাচিঘাট জল সম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা গোনং পাৰ্টিনে কয় যে তেওঁ কেন্দ্ৰীয় জল আয়োগৰ (চিডব্লিউচি) সৈতে নিৰন্তৰ যোগাযোগ কৰি আছে।

চিয়াং নদীৰ গুয়াজিং ষ্টেচনত এতিয়ালৈকে কোনো অস্বাভাৱিক পানীৰ প্ৰবাহ দেখা পোৱা নাই, তেওঁ কয়।

হাইৱেৰ কাৰ্যবাহী অভিযন্তা ডাবে পাৰমে কয় যে ৬৪ কিলোমিটাৰ এলেকাত পাচিঘাট-পাংগিন পথটো বিচ্ছিন্ন হৈ পৰিছে। আনহাতে বৃহৎ ভূমিস্খলনৰ ফলত পাচিঘাট-চিগাৰ ৰোডৰ কেইবাটাও ঠাইতো বন্ধ হৈ পৰিছে।
তেওঁ কয়, “পথটো পৰিষ্কাৰ কৰিবলৈ চেষ্টা চলাই থকা হৈছে।”

বিদ্যুৎ বিভাগৰ কাৰ্যবাহী অভিযন্তা তাৰিক মিজে কয় যে চিলে নদীয়ে চিলক ১২ মাইল অঞ্চলৰ সৈতে সংযোগ কৰা ১১ কেভি লাইনৰ বৈদ্যুতিক খুটাবোৰ উটুৱাই নিছে।
নিম্ন দিবাং উপত্যকা জিলাৰ বোমজিৰৰ দিবাং নদীৰ এটা দ্বীপত আৱদ্ধ হৈ থকা পাৱাৰ গ্ৰিড কৰ্পোৰেচনৰ ৩১ জন শ্ৰমিকক উদ্ধাৰ কৰা হৈছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

August 27, 2026 9:42 am
নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

August 27, 2026 8:25 am
ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

August 27, 2026 6:46 am
উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

August 27, 2026 9:42 am
নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

August 27, 2026 8:25 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd