DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, March 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ইউক্ৰেইনত পুনৰ ৰাছিয়াৰ মিছাইল আক্ৰমণ; নিহত কমেও ১১ জন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 27, 2023 8:14 am
86
VIEWS
Share on FacebookShare on Twitter

ৰাছিয়াই আকৌ এবাৰ ইউক্ৰেইনৰ ওপৰত ব্যাপক মিছাইল আক্ৰমণ চলাইছে। ইউক্ৰেইনে দাবী কৰিছে যে এই আক্ৰমণৰ ঘটনাত কমেও ১১ জন নিহত আৰু আন ১১ জন লোক আহত হৈছে।

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু জাৰ্মানীয়ে ইউক্ৰেইনক টেংক দিব বুলি ঘোষণা কৰাৰ পিছতে বৃহস্পতিবাৰে ইউক্ৰেইনৰ শক্তি আন্তঃগাঁথনিক লক্ষ্য কৰি আক্ৰমণবোৰ চলোৱা বুলি কোৱা হৈছে।

ইউক্ৰেইনৰ সামৰিক বাহিনীয়ে কয় যে ৰাছিয়াই এদিনতে কিয়েভ আৰু বাখমুটকে ধৰি চহৰসমূহত মুঠ ৫৫ টা মিছাইল নিক্ষেপ কৰিছে। তেওঁলোকে দাবী কৰিছে যে তেওঁলোকে ইয়াৰে ৪৭ টা মিছাইল ধ্বংস কৰিছে। ওডেছাত বিদ্যুৎ আন্তঃগাঁথনিৰ ওপৰতো আক্ৰমণ চলোৱা হৈছে।

ইউক্ৰেইনৰ জৰুৰীকালীন বিভাগে জনায় যে আক্ৰমণত আৰু ১১ জন লোক আহত হৈছে। ৰাজধানী কিয়েভত মিছাইলৰ টুকুৰাৰ খুন্দাত এজন ৫৫ বছৰীয়া ব্যক্তি নিহত হয়। মিছাইলটো দেশৰ আকাশ প্ৰতিৰক্ষা প্ৰণালীৰ দ্বাৰা ধ্বংস কৰা হয়।

ইপিনে, ইউক্ৰেইনৰ সেনাসকলে দাবী কৰে যে বৃহস্পতিবাৰে নিশা ৰাছিয়াৰ সেনাই আৰম্ভ কৰা ড্ৰোন আক্ৰমণৰ সময়ত ২৪ টা ড্ৰোন গুলীয়াই ভূপতিত কৰা হৈছে। ইয়াৰ ভিতৰত, কিয়েভ আৰু ইয়াৰ চাৰিওফালৰ এলেকাত ১৫ টা ড্ৰোন ভূপতিত কৰা হৈছে। অৱশ্যে এই আক্ৰমণবোৰত বিশেষ ক্ষতি হোৱা নাই।

Recent News

সন্ধান নাই বিকাশ আৰু জিণ্টুৰ : আলফালৈ যোৱাৰ সন্দেহ প্ৰকাশ পৰিয়ালৰ

সন্ধান নাই বিকাশ আৰু জিণ্টুৰ : আলফালৈ যোৱাৰ সন্দেহ প্ৰকাশ পৰিয়ালৰ

‘কুষ্ঠ আক্ৰান্ত যৌনকৰ্মী’ বুলি মাধুৰী দীক্ষিতক অপমান : আইনৰ সহায় ললে মিথুনে

‘কুষ্ঠ আক্ৰান্ত যৌনকৰ্মী’ বুলি মাধুৰী দীক্ষিতক অপমান : আইনৰ সহায় ললে মিথুনে

স্বমেহন : হঠাৎ দীৰ্ঘদিনীয়া অভ্যাস এৰি দিলেও হ’ব পাৰে বিপদ

স্বমেহন : হঠাৎ দীৰ্ঘদিনীয়া অভ্যাস এৰি দিলেও হ’ব পাৰে বিপদ

বৰ্তমানৰ প্ৰেক্ষাপটত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা ৰাইজৰ দলৰ

বৰ্তমানৰ প্ৰেক্ষাপটত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা ৰাইজৰ দলৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd