• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘জাতিধ্বংসী’ বিধেয়কক লৈ অসম বিজেপিত দলৰ মজিয়াতে ক্ষোভ : কেইবাজনৰো পদত্যাগ

আন বহু সংখ্যক নেতা-কৰ্মীয়ে দুই-এদিনতে দলত্যাগ কৰিবলৈ সাজু হৈছে

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
January 9, 2019 6:43 am
Mehdi-Alom-Bora-750x375

পদত্যাগ কৰা অসম বিজেপিৰ মুখপাত্ৰ মেহদী আলম বৰা। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ৰাইজ তথা বিভিন্ন জাতীয়-জনগোষ্ঠীয় দল-সংগঠনে কৰা আন্দোলনক সম্পূৰ্ণৰূপে ভেঙুচালি কৰি শাসকদল বিজেপিয়ে লোকসভাত গৃহীত কৰিলে নাগৰিকত্ব সংশোধনী বিধেয়ক। দলটোৰ নেতৃত্বৰ এই স্থিতিত অসমৰ ৰাইজৰ প্ৰতিবাদৰ সমান্তৰালকৈ দলটোৰ মজিয়াতো ক্ষোভৰ উৎগিৰণ হৈছে।

বিজেপিৰ এই ‘অসম বিৰোধী’ স্থিতিৰ বিৰোধিতাৰে দলটোৰ সদস্য পদ ত্যাগ কৰিছে কেইবাজনো নেতাই। পত্ৰযোগে তেওঁলোকে দলৰ ৰাজ্যিক নেতৃত্বক জনাইছে তীব্ৰ অসন্তুষ্টি।

Apply Now

দলৰ সভাপতিলৈ ৮ জানুৱাৰিত পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে বিজেপিৰ শোণিতপুৰ পশ্চিম জিলা সমিতিৰ প্ৰাক্তন উপ-সভাপতি অনুপম বৰুৱাই।

বৰুৱাই সভাপতিলৈ লিখা পদত্যাগ পত্ৰখনত পূৰ্বৰ চৰকাৰৰ কু-শাসনৰ পৰা অসমবাসীক পৰিত্ৰাণ দিয়াৰ স্বাৰ্থত বিজেপিত যোগ দিছিল বুলি উল্লেখ কৰি কেৱল বিধায়কখন গৃহীত কৰাৰ বাবেই পদত্যাগ কৰা বুলি উল্লেখ কৰে।

‘জাতীয়তাবাদী নেতা সৰ্বানন্দ সোণোৱালৰ সহযোদ্ধা হিচাপে আঞ্চলিকতাবাদৰ ভেটি মজবুত কৰি ৰাষ্ট্ৰীয়তাবাদক শক্তিশালী কৰি এখন সুন্দৰ ভাৰত গঢ়িবলৈ সপোন দেখিছিলো। সেই হেতুকে বিগত পাঁচ বছৰ তৃণমূল পৰ্যায়ৰ পৰা ৰাজ্যিক পৰ্যায়লৈ নিস্বাৰ্থভাৱে দলটোৰ প্ৰতি সেৱা আগবঢ়াইছিলো। কিন্তু আজি অসমীয়া জাতিৰ ভাষা, সাহিত্য, সংস্কৃতি নিঃশেষ, কৰিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ গৃহীত কৰিবলৈ যি তৎপৰতা দেখুৱাইছে তাৰ প্ৰতিবাদত মই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ কৰি এই পত্ৰ প্ৰেৰণ কৰিলো’, অনুপম বৰুৱাই পদত্যাগ পত্ৰখনত লিখে।

বিধেয়কৰ বাবেই দলৰ পৰা পদত্যাগ কৰে মুখপাত্ৰ মেহদী আলম বৰায়ো। বৰাই পদত্যাগ পত্ৰ আজি দলৰ সভাপতিলৈ প্ৰেৰণ কৰিছে।

‘উক্ত বিধেয়কখনে অসমৰ সমাজ জীৱনক ক্ষতিগ্ৰস্ত কৰিব বুলি মই বিবেচনা কৰি আহিছো। এই বিধেয়কখনে অসমৰ ধৰ্মনিৰপেক্ষ চিন্তা চৰ্চাক আঘাত কৰিব।’ পদত্যাগ পত্ৰত মেহদী আলম বৰাই এইদৰে কয়।

উল্লেখ্য যে, বিধেয়খনৰ বিৰোধিতা কৰা বাবেই দলৰ পৰা বহিষ্কৃত হ’ব লগীয়া হৈছিল বিজেপিৰ জ্যেষ্ঠ নেত্ৰী মীৰা বৰঠাকুৰ।

বিজেপিৰ দিচপুৰৰ বিধায়ক অতুল বৰায়ো বিধেয়কখনৰ বিৰোধিতা কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ পত্ৰ প্ৰেৰণ কৰিছিল। এতিয়া বিধেয়কখন গৃহীত হোৱাৰ পাছত তেওঁ কি স্থিতি লয় সেয়াও লক্ষণীয় হ’ব।

কিন্তু কেৱল অসমৰ দল-সংগঠন আৰু সাধাৰণ ৰাইজেই নহয় বিজেপিৰ একাংশ সদস্যও এই নাগৰিকত্ব সংশোধনী বিধেয়কৰ যে বিৰোধী সেয়া স্পষ্ট। গোপন সূত্ৰৰ খবৰ মতে, আন বহু সংখ্যক নেতা-কৰ্মীয়ে দলত্যাগ কৰিবলৈ সাজু হৈছে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

July 7, 2026 3:00 pm
ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

July 7, 2026 2:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd