• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সম্ভ্ৰান্ত মিলান ফেশ্বন শ্ব’ত খোজ অসমৰ কংকণ ৰাভাৰ

Nenow পীয়ুষ ৰঞ্জন
গুৱাহাটী , June 19, 2019 10:19 pm

1 min read

Assam’s Kangkan walks the ramp at Milan Fashion Show Men’s 2019

মিলান ফেশ্বন শ্ব’ৰ ৰেম্পত কংকণ।

1k
VIEWS
Share on FacebookShare on Twitter

বিশ্বপ্ৰসিদ্ধ মিলান ফেশ্বন শ্ব’ৰ ৰেম্পত খোজ দিছে অসমৰ যুৱক কংকণ ৰাভাই।

১৯ বছৰীয়া কংকণ গুৱাহাটীৰ আইকন একাদেমিৰ ছাত্ৰ।

যোৱা ১৪ৰ পৰা ১৭ জুনলৈ অনুষ্ঠিত মিলান ফেশ্বন ৱীক, ২০১৯ত প্ৰসিদ্ধ ডিজাইনাৰসকলে ‘মে’ড ইন ইটালি’ ডিজাইন প্ৰদৰ্শন কৰিছিল।

অসমৰ যুৱক কংকণে লাভ কৰা এই সুযোগ নিঃসন্দেহে এক বৃহৎ সাফল্য, কাৰণ মিলানক বিশ্বৰ চাৰিখন ফেশ্বন ৰাজধানীৰ এখন বুলি ধৰা হয়। মিলানৰ ফেশ্বন পুঁজিয়ে বছৰি ২০ বিলিয়নত ইউৰ’তকৈয়ো অধিক আয় কৰে।

“ইয়াতকৈ আৰু ভাল আৰম্ভণি বিচাৰিব নোৱাৰি। @zegnaofficial বেনাৰৰ সৈতে। আপোনালোকৰ শ্ব’ত অভিষেকৰ সুযোগ দিয়া বাবে অশেষ ধন্যবাদ,” আনন্দিত কংকণৰ মন্তব্য।

View this post on Instagram

Couldn’t ask for a better start. ?? With the banger, @zegnaofficial Thank you so much for letting debut at your show #ZegnaSS20! A big Thank you to @arqa_cast ❤️ @alessandrosartoriofficial @julieragolia and my agencies @theclawmodels @feat.cast #featcast #theclawmodels #ZegnaXXX

A post shared by @ kangkanrabha on Jun 14, 2019 at 10:32pm PDT

কংকণে মিলানৰ বিখ্যাত ফেশ্বন হাউচ জেগ্নাৰ হৈ ৰেম্পত খোজ কাঢ়িছিল।

১৯১০ চনত প্ৰতিষ্ঠিত জেগ্নাই পুৰুষৰ পৰিচ্ছদ তৈয়াৰ কৰে, আৰু ই আয়ৰ ফালৰ পৰা পৃথিৱীৰ সৰ্ববৃহৎ পুৰুষ পৰিচ্ছদ ব্ৰেণ্ড।

পেচাদাৰী মডেলিঙৰ উপৰি কংকণে কণ্টেণ্ট ক্ৰিয়েটৰ, ভিজুৱেল আৰ্টিষ্ট, ফট’গ্ৰাফি আৰু স্তাইলিঙৰো কাম কৰে।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd