• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কলাক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীলৈ “অভিনন্দন”, ১৫৪৬ গৰাকীক সাহায্য প্ৰদান

Nenow এন ই নাও নিউজ
গুৱাহাটী , December 26, 2019 5:49 pm

2 min read

Assam Govt launches Abhinandan scheme for students

সাহায্য বিতৰণৰ সময়ত মুখ্য মন্ত্ৰী, হিমন্ত বিশ্ব আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্য্য। ছবি- টুইটাৰ।

629
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰে বৃহস্পতিবাৰে “অভিনন্দন” আঁচনিৰ আনুষ্ঠানিক মুকলি কৰিছে আৰু শিক্ষা ঋণ থকা ৰাজ্যৰ ১৫৪৬ গৰাকী ছাত্ৰ-ছাত্ৰীক ইয়াৰ অধীনত এককালীন সাহায্য প্ৰদান কৰা হৈছে।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ উপস্থিতিত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানটোত ছাত্ৰ-ছাত্ৰীসকলক ৫০হাজাৰ টকাকৈ সাহায্য প্ৰদান কৰা হৈছে।

আঁচনিখনৰ অধীনত পৰৱৰ্তী পৰ্য্যায়ত বাকী ছাত্ৰ-ছাত্ৰীক সাহায্য প্ৰদান কৰা হ’ব।

অনুষ্ঠানটোৰ পিছতে মন্ত্ৰী শৰ্মাই টুইটাৰত সদৰী কৰামতে, অনুষ্ঠানটোত সাহায্য গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকল হৈছে এই আঁচনিৰ সুবিধা লোৱা “প্ৰথমটো বেটচ”।

We believe in giving wings to dreams.

I’m delighted to have attended
ceremonial launch of Abhinandan~a progressive scheme by @AssamFinDept to provide ₹50,000 as one time subsidy in education loan to 1546 students(1st Batch)

We’re certain this shall immensely help children. pic.twitter.com/VlBYAveOqB

— Himanta Biswa Sarma (@himantabiswa) December 26, 2019

শিক্ষা ঋণৰ পৰিমাণ ৬০ হাজাৰতকৈ কম হ’লে আঁচনিখনৰ জৰিয়তে তাৰ সম্পূৰ্ণ ধন অসম চৰকাৰে পৰিশোধ কৰিব।

“অসমত আগতে লোৱা শিক্ষা ল’নসমূহৰ হিতাধিকাৰীক (বেংকত) ৫০ হাজাৰকৈ টকা সুমুৱাই দিব চৰকাৰে। ৬০ হাজাৰ টকা বা তাৰ ওপৰত ঋণ লোৱাসকলৰ একাউন্টত ভৰাই দিব ৫০ হাজাৰকৈ টকা,” যোৱা চেপ্তেম্বৰত আঁচনিখন মুকলিৰ সময়ত শৰ্মাই কৈছিল।

অনুষ্ঠানটোত মুখ্য মন্ত্ৰীৰ ভাষণৰ বাবে তলৰ ভিডিঅ’টো চাওক।

Ceremonial distribution of sanction letters under ABHINANDAN scheme. Watch Live… https://t.co/P1l343Cb6T

— Chief Minister Assam (@CMOfficeAssam) December 26, 2019

Recent News

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

WhatsApp Image 2021-01-17 at 3.11.48 PM

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd