• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কঠোৰ আৰক্ষী; ধুবুৰীত ল’কডাউনৰ উলংঘা কৰাৰ অপৰাধত তিনিশৰো অধিক লোকক গ্ৰেপ্তাৰ

Mukesh Kumar Singh মুকেশ কুমাৰ সিং
ধুবুৰী , April 23, 2020 9:27 am

1 min read

0c174588-bb3b-464f-b60f-8dc44373d6a8

প্ৰতিনিধিত্বমূলক ছবি

28.4k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’নাতংকৰ বাবে দেশজুৰি বলবৎ আছে ল’কডাউন।

এই ল’কডাউন উলংঘা কৰাৰ অপৰাধত ধুবুৰী জিলাত প্ৰায় ৩০০ ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰিছে ধুবুৰী আৰক্ষীয়ে।

জিলাখনত ল’কডাউন উলংঘনৰ ঘটনাৰ বাবে বৰ্তমানলৈকে প্ৰায় ৮০ খন এজাহাৰ জিলাখনৰ বিভিন্ন থানাত পঞ্জীয়ন কৰা হৈছে।

উক্ত সময়ছোৱাত জিলাখনত ১০০ খন মটৰ চাইকেল, ২৫০ খন বাইচাইকেল আৰু ১০ খন যন্ত্ৰচালিত নাও জব্ধ কৰিছে আৰক্ষীয়ে। চাৰিচকীয়া ৪ খন বাহনৰ লগতে এখনকৈ ট্ৰাক, বাছ আৰু জেচিবিও জব্ধ কৰিছে আৰক্ষীয়ে।

জিলাখনৰ শীৰ্ষ আৰক্ষী বিষয়াই কয় যে গ্ৰেপ্তাৰ কৰা অধিকাংশ লোককে ল’কডাউন কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে আৰু ইয়াৰ প্ৰায় ৫০ জন লোক ইতিমধ্যে জামিন লাভ কৰিছে। আন সকলক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে এজাহাৰসমূহৰ অধিকাংশই ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮/২৬৭ আৰু ৫১ (বি)২০০৫ ধাৰাত পঞ্জীয়ন কৰা হৈছে।

এতিয়ালৈকে জিলাখনৰ ধুবুৰী সদৰ থানাত ৩২ টা, গৌৰিপুৰ থানাত ১১, গোলোকগঞ্জ থানাত ১৫, আগমনিত ৫, তমাৰহাটত ১, বিলাসীপাৰা থানাত ১০ আৰু চাপৰ থানাত ৬ টাকৈ গোচৰ পঞ্জীয়ন কৰা হৈছে।

Tags: COVID-19

Recent News

index

‘দুটি সন্তানৰ নীতি’ আইন বলৱৎ কৰাৰ দাবী জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ

a black t

ব্লেক টি হ’ব চীনৰ ই-কমাৰ্চ প্লেটফৰ্মত বিপণন হবলগীয়া ম্যানমাৰৰ প্ৰথম পণ্য

Rhino

চতিয়াত গঁড়ৰ মুক্ত বিচৰণ; গঁড়টোৰ গতিবিধিত তীক্ষ্ণ দৃষ্টি ৰাখিছে বন বিভাগৰ লোকে

-uri

গাৰো স্বায়ত্ব শাসিত পৰিষদ গঠনৰ দাবীৰে সংযুক্ত গাৰো স্বায়ত্ব পৰিষদ সংগ্রাম সমিতিৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd