• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী; ১০ ফেব্ৰুৱাৰিৰ পৰা পৰীক্ষা আৰম্ভ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 3, 2019 2:37 pm
SEBA

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা বৰ্ষৰ ১০ ফেব্ৰুৱাৰিৰ পৰা আৰম্ভ হ’ব ৰাজ্যৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা। অসম মাধ্যমিক শিক্ষা পৰিষদে আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী প্ৰকাশ কৰিছে।

এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা ১০ ফেব্ৰুৱাৰিৰ পৰা ২৯ ফেব্ৰুৱাৰিলৈকে অনুষ্ঠিত হ’ব।

Apply Now

পৰীক্ষাৰ সম্পূৰ্ণ তালিকাখন তলত দিয়া হৈছে-

১০ ফেব্ৰুৱাৰি, সোমবাৰ আগবেলা ইংৰাজী

১১ ফেব্ৰুৱাৰি, মঙলবাৰ আগবেলা সংগীত (ঐচ্ছিক), নৃত্য (ঐ), সাজ-সজ্জা অলংকৰণ(ঐ)।  পাছবেলা- ফাইন আৰ্টছ (ঐ)।

১২ ফেব্ৰুৱাৰি, বুধবাৰ আগবেলা মণিপুৰী(ঐ), বড়ো(ঐ), চাওতালী(ঐ), বেংগলী(ঐ)।

১৩ ফেব্ৰুৱাৰি, বৃহস্পতিবাৰ আগবেলা ঐচ্চিক গণিত, সংস্কৃত(ঐ), ভূগোলা(ঐ), ইতিহাস(ঐ), গাৰ্হস্থ্য বিজ্ঞান(ঐ), নেপালী(ঐ), কম্পিউটাৰ বিজ্ঞান(ঐ), আৰবিক(ঐ), পাৰ্চিয়ান(ঐ)।

১৪ ফেব্ৰুৱাৰি, শুকুৰবাৰ আগবেলা হিন্দী(ঐ), আৰবীয় সাহিত্য।

১৫ ফেব্ৰুৱাৰি, শনিবাৰ আগবেলা অসমীয়া(ঐ)

১৭ ফেব্ৰুৱাৰি, সোমবাৰ আগবেলা সমাজ বিজ্ঞান

২০ ফেব্ৰুৱাৰি, বৃহস্পতিবাৰ আগবেলা Fiqh & Aquaid, বোৱাকটা আৰু হস্ততাঁত শিল্প

২২ ফেব্ৰুৱাৰি, শনিবাৰ আগবেলা সাধাৰণ বিজ্ঞান

২৫ ফেব্ৰুৱাৰি, আগবেলা মঙলবাৰ সাধাৰণ গণিত

২৮ ফেব্ৰুৱাৰি, শুকুৰবাৰ আগবেলা MIL/ Eng(IL)

২৯ ফেব্ৰুৱাৰি, শনিবাৰ পাছবেলা Wood Craft(E), Retail Trade NSQF(E), IT/ITeS NSQF(E), Private Security NSQF(E), Health Care NSQF(E), Agriculture & Horticulture NSQF(E), Tourism & Hospitality NSQF(E)।

পৰীক্ষাৰ্থী সকলক প্ৰশ্নকাকত পঢ়াৰ বাবে নিৰ্ধাৰিত সময়তকৈ পাঁচ মিনিট সময় অতিৰিক্তভাৱে প্ৰদান কৰা হ’ব।

উল্লেখযোগ্য যে যোৱাবাৰৰ দৰে এইবাৰো ছেবাই প্ৰত্যেকটো পৰীক্ষাকেন্দ্ৰতে চি চি টি ভিৰ ভিজুৱেল স্পষ্ট হোৱাটো বাধ্যতামূলক কৰিছে অন্যথা তেনে পৰীক্ষা কেন্দ্ৰ কৰ্তন কৰা হ’ব বুলি সকীয়াই দিছে।

Metric Exam List
পৰীক্ষাৰ সময়সূচী

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫,২৭৯ কোটি টকীয়া ৰিং ৰোড প্ৰকল্পৰ বাবে উচ্ছেদৰ ভাবুকি! ক্ষতিপূৰণ আৰু পৰিৱেশ ধ্বংসৰ আশংকাত উত্তাল উত্তৰ কামৰূপ আৰু সোণাপুৰ

৫,২৭৯ কোটি টকীয়া ৰিং ৰোড প্ৰকল্পৰ বাবে উচ্ছেদৰ ভাবুকি! ক্ষতিপূৰণ আৰু পৰিৱেশ ধ্বংসৰ আশংকাত উত্তাল উত্তৰ কামৰূপ আৰু সোণাপুৰ

July 7, 2026 2:21 pm
ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থাহীন দেশৰ প্ৰাক্তন আমোলা ! জেললৈ যাবলৈ অস্বীকাৰ কুৰেশ্বীৰ, ক’লে- “আপোনালোকে জামিন পাব, মই…”

ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থাহীন দেশৰ প্ৰাক্তন আমোলা ! জেললৈ যাবলৈ অস্বীকাৰ কুৰেশ্বীৰ, ক’লে- “আপোনালোকে জামিন পাব, মই…”

July 7, 2026 1:27 pm
‘নাজানা মই কোন!’ এমবাপেক বৰ্ণবিদ্বেষী আক্ৰমণ কৰি ওলোটাই আইনী ভাবুকি পেৰাগুৱেৰ চিনেটৰৰ

‘নাজানা মই কোন!’ এমবাপেক বৰ্ণবিদ্বেষী আক্ৰমণ কৰি ওলোটাই আইনী ভাবুকি পেৰাগুৱেৰ চিনেটৰৰ

July 7, 2026 1:26 pm
তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 12:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫,২৭৯ কোটি টকীয়া ৰিং ৰোড প্ৰকল্পৰ বাবে উচ্ছেদৰ ভাবুকি! ক্ষতিপূৰণ আৰু পৰিৱেশ ধ্বংসৰ আশংকাত উত্তাল উত্তৰ কামৰূপ আৰু সোণাপুৰ

৫,২৭৯ কোটি টকীয়া ৰিং ৰোড প্ৰকল্পৰ বাবে উচ্ছেদৰ ভাবুকি! ক্ষতিপূৰণ আৰু পৰিৱেশ ধ্বংসৰ আশংকাত উত্তাল উত্তৰ কামৰূপ আৰু সোণাপুৰ

July 7, 2026 2:21 pm
ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থাহীন দেশৰ প্ৰাক্তন আমোলা ! জেললৈ যাবলৈ অস্বীকাৰ কুৰেশ্বীৰ, ক’লে- “আপোনালোকে জামিন পাব, মই…”

ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থাহীন দেশৰ প্ৰাক্তন আমোলা ! জেললৈ যাবলৈ অস্বীকাৰ কুৰেশ্বীৰ, ক’লে- “আপোনালোকে জামিন পাব, মই…”

July 7, 2026 1:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd