• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

আন এক ভাৰত-পাক ৰোমাঞ্চ: স্নায়ু যুঁজত জয়েৰে স্কোৱাছত স্বৰ্ণ জয় ভাৰতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 30, 2023 5:26 pm
Asian Games 2023
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ৰীড়াবিশ্বত ভাৰত বনাম পাকিস্তান মানেই এক চৰম উৎকণ্ঠা, ৰোমাঞ্চপূৰ্ণ খেল। সেয়া ক্ৰিকেটেই হওক অথবা হকীয়েই হওক, নতুবা জেভেলিনৰ প্ৰতিদ্বন্দিতাই হওক। ভাৰত-পাকিস্তানৰ মাজত আন এক ৰোমাঞ্চকৰ যুঁজৰ সাক্ষী হ’ল ক্ৰীড়াবিশ্ব।

চীনৰ হাংঝ’ত চলি থকা এছিয়ান গেমছৰ আজি সপ্তম দিনা অনুষ্ঠিত হোৱা স্কোৱাছৰ দলীয় শাখাত এক তীব্ৰ উত্তেজনাপূৰ্ণ মেচত অৱতীৰ্ণ হয় ভাৰত-পাকিস্তান। প্ৰতিদ্বন্দিতাপূৰ্ণ এই মেচখনত অৱশেষত বিজয়ৰ শেষ হাঁহি মাৰি স্বৰ্ণ জয় কৰে ভাৰতীয় দলে।

Apply Now

উত্তেজনাপূৰ্ণ ফাইনেলখনত প্ৰথম মেচখনত মহেশ মঙ্গাওকাৰ পৰাস্ত হয় যদিও দ্বিতীয় মেচত জয়েৰে ভাৰতৰ হৈ সমতা স্থাপন কৰে সৌৰভ ঘোষালে।

আনহাতে নিৰ্ণায়ক মেচখনত অভয় সিঙে তীব্ৰ প্ৰত্যাহ্বানৰ অন্তত প্ৰতিপক্ষ নুৰ জামানক পাঁচ ছেটৰ মাৰাথান যুঁজত ৩-২ ব্যৱধানত পৰাস্ত কৰি স্বৰ্ণ নিশ্চিত কৰে।

লক্ষণীয়ভাৱে দিনটোত এয়া আছিল ভাৰতৰ দ্বিতীয়টো স্বৰ্ণ। স্কোৱাছৰ পূৰ্বে টেনিছৰ মিক্সড ডাবলছত ৰোহন বোপান্না আৰু ৰুতুজা ভোছাল যুটীয়ে ভাৰতক আজিৰ প্ৰথমটো আৰু সামগ্ৰিকভাৱে নৱমটো স্বৰ্ণৰ সোৱাদ দিয়ে।

ইফালে চলি আছে পুৰুষৰ বেডমিণ্টনৰ ছেমি ফাইনেল। দক্ষিণ কোৰিয়াৰ বিপক্ষে চলি থকা ছেমিফাইনেলত ১-১ ব্যৱধানত অৱস্থান কৰি আছে দুয়োটা দল। ফাইনেলত প্ৰৱেশৰ লক্ষ্যৰে ভাৰতীয় দলৰ হৈ নিৰ্ণায়ক মেচত নামিছে লক্ষ সেন।

সেইদৰে বক্সিঙত নিজ নিজ শাখাৰ কোৱাৰ্টাৰত জয়েৰে ছেমিত প্ৰৱেশৰ লগতে পদকো নিশ্চত কৰিছে অসমৰ লাভলিনা বৰগোহাঁইৰ লগতে আন দুগৰাকী বক্সাৰ প্ৰীতি পাৱাৰ আৰু নৰেন্দৰে।

অৱশ্যে দিনটোৰ এই সফলতাৰ বিপৰীতে ভাৰতৰ অন্যতম প্ৰধান পদক প্ৰত্যাশী মীৰাবাঈ চানু পদক জয়ত বিফল হয়। ভাৰোত্তোলনৰ নিজ শাখাত চতুৰ্থ স্থানতে সন্তুষ্ট থাকে চানু।

সেইদৰে টেবুল টেনিছৰো মহিলাৰ একক শাখাৰ কোৱাৰ্টাৰ ফাইনেলত য়িডি ৱাঙৰ বিৰুদ্ধে ২-৪ ব্যৱধানত পৰাস্ত হৈ বিদায় লয় মণিকা বাট্ৰাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd