DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ষ্ট্ৰেঞ্জা সোঁৱৰণি বক্সিং প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদকতে সন্তুষ্ট থাকিল অসমৰ লাভলিনা আৰু ফাইলু বসুমতাৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
February 19, 2019 9:05 am
zwxdeqjtbq-1542733663

ইন্টাৰনেটৰ পৰা সংগৃহীত বক্সাৰ লাভলিনাৰ ফটো

531
VIEWS
Share on FacebookShare on Twitter

বুলগেৰিয়াৰ ছ’ফিয়াত চলি থকা ৭০ সংখ্যক ষ্ট্ৰেঞ্জা স্মৃতি বক্সিং প্ৰতিযোগিতাত অসমৰ লাভলিনা বৰগোহাঁইৰ লগতে আন এগৰাকী মহিলা বক্সাৰ ফাইলু বসুমতাৰীয়ে ব্ৰঞ্জৰ পদকতে সন্তুষ্ট থাকিব লগীয়া হয়। পদক অৰ্জনৰ খবৰে অসমৰ ক্ৰীড়াপ্ৰেমীক উৎফু্ল্লিত কৰি তোলা পৰিলক্ষিত হৈছে।

প্ৰতিযোগিতাখনত দুৰ্দান্ত প্ৰদৰ্শনেৰে ছেমি ফাইনেললৈ অগ্ৰসৰ হোৱা দুয়োগৰাকী খেলুৱৈয়ে সোমবাৰে নিজৰ নিজৰ ছেমি ফাইনেল মেচত হতাশাজনক খেল খেলি পৰাজয় বৰণ কৰে। যাৰ ফলত ব্ৰঞ্জৰ পদকতে সন্তুষ্ট থাকিব লগীয়া হয় দুয়োগৰাকী বক্সাৰ।

৬৯ কেজি ওজন শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা লাভলিনাই প্ৰতিযোগিতাখনৰ ছেমি ফাইনেলত চাইনিছ টাইপেৰ বক্সাৰ নিন চেন চিনৰ হাতত ১-৪ৰ ব্যৱধানত পৰাস্ত হয়।

উল্লেখ্য যে বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ব্ৰঞ্জৰ পদক বিজয়ী লাভলিনাই প্ৰতিযোগিতাখনৰ কোৱাৰ্টাৰ ফাইনেলত ব্ৰাজিলৰ প্ৰতিপক্ষ খেলুৱৈ ছুৱাৰেজ বিয়েট্ৰিজক ৫-০ৰ ব্যৱধানত পৰাস্ত কৰি ছেমি ফাইনেললৈ অগ্ৰসৰ হৈছিল।

আনহাতে ৬৪ কেজি শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা অসমৰ আন এগৰাকী বক্সাৰ ফাইলু বসুমতাৰীয়ে ইটালীৰ ভেলেণ্টিনা এলবেৰেটিৰ বিৰুদ্ধে খেলা ছেমি ফাইনেল মেচত ৫-০ৰ ব্যৱধানত পৰাজয় স্বীকাৰ কৰি ব্ৰঞ্জৰ পদকতে সন্তষ্ট থাকে।

Recent News

Ranjan Gogoi Dhekiakhowa Barnamghar

ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ

India vs Zimbabwe

সুন্দৰৰ আঘাত: জিম্বাবোৱেৰ বিৰুদ্ধে শৃংখলাৰ বাবে ভাৰতীয় দলত শ্বাহবাজ আহমেদ

Assamese language

অসমীয়া ভাষা কওঁতে বা লিখোঁতে সচৰাচৰ হোৱা ভুল

Durand Cup

আজিৰ পৰা আৰম্ভ হ’ব ডুৰাণ্ড কাপ: গুৱাহাটীত অনুষ্ঠিত হ’ব দহখন খেল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd