DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সমৰ কলা প্ৰতিযোগিতাত উজলিল অসমীয়া কিশোৰ সুশান্ত

ভাৰ্গব হাজৰিকা by ভাৰ্গব হাজৰিকা
August 30, 2019 7:06 pm
Assam boy Sushanta

দিল্লীত সফলতা অৰ্জন কৰা সুশান্ত

596
VIEWS
Share on FacebookShare on Twitter

নতুন দিল্লীৰ নেশ্যনেল বাল ভৱনত ২৫ আৰু ২৬ আগষ্টত অনুষ্ঠিত হোৱা ‘‘অল ইণ্ডিয়া কেচ প্ৰাইজ কোৰাছ চেম্পিয়নশ্বিপ-২০১৯-২০’’ত নগাঁৱৰ সুশান্ত ডিছিৰাই তৃতীয় স্থান দখল কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনে।

চামগুৰিৰ লুংচুং-চামুং গাঁৱৰ সুশান্তই প্ৰতিযোগিতাখনৰ ৪৫ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল।

ৰাষ্ট্ৰীয় পৰ্য্যায়ত অনুষ্ঠিত প্ৰতিযোগিতাখনত পদক বিজয়ী সুশান্ত সহ মুঠ ১১ গৰাকী খেলুৱৈয়ে অসমক প্ৰতিনিধিত্ব কৰিছিল।

অসমৰ দলটোৰ সৈতে প্ৰশিক্ষক হিচাপে গৈছিল ৱেলনু জী মমিন আৰু ক্লেবেণ্টিনা মিঞ্জে।

উল্লেখযোগ্য যে, কোৰাছ হৈছে কাৰাটে সদৃশ ৩,৫০০ বছৰ পুৰণি এবিধ সমৰ কলা।

শেহতীয়াকৈ খেলবিধক এছিয়ান গেইমছৰ লগতে দেশৰ বিশ্ববিদ্যালয়সমূহৰ ক্ৰীড়াসূচীতো অন্তৰ্ভূক্ত কৰা হৈছে বুলি জানিব পৰা গৈছে।

ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰালয়েও কোৰাছক উৎকৃষ্ট মানৰ খেল হিচাপে স্বীকৃতি প্ৰদান কৰিছে।

আনহাতে, সৰ্বভাৰতীয় পৰ্য্যায়ৰ প্ৰতিযোগিতাখনত সফলতা অৰ্জন কৰা অসম দলটো আজি ৰাতিপুৱা গৃহ ৰাজ্যত উপস্থিত হোৱাৰ সময়ত উষ্ম আদৰণি জনোৱা হয় বুলি মত প্ৰকাশ কৰে কোৰাছ এচোচিয়েশ্যন অব অসমৰ ৰাজ্যিক সম্পাদক মণি কুমাৰ শ্ৰেষ্ঠাই।

Recent News

Rahul Gandhi Lok Sabha election

লক্ষ্য ২৪: বিৰোধীৰ মহা বৈঠকত উপস্থিত থাকিব ৰাহুল গান্ধী, মল্লিকাৰ্জুন খৰ্গে

তিনিচুকীয়াত শহুৰেকৰ আক্ৰমণত প্ৰাণ গ’ল গৰ্ভস্থ শিশুসহ গৰ্ভৱতী মহিলাৰ

তিনিচুকীয়াত শহুৰেকৰ আক্ৰমণত প্ৰাণ গ’ল গৰ্ভস্থ শিশুসহ গৰ্ভৱতী মহিলাৰ

Manipur Violence

অশান্ত মণিপুৰ: সন্দেহযুক্ত উগ্ৰপন্থীৰ আক্ৰমণত তিনিগৰাকী নিহত

কেতিয়াও নকৰে প্ৰৱঞ্চনা, প্ৰেমিকৰ বাবে সকলো ত্যাগ কৰিবলৈ সাজু এইকেইটা ৰাশিৰ ছোৱালী

কেতিয়াও নকৰে প্ৰৱঞ্চনা, প্ৰেমিকৰ বাবে সকলো ত্যাগ কৰিবলৈ সাজু এইকেইটা ৰাশিৰ ছোৱালী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd