• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিজেপিৰ বিৰুদ্ধে “অসমীয়া-বংগভাষী” শক্তি গঠন অসম জাতীয় পৰিষদৰ

"কা" খন কৰ'না ভাইৰাছতকৈও বেছি ভয়ংকৰ : অজাপ

NE NOW NEWS জাহ্নৱী বৰুৱা
গুৱাহাটী , February 12, 2021 4:43 pm

1 min read

IMG-20210212-WA0003(2)

অসম জাতীয় পৰিষদৰ সংবাদমেল। ফটো: নৰ্থইষ্ট নাও।

235
VIEWS
Share on FacebookShare on Twitter

বিজেপিয়ে বাংলাভাষীক সংকটৰ মাজলৈ ঠেলি দিব বিচাৰিছে। কা বলবৎ কৰি অসমীয়া আৰু বঙালী লোকৰ মাজত বিভাজন সৃষ্টি কৰাৰ লগতে সংঘাত আনিব বিচাৰিছে।

বিজেপিয়ে সৃষ্টি কৰিব বিচৰা এই সংঘাত দূৰ কৰিবৰ কাৰণে অসম জাতীয় পৰিষদে এক পদক্ষেপ হাতত লোৱা বুলি জানিবলৈ দিয়ে দলটোৰ উপ সভাপতি অদীপ ফুকনে।

শুকুৰবাৰে অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্য্যালয়ত এক সংবাদমেল সম্বোধন কৰি ফুকনে কয়, “বাহিৰৰ পৰা বতাহ আনি অসমত বলাই অসমত যি পৰিস্থিতিৰ সৃষ্টি কৰিছে সেয়া আমি হ’বলৈ নিদিওঁ। ইয়াক বাধা দিবৰ কাৰণে অসমৰ চিন্তাশীল বাংলাভাষী লোকক লৈ বংগ ভাষী অসমীয়া শক্তি সৃষ্টি কৰিব বিচাৰিছো।”

ইতিমধ্যে সমগ্ৰ অসমতে ঐক্যবদ্ধ প্ৰচেষ্টাৰে এই শক্তিৰ কাম কাজ আৰম্ভ হৈছে।

“অসমৰ বাংলাভাষী লোকসকলে ভাষিক, ৰাজনৈতিক, আৰ্থ সমাজিক অধিকাৰ লাভ কৰিব পাৰে বা এনে ক্ষেত্ৰত কোনেও যাতে ৰাজনীতি কৰিব নোৱাৰে তাৰ বাবে এটা সন্মিলিত শক্তি গঠন কৰা হৈছে”-ফুকনে সংবাদমেলত কয়।

ইয়াৰ উপৰিও কোভিড-১৯ত কৈও কা আইনখন বেছি ভয়াৱহ বুলি দাবী কৰি ফুকনে লগতে কয়, “এই কা অসমত বলৱৎ কৰিলে বিজেপি চৰকাৰে যিকোনো প্ৰত্যাহ্বানৰ তথা পৰিণামৰ বাবে সাজু থাকিব লাগিব।”

আনহাতে, অসমত নতুন আঞ্চলিকতাবাদী চৰকাৰ গঠন হ’লে “কা” খন অসমত বলবৎ কৰিব নোৱাৰাকৈ প্ৰস্তাৱ গ্ৰহণ কৰিব বুলিও তেওঁ সংবাদমেলত সদৰী কৰে।

Recent News

rishabh pant century 3

বিশ্বৰ দ্বিতীয় গৰাকী উইকেটকীপাৰ হিচাপে অভিলেখ গঢ়ি গিলখ্ৰীষ্টক স্পৰ্শ কৰিলে ঋষভ পন্টে

bjp-2-1541141023-715x375

বিসম্বাদৰ উকমুকনি! বিজেপিৰ ৭০ জনীয়া তালিকাত বাদ পৰিল ১২গৰাকী বিধায়ক

a-bjp-750x375

বিজেপিয়ে ঘোষণা কৰা ৭০জনীয়া তালিকাত মাত্ৰ ৪গৰাকী মহিলা, এগৰাকী মুছলমান প্ৰাৰ্থী

bitopan saikia

পণ ল’লে বিতোপনে! গোলাঘাটত প্ৰাক্তন কংগ্ৰেছীক প্ৰাৰ্থিত্ব দিয়াত বিজেপি এৰি যোগ দিলে কংগ্ৰেছত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd