• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আফ্ৰিকান চোৱাইন ফ্লুৰ নামত থলুৱা গাহৰি হত্যা কৰাৰ নিৰ্দেশ প্ৰত্যাহাৰৰ দাবী অসম কৃষক মহাসভাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 18, 2022 8:20 pm
African swine flu
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আফ্ৰিকান চোৱাইন ফ্লুৰ সন্দেহত অসম চৰকাৰে থলুৱা গাহৰি হত্যা কৰাৰ নিৰ্দেশ অতি শীঘ্রে প্ৰত্যাহাৰ কৰাৰ দাবীত পশুপালন মন্ত্রীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে অসম কৃষক মহাসভাই।

উল্লেখ্য যে পশুপালন বিভাগে অসমৰ বিভিন্ন জিলাত দেখা দিয়া আফ্রিকান চোৱাইন ফ্লুত আক্রান্ত গাহৰি সমুহৰ লগতে আক্রান্ত গাহৰিৰ ১০ কিলোমিটাৰ ব্যাসার্ধ এলেকাৰ সকলো গাহৰি হত্যা কৰাৰ নিৰ্দেশনা জাৰি কৰিছিল।

Apply Now

চৰকাৰৰ এই নিৰ্দেশনাক এক হঠকাৰী সিদ্ধান্ত বুলি অভিহিত কৰি কৃষক মহাসভা, অসমে চৰকাৰৰ ওচৰত কিছু প্ৰাসংগিক প্ৰশ্ন উত্থাপন কৰিছে।

স্মাৰক পত্ৰখনত কৃষকমহাসভাই কয় যে অসমত আফ্রিকান চোৱাইন ফ্লুৰ আক্রমণ এয়া প্রথম ঘটনা নহয়, বিগত ২০ বছৰৰ পৰা এই ভাইৰাছে থলুৱা গাহৰিক আক্রমণ কৰি আহিছে।

এই সম্পর্কত পশু চিকিৎসা বিভাগে কি পদক্ষেপ গ্রহণ কৰিছিল তথা বেমাৰে আক্রমণ কৰা গাহৰিৰ কোনো পৰীক্ষা নিৰীক্ষা কৰিছিল নেকি বুলি প্ৰশ্ন কৰে। আৰু যদি বিভাগে তেনে কোনো ব্যৱস্থা লৈছিল, সেই সম্পর্কে বিভাগৰ তৰফৰ পৰা এক স্বেত পত্ৰ প্ৰকাশ কৰিব লাগে বুলি দাবী কৰে।

পশু চিকিৎসা বিভাগে এই ভাইৰাছ সম্পর্কে পৰীক্ষা নিৰীক্ষা কৰি বেমাৰৰ ওচৰত হাৰ মানি হত্যা কৰাই একমাত্র পথ বুলি সিদ্ধান্ত লৈছে যদি সেই সম্পর্কেও এক স্বেত পত্ৰ প্ৰকাশ কৰিব লাগে বুলি কৃষক মহাসভাই দাবী কৰে।

কৃষক মহাসভাই কয় যে Symptomatic Supportive treatment ৰ যোগেদি চিকিৎসা বিজ্ঞানত ভাইৰাছৰ আক্ৰমণৰ পৰা জীবক ৰক্ষা কৰাৰ বিভিন্ন উদাহৰণ আছে। যেনে এনকেফেলাইটিছ, চেপটিচেমিয়া আৰু শেহতীয়া জ্বলন্ত উদাহৰণ কৰ’ণা। গতিকে আফ্রিকান চোৱাইন ফ্লুৰ ক্ষেত্রেত পশু চিকিৎসা বিভাগে এনে পদ্ধতি প্ৰয়োগ কৰিছিল নেকি বুলিও কৃষক সংগঠনটোৱে বিভাগক প্ৰশ্ন কৰে

কৃষক মহাসভাই লগতে কয় যে গাহৰি অসমৰ জনজাতীয় সমাজৰ এক গুৰুত্বপূৰ্ণ অংগ। গাহৰি অবিহনে এই সমাজ অচল। আনহাতে ১৮ লাখতকৈও অধিক থলুৱা নিবনুৱা পালক এই ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছে।

এনে অৱস্থাত বেমাৰৰ চিকিৎসা কৰিব নোৱাৰি বেমাৰিক হত্যা কৰাৰ যি হঠকাৰী পদক্ষেপ যোৱা সময় চোৱাত গ্রহণ কৰা হৈ আহিছে তাক তাৎক্ষণিক ভাবে বন্ধ কৰিব লাগে বুলি কৃষক মহাসভাই দাবী জনায়।

অসম চৰকাৰৰ এনে সিদ্ধান্তক তীব্র ভাষাৰে গৰিহণা দি কৃষক মহাসভাই বিহিত কাৰ্যব্যবস্থা গ্রহণৰ বাবে কেইটামান বিশেষ দাবী পশুপালন বিভাগৰ ওচৰত উত্থাপন কৰিছে।

১) আফ্রিকান চোৱাইন ফ্লুৰ নামত থলুৱা গাহৰি হত্যা কৰাৰ হঠকাৰী সিদ্ধান্ত চৰকাৰে তাৎক্ষণিকভাৱে উঠাই ল’ব লাগে।

২) আফ্রিকান চোৱাইন ফ্লুৰ পৰা গাহৰিক ৰক্ষা কৰিবলৈ বিগত দিন সমুহত পশু চিকিৎসা বিভাগে কি পদক্ষেপ, পৰীক্ষা–নিৰীক্ষা কৰিলে সেই সম্পর্কে স্বেত পত্ৰ প্ৰকাশ কৰিব লাগে।

৩) আক্রান্ত গাহৰিক হত্যা নহয় কোৱাৰেনটাইন কৰি চিকিৎসা কৰাৰ ব্যৱস্থা কৰিব লাগে।

৪) যদি অগত্যা হত্যা কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে হত্যাৰ পূৰ্বে প্ৰতিটো গাহৰিৰ বিপৰীতে পালকক ২ লাখ টকাকৈ ক্ষতিপূৰণ প্ৰদান কৰিব লাগে।

৫) আফ্রিকান চোৱাইন ফ্লুৰ বাহক বৰ্হিৰাজ্যৰ গাহৰি অসমলৈ অনা নিষিদ্ধ কৰিব লাগে।

অসম চৰকাৰৰ পশুপালন বিভাগৰ লগতে কৃষক মহাসভাই এই স্মাৰক পত্ৰৰ প্ৰতিলিপি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু অসম চৰকাৰৰ মুখ্যসচিবলৈও প্ৰেৰণ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd