• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰতিশ্ৰুতিৰ এবছৰৰ পিছত ১০০জন কৰ্মচাৰীক খাদি বস্ত্ৰ প্ৰদান; খাদি ব’ৰ্ডৰ দুৰৱস্থাৰ প্ৰসংগই নুলিয়ালে মুখ্য মন্ত্ৰীয়ে

by
October 2, 2018 10:05 pm
CM gifts Khadi clothes 1
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

খাদিক জনপ্ৰিয় কৰাৰ বাবে অসম চৰকাৰে ঘোষণা কৰা ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলক খাদি বস্ত্ৰ উপহাৰ প্ৰদান কাৰ্যসূচী আজি শুভৰাম্ভ কৰা হয়। এই উপলক্ষে অসম খাদি আৰু গ্ৰামোদ্যোগ ব’ৰ্ডৰ কাৰ্যালয়ত আয়োজিত গান্ধী জয়ন্তী অনুষ্ঠানত মুখ্য মন্ত্ৰীৰ হাতৰ পৰা ৰাজ্য চৰকাৰৰ ১০০ গৰাকী কৰ্মচাৰীয়ে খাদি বস্ত্ৰৰ উপহাৰ গ্ৰহণ কৰে।

উক্ত অনুষ্ঠানত মুখ্য মন্ত্ৰীয়ে তেওঁৰ ভাষনত মহাত্মা গান্ধীৰ আদৰ্শক সাৰোগত কৰি উন্নত মানৰ খাদি সামগ্ৰী প্ৰস্তুত কৰি খাদি আৰু গ্ৰামদ্যোগ বৰ্ডক অধিক পেচাদাৰী মানসিকতাৰে কাম কৰাৰ আহ্বান জনায়। কিন্তু মুখ্য মন্ত্ৰীৰ ভাষণত প্ৰতিষ্ঠানটোক আগবঢ়াই নিয়াৰ কোনো বাস্তৱসন্মত ব্যৱস্থাৰ কথা শুনা নগ’ল।

Apply Now

কেৱল চমক সৃষ্টিকাৰী ঘোষণা তথা কাৰ্যসূচীতে সীমাবদ্ধ থকা ৰাজ্য চৰকাৰখনে খাদি বিভাগটোৰ সমস্যাৰ প্ৰতিও আওকনীয়া মনোভাৱহে গ্ৰহণ কৰি অহা পৰিলক্ষিত হৈছে।

লগতে পঢ়ক অসম চৰকাৰে বহিঃৰাজ্যৰ পৰা আনি কৰ্মচাৰীক পিন্ধাব ‘খাদি বস্ত্ৰ’।

কিয়নো যি সময়ত অসম চৰকাৰে খাদিক জনপ্ৰিয়কৰণৰ কথা কৈ আছে সেই সময়ত অসম চৰকাৰৰ অধীনস্থ অসম খাদি আৰু গ্ৰামোদ্যোগ ব’ৰ্ডৰ ৮৭০ টা মঞ্জুৰীকৃত পদৰ বিপৰীতে ৫৪৬ টা পদেই খালি হৈ আছে। তদুপৰি ব’ৰ্ডৰ কৰ্মচাৰীসকলে সপ্তম দৰমহা আয়োগৰ নীতি অনুসৰি পাব লগা দৰমহা লাভ কৰা নাই।

ইপিনে, খাদি কাপোৰ তৈয়াৰৰ কামত নিয়োজিত থকা শিপিনি সকলে অতি কম পৰিমানৰ পাৰিশ্ৰমিকৰ বাবত কাপোৰ তৈয়াৰ কৰি আছে। দীৰ্ঘদিন ধৰি শিপিনিসকলে তেওঁলোকৰ মজুৰি বৃদ্ধিৰ বাবে বাৰম্বাৰ দাবী উত্থাপন কৰি আহিছে যদিও সেয়া হৈ উঠা নাই।

ইয়াৰ উপৰিও, ২০১৪ চনৰে পৰা অসম চৰকাৰৰ এই প্ৰতিস্থানটোৰ পৰা অৱসৰ লোৱা কৰ্মাচাৰীসকলে লাভ কৰা নাই অৱসৰৰ বানচ। তেওঁলোকক সৰ্বমুঠ ১৭ কোটি টকাৰ অৱসৰ বানচ আদায় দিবলৈ বাকী আছে অসম চৰকাৰৰ।

অৱশ্যে, অৱসৰ বানচ আৰু সপ্তম দৰমহা আয়োগ অনুসৰি দৰমহা প্ৰদানৰ বিষয় দুটা অসম চৰকাৰে গুৰুত্ব সহকাৰে লোৱা বুলি আজিৰ অনুষ্ঠানত উপস্থিত থকা বিভাগীয় মন্ত্ৰী ৰঞ্জিত দত্তই ভাষণত প্ৰকাশ কৰে যদিও এইয়া কেতিয়ালৈ বাস্তৱায়িত কৰা হ’ব তাৰ কোনো স্পষ্ট সময় তেওঁ প্ৰকাশ নকৰিলে।

এতিয়া কেৱল খাদী কাপোৰ উপহাৰ দিয়াৰ দৰে কাৰ্যসূচীতে আবদ্ধ নাথাকি বিভিন্ন সমস্যাৰে জৰ্জৰিত অসম চৰকাৰৰ অধীনৰ খাদি আৰু গ্ৰামোদ্যোগ ব’ৰ্ডৰ প্ৰকৃত সমস্যা সমহু আঁতৰ কৰাত চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া সময়েহে ক’ব। 

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

August 12, 2026 9:25 pm
বিশ্বকাপত পৰাজয়ৰ দুখ পাতলাই গাত মাহ হালধী সানিলে ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‎

বিশ্বকাপত পৰাজয়ৰ দুখ পাতলাই গাত মাহ হালধী সানিলে ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‎

August 12, 2026 8:12 pm
আদিত চন্দ্ৰ ৰাভাক জামিন প্ৰদানত ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ সন্তুষ্টি

আদিত চন্দ্ৰ ৰাভাক জামিন প্ৰদানত ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ সন্তুষ্টি

August 12, 2026 7:43 pm
নিষিদ্ধ হ’ল পুনৰ ব্যৱহাৰৰ অযোগ্য প্লাষ্টিক : ইটানগৰ পৌৰ সভাৰ ডাঙৰ সিদ্ধান্ত

নিষিদ্ধ হ’ল পুনৰ ব্যৱহাৰৰ অযোগ্য প্লাষ্টিক : ইটানগৰ পৌৰ সভাৰ ডাঙৰ সিদ্ধান্ত

August 12, 2026 7:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

August 12, 2026 9:25 pm
বিশ্বকাপত পৰাজয়ৰ দুখ পাতলাই গাত মাহ হালধী সানিলে ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‎

বিশ্বকাপত পৰাজয়ৰ দুখ পাতলাই গাত মাহ হালধী সানিলে ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‎

August 12, 2026 8:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd