• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বাবে নিজৰ কাৰ্যসূচী বাতিল কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

সন্দীপ শৰ্মা, গুৱাহাটী by সন্দীপ শৰ্মা, গুৱাহাটী
January 17, 2024 8:18 am
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ মুখ্যমন্ত্ৰী তথা উত্তৰ-পূবৰ বিজেপিৰ শীৰ্ষ নেতা হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দলৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ উজনি অসমৰ ১৮ আৰু ১৯ জানুৱাৰীৰ কাৰ্যসূচী বাতিল কৰিছে।

মঙলবাৰে গুৱাহাটীত সংবাদ মাধ্যমক খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৱগত কৰে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘উজনি অসমৰ ১৮ আৰু ১৯ জানুৱাৰীত হ’বলগীয়া সকলো কাৰ্যসূচী বাতিল কৰিছো’।

Apply Now

‘১৮ জানুৱাৰীত মাজুলীত মোৰ এটা পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী আছিল, কিন্তু ই অতি সৰু জিলা এখনৰ বাবে সমস্যাৰ সৃষ্টি কৰিব বুলি ভাবি মই মোৰ মাজুলী কাৰ্যসূচী পিছুৱাই দিয়াৰ সিদ্ধান্ত লৈছো। তাৰ পিছত আকৌ ১৯ জানুৱাৰীত যোৰহাট আৰু দেৰগাঁৱত মোৰ পূৰ্ব নিৰ্ধাৰিত ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী আছিল, সেইটোও মই বাতিল কৰিছো।’-শৰ্মাই কয়।

লগতে পঢ়কঃ ২০১৯ চনৰ গুৱাহাটী গ্ৰেনেড বিস্ফোৰণৰ অভিযুক্তক জামিন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

শৰ্মাই কয় যে ১৮ জানুৱাৰীত নাগালেণ্ডৰ পৰা অসমত প্ৰৱেশ কৰিবলগীয়া ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বাবে তেওঁ এই দুটা তাৰিখৰ সকলো কাৰ্যসূচী বাতিল কৰিছে।

এয়া তেওঁৰ পক্ষৰ পৰা কংগ্ৰেছ দলৰ প্ৰতি এক উষ্ণ সংকেত বুলিও কয়।

অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে সেই নিৰ্দিষ্ট তাৰিখত সংশ্লিষ্ট জিলা প্ৰশাসনসমূহ যাত্ৰাক লৈ ব্যস্ত হ’ব পাৰে বুলি ভাৱি কংগ্ৰেছ দলৰ পদযাত্ৰাৰ সৈতে  সংঘাত এৰাবলৈ তেওঁৰ ভ্ৰমণসমূহ বাতিল কৰিছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘ৰাহুল গান্ধীৰ কাৰ্যসূচীত জিলা প্ৰশাসন ব্যস্ত হ’ব পাৰে বাবে ৰাহুল গান্ধীৰ কাৰ্যসূচীৰ সৈতে যাতে সংঘাত নহয় তাৰ বাবে মই মোৰ মাজুলী কাৰ্যসূচী বাতিল কৰিছো’।

লগতে পঢ়কঃ Nuclear Battery: এবাৰ চাৰ্জ দিলে ৫০ বছৰ চলিব! নতুন এই বেটাৰীয়ে স্তম্ভিত কৰি তুলিছে বিশ্বক

১৮ জানুৱাৰীৰ পৰা অসমত আৰম্ভ হ’ব কংগ্ৰেছ দলৰ ভাৰত জোড়ো ন্যায় যাত্ৰা।

১৯ জানুৱাৰীত নিমাতীঘাটৰ পৰা আৰম্ভ হ’ব আৰু অসমৰ ঢকুৱাখনাত ৰোডশ্ব’ৰে সমাপ্ত হ’ব এই যাত্ৰা।

সন্দীপ শৰ্মা, গুৱাহাটী

সন্দীপ শৰ্মা, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd