• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম বিজ্ঞান-প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ অবিবেচক কাণ্ডত ক্ষুদ্ধ ছাত্ৰ ছাত্ৰীৰ অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট

ফাৰ্মাচিউটিকেলৰ পৰীক্ষা অনুষ্ঠিত নহয় বুলি কৈয়ো হঠাৎ অনুষ্ঠিত কৰাৰ জাননীত ক্ষুদ্ধ ৪ শতাধিক ছাত্ৰ-ছাত্ৰী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 18, 2020 9:05 pm
aa Student Protest
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম বিজ্ঞান-প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ অবিবেচক কাণ্ডত ক্ষুদ্ধ ছাত্ৰ ছাত্ৰীয়ে আজি পুৱাৰে পৰা অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে। বৰ্তমানো বিশ্ব-বিদ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘটৰ কাৰ্য্যসূচী ৰূপায়ণ কৰি আছে ছাত্ৰ-ছাত্ৰীসকলে।

বিশ্ববিদ্যালয়খনৰ ফাৰ্মাচিউটিকেলৰ পৰীক্ষা অনুষ্ঠিত নহয় বুলি কৈয়ো হঠাৎ অনুষ্ঠিত কৰাৰ জাননীত ক্ষুদ্ধিত হৈ পৰিছে বিভাগটোত অধ্যয়নৰতঃ ৪ শতাধিক ছাত্ৰ-ছাত্ৰী।

Apply Now

অহা ২১ ডিচেম্বৰৰ পৰা হঠাৎ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ বিশ্ববিদ্যালয়খনে সিদ্ধান্ত লোৱাত অস্বস্তিত পৰা ছাত্ৰ-ছাত্ৰীসকলে এই সিদ্ধান্ত বাতিল নকৰা পৰ্য্যন্ত তেওঁলোকৰ প্ৰতিবাদ চলাই নিব বুলি উল্লেখ কৰিছে।

এই সন্দৰ্ভত বিশ্ববিদ্যালখনত অধ্যয়ণৰতঃ অনুৰাগ শৰ্মা নামৰ ছাত্ৰজনে কয় ‘আছাম চাইন্স এণ্ড টেকন’ল’জিৰ ফালৰ পৰা যোৱা ১০ জুলাইত এখন জাননী আহিছিল যে যিহেতু কোভিড পৰিস্থিতি চলি আছে গতিকে সকলোকে চেমিষ্টাৰসমূহৰ পৰা উত্তীৰ্ণ কৰাই দিয়া হ’ব। পূৰ্বৰ চেমিষ্টাৰৰ পৰা ৫০ শতাংশ নম্বৰ লোৱা হ’ব বুলি কোৱা হৈছিল। আৰু ৫০ শতাংশ চলি থকা বৰ্ষৰ পৰা লোৱা হ’ব।

‘কিন্তু আগষ্ট জাননী আহিল যে নৱেম্বৰ মাহত পৰীক্ষা অনুষ্ঠিত হ’ব। কিন্তু নৱেম্বৰত পৰীক্ষা অনুষ্ঠিত নহ’ল। কিন্তু হঠাৎ ৬ ডিচেম্বৰত এক জাননী আহিল যে ২১ ডিচেম্বৰৰ পৰা পৰীক্ষা অনুষ্ঠিত হ’ব।‘ পৰীক্ষা অনুষ্ঠিত কৰাৰ ১৫ দিন পূৰ্বে কিয় জাননী জাৰি কৰা হ’ল বুলি প্ৰশ্ন কৰি শৰ্মাই এইদৰে কয়।

তেওঁ আৰু কয় ‘এতিয়া ছাত্ৰ-ছাত্ৰীসকলৰ নতুন চেমিষ্টাৰ চলি আছে কিয়নো তেওঁলোকক উত্তীৰ্ণ কৰি দিয়া হৈছিল বুলি কোৱা হৈছিল। কিন্তু পূৰ্বৰ চেমিষ্টাৰৰ কোনো পাঠ্যক্ৰম ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়ন কৰা নাই। সেয়েহে নিশ্চয়কৈ আমি পৰীক্ষাত অৱতীৰ্ণ হোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছো।‘

আনহাতে, চিন্ময় কৌশিক নামৰ আন এগৰাকী ছাত্ৰই এই সন্দৰ্ভত কয় ‘যিহেতু কোভিডৰ ভয়াবহতাৰ বাবে হোষ্টেলসমূহ বন্ধ আছিল আৰু প্ৰায়সমূহ ছাত্ৰ-ছাত্ৰীয়ে হোষ্টেলত থাকি পঢ়া-শুনা কৰে। যোৱা ১৫ ডিচেম্বৰৰ পৰাহে হোষ্টেল মুকলি হৈছে গতিকে ৫ দিনৰ ভিতৰত কেনেকৈ আমাৰ পাঠ্যক্ৰম পঢ়ি সম্পূৰ্ণ কৰিম?’

সেয়েহে অনতি পলমে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি চিন্তা কৰি এই সিদ্ধান্ত বাতিল কৰি পুনৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ স্বাৰ্থত সিদ্ধান্ত গ্ৰহণৰ বাবে দাবী তোলে।

তেওঁলোকৰ দাবী মানি নোলোৱা পৰ্য্যন্ত অৱস্থান ধৰ্মঘটৰ কাৰ্য্যসূচী ৰূপায়ণ কৰি যোৱাৰ হুংকাৰ দিয়ে ৪ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী অগ্ৰগতি; গাহৰিৰ কিডনি লৈ ২৭১ দিন জীয়াই থাকিল এগৰাকী ব্যক্তি

চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী অগ্ৰগতি; গাহৰিৰ কিডনি লৈ ২৭১ দিন জীয়াই থাকিল এগৰাকী ব্যক্তি

September 4, 2026 2:49 pm
নিজৰ ভগ্নীকেই বিয়া কৰালে নেকি সাংসদ নিশিকান্ত ডুবেই? সাংবাদিকৰ প্ৰশ্নত স্পষ্ট উত্তৰ নিদি কথা সলালে বিজেপি সাংসদগৰাকীয়ে

নিজৰ ভগ্নীকেই বিয়া কৰালে নেকি সাংসদ নিশিকান্ত ডুবেই? সাংবাদিকৰ প্ৰশ্নত স্পষ্ট উত্তৰ নিদি কথা সলালে বিজেপি সাংসদগৰাকীয়ে

September 4, 2026 2:46 pm
ইছৰোৰ বৃহৎ সফলতা! ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হ’ল আন এক ঐতিহাসিক কৃতিত্ব

ইছৰোৰ বৃহৎ সফলতা! ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হ’ল আন এক ঐতিহাসিক কৃতিত্ব

September 4, 2026 1:12 pm
পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

September 4, 2026 12:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী অগ্ৰগতি; গাহৰিৰ কিডনি লৈ ২৭১ দিন জীয়াই থাকিল এগৰাকী ব্যক্তি

চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী অগ্ৰগতি; গাহৰিৰ কিডনি লৈ ২৭১ দিন জীয়াই থাকিল এগৰাকী ব্যক্তি

September 4, 2026 2:49 pm
নিজৰ ভগ্নীকেই বিয়া কৰালে নেকি সাংসদ নিশিকান্ত ডুবেই? সাংবাদিকৰ প্ৰশ্নত স্পষ্ট উত্তৰ নিদি কথা সলালে বিজেপি সাংসদগৰাকীয়ে

নিজৰ ভগ্নীকেই বিয়া কৰালে নেকি সাংসদ নিশিকান্ত ডুবেই? সাংবাদিকৰ প্ৰশ্নত স্পষ্ট উত্তৰ নিদি কথা সলালে বিজেপি সাংসদগৰাকীয়ে

September 4, 2026 2:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd