• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কমনৱেলথ গেমছৰ জুডোত ভাৰতৰ প্ৰথমটো স্বৰ্ণ জয়: ইতিহাস ৰচিলে অস্মিতা দে’য়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 5, 2026 10:09 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৰ্তুগালৰ ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডো কেৱল ফুটবল জগতৰে নহয়, বৰঞ্চ বিশ্বৰ বিভিন্ন ক্ৰীড়াৰ খেলুৱৈসকলৰ বাবেও এক অন্যতম অনুপ্ৰেৰণাৰ উৎস। শেহতীয়াকৈ কমনৱেলথ গেমছৰ জুডোটো ভাৰতৰ হৈ প্ৰথমটো সোণৰ পদক অৰ্জন কৰি ইতিহাস ৰচা অস্মিতা দে’য়েও তেওঁৰ এই ঐতিহাসিক সফলতাৰ আঁৰত ৰোনাল্ডোৰ জীৱন সংগ্ৰামৰ অৱদান থকা বুলি প্ৰকাশ কৰিছে।

 

Apply Now

মহিলাৰ -৪৮ কিলোগ্ৰাম শাখাৰ ফাইনেল মেচত অস্মিতাই কানাডাৰ হেইডি কুৱাচক পৰাস্ত কৰি এই সোণৰ পদকটো দখল কৰে। মেচখনৰ নিৰ্ধাৰিত সময়ত দুয়োগৰাকী খেলুৱৈয়ে সমতা স্থাপন কৰাৰ পাছত ‘গ’ল্ডেন স্ক’ৰ’ ৰাউণ্ডৰ জৰিয়তে মেচৰ ফলাফল নিৰ্ণয় কৰা হয়। ফাইনেলত অস্মিতাই ‘য়ুকো’ পইণ্টৰ আধাৰত ২-১ ব্যৱধানত জয়লাভ কৰে। মেচৰ আৰম্ভণিতে কানাডাৰ খেলুৱৈগৰাকীয়ে অগ্ৰগতি লাভ কৰিছিল যদিও অস্মিতাই দৰ্শনীয় প্ৰত্যাৱৰ্তন ঘটাই সমতা স্থাপন কৰে। পৰৱৰ্তী সময়ত ‘গ’ল্ডেন স্ক’ৰ’ ৰাউণ্ডত অস্মিতাই নিৰ্ণায়ক পইণ্ট অৰ্জন কৰে আৰু ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনে।

 

ছনী স্প’ৰ্টছ নেটৱৰ্কে শ্বেয়াৰ কৰা এটা ভিডিঅ’ত নিজৰ আদৰ্শৰ বিষয়ে উল্লেখ কৰি অস্মিতাই কয় যে তেওঁ আটাইতকৈ বেছি ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ বিষয়ে পঢ়ে আৰু তেওঁৰ খেল চায়। ৰোনাল্ডোৱে নিজৰ জীৱনত কৰা কঠোৰ সংগ্ৰামৰ কথা উল্লেখ কৰি অস্মিতাই কয় যে মাত্ৰ ১৯ বছৰ বয়সতে পিতৃহাৰা হোৱাৰ পাছতো তেওঁ বিশ্বৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হ’ল আৰু আজি সমগ্ৰ বিশ্বই তেওঁক চিনি পায়। ৰোনাল্ডোৰ সমগ্ৰ জীৱন কাহিনী আৰু যাত্ৰাই অস্মিতাক আটাইতকৈ বেছি অনুপ্ৰাণিত কৰে বুলি খেলুৱৈগৰাকীয়ে জানিবলৈ দিয়ে।

 

অস্মিতাৰ এই ঐতিহাসিক সফলতাৰ লগতে আন ভাৰতীয় জুডো খেলুৱৈসকলেও প্ৰতিযোগিতাখনত সুন্দৰ প্ৰদৰ্শন দাঙি ধৰে। হৰ্ষ সিঙে সোণৰ পদক, যামিনী মৌৰ্যই ৰূপৰ পদক আৰু উন্নতি শৰ্মাই ব্ৰঞ্জৰ পদক অৰ্জন কৰি কমনৱেলথ গেমছত ভাৰতৰ জুডোৰ পদকৰ সংখ্যা চাৰিটালৈ বৃদ্ধি কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কমনৱেলথ গেমছৰ জুডোত ভাৰতৰ প্ৰথমটো স্বৰ্ণ জয়: ইতিহাস ৰচিলে অস্মিতা দে’য়ে

কমনৱেলথ গেমছৰ জুডোত ভাৰতৰ প্ৰথমটো স্বৰ্ণ জয়: ইতিহাস ৰচিলে অস্মিতা দে’য়ে

August 5, 2026 10:09 am
য়েমেনৰ উপকূলত আক্ৰমণৰ সন্মুখীন হৈ ডুবিল ভাৰতীয় জাহাজ; ১৩ জন ভাৰতীয় নাবিকক সুৰক্ষিতভাৱে উদ্ধাৰ

য়েমেনৰ উপকূলত আক্ৰমণৰ সন্মুখীন হৈ ডুবিল ভাৰতীয় জাহাজ; ১৩ জন ভাৰতীয় নাবিকক সুৰক্ষিতভাৱে উদ্ধাৰ

August 5, 2026 9:08 am
‘ডিজিটেল এৰেষ্ট’ সংক্ৰান্তত উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক নিৰ্দেশনা: বেংকৰ বাবে এছঅ’পি প্ৰস্তুত আৰু ক্ষতিপূৰণৰ নতুন গাঁথনি প্ৰস্তুতৰ নিৰ্দেশ

‘ডিজিটেল এৰেষ্ট’ সংক্ৰান্তত উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক নিৰ্দেশনা: বেংকৰ বাবে এছঅ’পি প্ৰস্তুত আৰু ক্ষতিপূৰণৰ নতুন গাঁথনি প্ৰস্তুতৰ নিৰ্দেশ

August 5, 2026 7:54 am
‘এনাৰ্জি ড্ৰিংক’ নামটো বিভ্ৰান্তিকৰ! পানীয়ত কি কি উপাদান থাকিলে ই স্বাস্থ্যৰ বাবে ক্ষতিকাৰক, তালিকা প্ৰকাশ এফ এছ এছ এ আইৰ

‘এনাৰ্জি ড্ৰিংক’ নামটো বিভ্ৰান্তিকৰ! পানীয়ত কি কি উপাদান থাকিলে ই স্বাস্থ্যৰ বাবে ক্ষতিকাৰক, তালিকা প্ৰকাশ এফ এছ এছ এ আইৰ

August 5, 2026 7:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কমনৱেলথ গেমছৰ জুডোত ভাৰতৰ প্ৰথমটো স্বৰ্ণ জয়: ইতিহাস ৰচিলে অস্মিতা দে’য়ে

কমনৱেলথ গেমছৰ জুডোত ভাৰতৰ প্ৰথমটো স্বৰ্ণ জয়: ইতিহাস ৰচিলে অস্মিতা দে’য়ে

August 5, 2026 10:09 am
য়েমেনৰ উপকূলত আক্ৰমণৰ সন্মুখীন হৈ ডুবিল ভাৰতীয় জাহাজ; ১৩ জন ভাৰতীয় নাবিকক সুৰক্ষিতভাৱে উদ্ধাৰ

য়েমেনৰ উপকূলত আক্ৰমণৰ সন্মুখীন হৈ ডুবিল ভাৰতীয় জাহাজ; ১৩ জন ভাৰতীয় নাবিকক সুৰক্ষিতভাৱে উদ্ধাৰ

August 5, 2026 9:08 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd