• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দানৱীয় পৰ্য্যায়লৈ কিয় গতি কৰিছে অসম আৰক্ষীৰ কৰ্ম-কাণ্ডই?

জন হিতাৰ্থে জন সেৱাৰ্থে অসম আৰক্ষী! কিন্তু ভুল.....

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
March 19, 2022 9:28 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জন হিতাৰ্থে জন সেৱাৰ্থে অসম আৰক্ষী! কিন্তু ভুল….. দানৱীয় পৰ্য্যায়লৈ গতি কৰিছে নেকি অসম আৰক্ষীৰ কৰ্ম কাণ্ড?
প্ৰথমে নগাঁওৰ কীৰ্তিকমল বৰাৰ নিৰ্বিচাৰ এনকাউন্টাৰ আৰু তাৰ পাছত আৰোহীক যান বাহন আৰক্ষীয়ে প্ৰথমে প্ৰহাৰ কৰা দৃশ্য।

এনেধৰণে আৰক্ষীৰ বৰ্বৰতা বহু সময়ত ঘটি আহিছে যদিও বহুখিনি এতিয়াও পোহৰলৈ অহা নাই।

Apply Now

মুখ্যমন্ত্ৰী তথা ৰাজ্যৰ গৃহমন্ত্ৰীৰ এক ভাষ্য হ’ল “নীৰিহ লোকৰ লগত থাকিব লাগিব আৰক্ষী!

অপৰাধীৰ বিৰুদ্ধেহে কঠোৰ হ’ব লাগিব আৰক্ষী।

কিন্তু তাৰ ওলোটা প্ৰতিচ্ছবি দেখিবলৈ পোৱা গ’ল অসম আৰক্ষীৰ ক্ষেত্ৰত। নীৰিহৰ ওপৰত যান-বাহন আৰক্ষীৰ দাদাগিৰী দেখা গ’ল। এই ভিজুৱেলেই তাৰ প্ৰমাণ। মুখ্যমন্ত্ৰী কথালৈ কেৰেপ নকৰা এইচাম আৰক্ষীৰ দাদাগিৰি। সাধাৰণ নাগৰিকৰ ওপৰত পুলিচগিৰিৰে আৰক্ষীৰ দানৱীয় মনোভাৱহে যেন দাঙি ধৰিলে একাংশ আৰক্ষীয়ে।

স্থান : পল্টনবজাৰৰ বিশাল মেগামাৰ্টৰ সন্মুখভাগ।

বৃহস্পতিবাৰে দুপৰীয়াভাগৰ দৃশ্য।

সকলোৱে মানি লৈছো বাইক আৰোহীজনে কিছু ভুল কৰিলে বা যান বাহন আইনো তেওঁ কিছু পৰিমাণে ভংগ কৰিছিল। কোনোবাই আইন ভংগ কৰিছে আৰু তাক লৈ আৰক্ষী-আৰোহীৰ মাজত তৰ্ক-বিতৰ্ক হব পাৰে । সেইমতে আইনগত ব্যৱস্থা ল’ব পাৰে তথা জৰিমনা বিহিব পাৰে আৰক্ষীয়ে। কিন্তু তাৰ পৰিণতি এয়াহে।

পল্টন বজাৰ থানাৰ যান বাহন আৰক্ষীৰ জোৱান এইজন ফকৰুদ্দিন আহমেদে প্ৰথমে প্ৰহাৰ কৰিলে এইজন বিকি গুপ্তাক। তাৰ পাছত ওলোটাই ফকৰুদ্দিন আহমেদক প্ৰহাৰ কৰিলে বিকিয়ে। এই দৃশ্যলৈ ভালদৰে মন কৰক। বিকিৰ সৈতে একেখন বাইকত উঠি আছে বিকিৰ পত্নী আৰু কণমানি সন্তান। সেই সময়তে বিকিক প্ৰহাৰ কৰ্তব্যৰত যান-বাহন আৰক্ষী ফকৰুদ্দিন আহমেদৰ। ফলশ্ৰুতিত বাইকৰ পৰা পৰি যোৱাৰ উপক্ৰম হ’ল বিকিৰ পত্নী পুনম দাস আৰু কণমানি সন্তান। তাৰ প্ৰতি কোনো ভ্ৰূক্ষেপেই নাই কৰ্তব্যৰত যান-বাহন আৰক্ষীসকলৰ। লগে লগে কৰ্তব্যৰতঃ অন্য তিনি-চাৰিগৰাকী আৰক্ষীয়ে চৰ- ঘোচা, গুৰ শোধাবলৈ ধৰিলে এইজন বিকি গুপ্তাক।

প্ৰশ্ন হৈছে ৰাজপথৰ মাজত যদি বিকিৰ পত্নী-কন্যা সন্তান আহত হ’লহেঁতেন? তেতিয়া তাৰ বাবে দায়ী হ’লহেঁতেন কোন?
এই কাজিয়াৰ পৰিণতি শুনিলে আপুনি আৰু আচৰিত হ’ব।

‘আৰক্ষীক প্ৰত্যাক্ৰমণ কৰি কাৰাগাৰৰ অতিথি বিকি গুপ্তা’ কিন্তু প্ৰথমে প্ৰহাৰ কৰা ফকৰুদ্দিন আহমেদক নিলম্বন।
এইটো কথাও সন্দেহৰ আৱৰ্তত নথকা নহয় যে কেইমাহমান পাছতে কোনোবা এখন থানাত পুনৰ যোগদান কৰাৰ সম্ভাৱনা প্ৰকট নিলম্বিত যানবাহন আৰক্ষী ফকৰুদ্দিনৰ।

উল্লেখযোগ্য যে, শুকুৰবাৰে মহানগৰ আৰক্ষীৰ প্ৰশাসন শাখাৰ উপায়ুক্তই নিৰ্দেশনা জাৰি কৰি ফকৰুদ্দিন আহমেদক নিলম্বন কৰে। তাৰ লগতে শনিবাৰে পল্টন বজাৰ ঘটনা সন্দৰ্ভত যান-বাহন শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ ডেকাক ৰিজাৰ্ভ ক্ল’জ কৰা হয়।

কিন্তু শাস্তি যিয়েই নহওঁক….জন হিতাৰ্থে জন সেৱাৰ্থে বৰ্তী থকা কিছুসংখ্যক আৰক্ষীৰ এনেবোৰ কৰ্মকাণ্ডই অসম আৰক্ষীৰ মানসিকতা কেনে দানৱীয় পৰ্যায়লৈ গতি কৰিছে তাৰেই যেন ইংগিত বহন কৰিছে। ইমানৰ পিছতো কি ক’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দুপৰীয়াৰ ভিতৰত ছুপ্ৰিম কোৰ্ট মেট্ৰ’ ষ্টেচন নুখুলিলে হস্তক্ষেপ কৰিব মুখ্য ন্যায়াধীশে

দুপৰীয়াৰ ভিতৰত ছুপ্ৰিম কোৰ্ট মেট্ৰ’ ষ্টেচন নুখুলিলে হস্তক্ষেপ কৰিব মুখ্য ন্যায়াধীশে

July 24, 2026 9:02 am
২৬ দিন পাছত অনশন ভাঙিলে সোনম ৱাংচুকে, চিকিৎসালয়ত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে খুৱালে খাদ্য

২৬ দিন পাছত অনশন ভাঙিলে সোনম ৱাংচুকে, চিকিৎসালয়ত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে খুৱালে খাদ্য

July 24, 2026 8:33 am
মাৰ্কিন মিছাইলৰ আঘাতত ১২০ টি শিশুৰ মৃত্যু! ইৰাণৰ শিক্ষয়িত্ৰীৰ প্ৰশ্ন, সিহঁতৰ অপৰাধ কি আছিল?

মাৰ্কিন মিছাইলৰ আঘাতত ১২০ টি শিশুৰ মৃত্যু! ইৰাণৰ শিক্ষয়িত্ৰীৰ প্ৰশ্ন, সিহঁতৰ অপৰাধ কি আছিল?

July 24, 2026 8:00 am
নিটৰ প্ৰতিবাদক লৈ এইবাৰ মাত মাতিলে শচীন তেণ্ডুলকাৰে, কি ক’লে লিটল মাষ্টাৰে?

নিটৰ প্ৰতিবাদক লৈ এইবাৰ মাত মাতিলে শচীন তেণ্ডুলকাৰে, কি ক’লে লিটল মাষ্টাৰে?

July 24, 2026 7:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুপৰীয়াৰ ভিতৰত ছুপ্ৰিম কোৰ্ট মেট্ৰ’ ষ্টেচন নুখুলিলে হস্তক্ষেপ কৰিব মুখ্য ন্যায়াধীশে

দুপৰীয়াৰ ভিতৰত ছুপ্ৰিম কোৰ্ট মেট্ৰ’ ষ্টেচন নুখুলিলে হস্তক্ষেপ কৰিব মুখ্য ন্যায়াধীশে

July 24, 2026 9:02 am
২৬ দিন পাছত অনশন ভাঙিলে সোনম ৱাংচুকে, চিকিৎসালয়ত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে খুৱালে খাদ্য

২৬ দিন পাছত অনশন ভাঙিলে সোনম ৱাংচুকে, চিকিৎসালয়ত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে খুৱালে খাদ্য

July 24, 2026 8:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd