• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টীয়কৰ অৰুণজ্যোতি গগৈলৈ ৰাজ্য চৰকাৰৰ লোক কল্যাণ বঁটা; দল-সংগঠন তথা শুভাকাংক্ষীৰ অভিনন্দন

এন ই নাও নিউজ, টীয়ক by এন ই নাও নিউজ, টীয়ক
August 6, 2022 10:33 am
অৰুণজ্যোতি গগৈ।

অৰুণজ্যোতি গগৈ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু তিথি ৫ আগষ্টৰ দিনটো ৰাজ্য চৰকাৰে পোন প্ৰথমবাৰৰ বাবে লোক কল্যাণ দিৱস হিচাপে পালন কৰিছে। লগতে ৰাজ্য চৰকাৰৰ অধীনস্থ কৰ্মৰত কৰ্মচাৰীৰ সকলৰ কৰ্ম পাৰদৰ্শিতাৰ ওপৰত ভিত্তি কৰি লোক কল্যাণ বঁটা প্ৰদান কৰিছে।

যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী লাট মণ্ডল অৰুণজ্যোতি গগৈয়ে নিজৰ কৰ্মদক্ষতাত ৰাজ্যিক পৰ্য্যায়ত এই লোক কল্যাণ বঁটা লাভ কৰি সমগ্ৰ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।

বৰ্তমান গগৈ টীয়ক ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত কৰ্মৰত। টীয়কৰ চিন্তামণি লাহন গাঁৱৰ নিবাসী অৰুণজ্যোতি গগৈয়ে ইয়াৰ পূৰ্বেও মিছন বসুন্ধৰা আঁচনিৰ সফল ৰূপায়ণৰ বাবে মুখ্যমন্ত্ৰীৰ শ্ৰেষ্ঠ লাট মণ্ডল বঁটাও লাভ কৰিবলৈ সক্ষম হৈছিল।

Apply Now

লগতে পঢ়ক: Commonwealth Games 2022: ছেমিত থমকিল ধিং এক্সপ্ৰেছ; ০.০১ ছেকেণ্ডৰ বাবে ফাইনেল নাপালে হিমাই

কালি যোৰহাট জিলা পুথিভঁৰালত অনুস্থিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰী পিযুষ হাজৰিকাৰ উপস্থিতিত গগৈক এই বঁটা আনুষ্ঠানিক প্ৰদান কৰা হয়।

উল্লেখযোগ্য যে চাকৰিৰ সমান্তৰালকৈ সামাজিক দায়িত্ব সুচাৰুৰূপে পালন কৰি বহু দৰিদ্ৰ পৰিয়ালৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হোৱা অৰুণজ্যোতি গগৈৰ এই সফলতাত এতিয়া সকলো উৎফুল্লিত হৈ পৰিছে।

ইপিনে আজি পুৱাই গগৈৰ লাহন গাঁৱৰ গৃহত শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ টীয়ক আঞ্চলিক, ৰেঙনি এটি আশা, টীয়ক প্ৰেছ ক্লাৱকে ধৰি বিভিন্ন দল-সংগঠন তথা শুভাকাংক্ষী উপস্থিত হৈ তেওঁৰ এই সফলতাক অভিনন্দন জনাই সম্বৰ্দ্ধনা জ্ঞাপন কৰিছে।

আনহাতে, এই সফলতাৰ বাবে অৰুণজ্যোতি গগৈয়ে জিলা উপায়ুক্তকে প্ৰমুখ্য কৰি বিভিন্ন বিভাগৰ অতিৰিক্ত উপায়ুক্তসকল, টীয়ক ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সৌভিক ভুঞাৰ লগতে তেওঁৰ সহ কৰ্মচাৰীসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে।

লগতে পঢ়ক: অৱশেষত মুকলি আকাশৰ তললৈ আহিল বক্সাৰ মাইনা চুতীয়া ওৰফে প্ৰণীতা চুতীয়া

ৰজ্য চৰকাৰে এই লোক কল্যাণ বঁটাত নগদ ২৫০০০ টকা, এখনি মানপত্ৰ আৰু চাকৰিৰ ম্যাদ এবছৰ বৃদ্ধি কৰি কৰ্মচাৰীসকলক উৎসাহিত কৰিছে যি অনাগত দিনবোৰত কৰ্মচাৰীসকলক কৰ্মস্পৃহা অধিক শক্তিশালী কৰি তুলিব বুলি আশা কৰা হৈছে। 

এন ই নাও নিউজ, টীয়ক

এন ই নাও নিউজ, টীয়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm
ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

August 30, 2026 5:52 pm
আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

August 30, 2026 4:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd