• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এতিয়াও পলাতক কলাইগাঁৱৰ ঘটনাৰ তান্ত্ৰিক ৰমেশ চহৰীয়া

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
July 7, 2019 7:34 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অন্ধ বিশ্বাসৰ কবলত পৰি শনিবাৰে ওদালগুৰি জিলাৰ কলাইগাঁৱৰ যাদৱ চন্দ্ৰ চহৰীয়া নামৰ বিজ্ঞান শিক্ষকজনৰ পৰিয়ালে সংঘটিত কৰা ঘটনাৰ ২৪ ঘন্টা পাৰ হৈ গ’ল। কিন্তু এতিয়াও কৰায়ত্ব হোৱা নাই এই ঘটনাৰ বাবে প্ৰৰোচিত কৰা বুলি সন্দেহ কৰা তান্ত্ৰিক ৰমেশ চহৰীয়া ওৰফে ৰমেশ বাবা।

ৰমেশ চহৰীয়াৰ ঘৰ দৰং জিলাৰ বানেইকুছিত। লোকজনে যোৱা প্ৰায় তিনি বছৰ ধৰি শিক্ষক যাদৱ চন্দ্ৰ চহৰীয়াৰ ঘৰত পূজা-পাতল আৰু তন্ত্ৰ-মন্ত্ৰ চলাই আহিছিল। ওদালগুৰি আৰক্ষীয়ে তান্ত্ৰিকজনক বিচাৰি অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

Apply Now

তান্ত্ৰিকগৰাকীৰ নিৰ্দেশতেই উচ্চ-শিক্ষিত যাদৱ চন্দ্ৰ চহৰীয়াৰ পৰিয়ালটোৱে বিগত দিনসমূহত ঘৰত পূজা-পাতল আদি কৰি আহিছিল বুলি স্থানীয় লোকে জানিবলৈ দিছে। স্থানীয় লোকসকলে কৰা দাবী অনুসৰি শনিবাৰেও তেওঁৰ কথামতেই  পৰিয়ালটোৱে ঘৰ, বাহন, আৰু আচবাব জ্বলাই দিয়াৰ উপৰি উলংগ হৈ পূজা কৰাৰ লগতে খুলখালিয়েকৰ সন্তানক বলি দিয়াৰ চেষ্টা চলাইছিল।

উল্লেখযোগ্য যে, কিছু বছৰৰ পূৰ্বে যাদৱ চন্দ্ৰ চহৰীয়াৰ কন্যাই ঘৰতে আত্মহত্যা কৰিছিল। তাৰ পাছৰে পৰা মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছিল তেওঁৰ পত্নীয়ে। বহু চিকিৎসাৰ পাছতো সুস্থ হৈ নুঠাত পৰিয়ালটো উক্ত তান্ত্ৰিকজনৰ কাষ চাপিছিল।

তেতিয়াৰ পৰাই ৰমেশ চহৰীয়াই পৰিয়ালটোক বিভিন্ন পৰামৰ্শ আগবঢ়াই আহিছে। যাৰ পৰিণতিত কালি উক্ত ভয়ংকৰ ঘটনাটো সংঘটিত হ’ল। কালি পৰিস্থিতিয়ে এনে ৰূপ ধৰিছিল যে নিৰাপত্তাৰক্ষীৰ বাহিনীয়ে পাঁচ ঘন্টাজোৰা অভিযানৰ অন্তত গুলিচালনা কৰিহে পৰিয়ালটোক কাবু কৰিব পাৰিছিল। ইপিনে, গুলিচালনাত আহত হোৱা শিক্ষকজনৰ পুত্ৰ পুলকেশ চহৰীয়াই মৃত্যুক আঁকোৱালি ল’বলগীয়া হ’ল।

এতিয়া পলাতক ৰমেশ চহৰীয়া ওৰফে ৰমেশ বাবাক প্ৰেপ্তাৰ কৰিব পাৰিলেহে হয়তো আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত অধিক তথ্য লাভ কৰিবলৈ সক্ষম হ’ব।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd