• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাসায়নিক কাৰখানাত ভয়াবহ বিস্ফোৰণ; ১৭ জনৰ মৃত্যু, আহত কমেও ৪০ জন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 22, 2024 9:43 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অন্ধ্ৰ প্ৰদেশত সংঘটিত বিস্ফোৰণ কাণ্ডত মৃতকৰ সংখ্যা ক্ৰমে বৃদ্ধি পাইছে। বুধবাৰে অন্ধ্ৰ প্ৰদেশৰ আনকাপল্লীৰ এটা ৰাসায়নিক কাৰখানাত সংঘটিত বিস্ফোৰণত মৃত্যু হোৱা লোকৰ সংখ্যা ১৭ জনলৈ বৃদ্ধি পাইছে। স্থানীয় বিষয়াসকলে এই কথা সদৰী কৰিছে।

জিলা উপায়ুক্ত বিজয়া কৃষ্ণনে জনোৱা মতে, আনকাপল্লী জিলাৰ আচুথাপুৰমৰ এচিন্টিয়া এডভান্সড চাইন্স প্ৰাইভেট লিমিটেডত বুধবাৰে দুপৰীয়া প্ৰায় ২:৩০ বজাত এক বিস্ফোৰণ সংঘটিত হয়।

তেওঁ জনায়, ‘ফেক্টৰীটোত দুটা শ্বিফটত ৩৮১ জন শ্ৰমিকে কাম কৰে। দুপৰীয়াৰ আশে-পাশে হঠাতে বিস্ফোৰণটো সংঘটিত হয়। সেয়ে কৰ্মচাৰীৰ উপস্থিতি কম আছিল।‘ জিলা উপায়ুক্তগৰাকীয়ে বিদ্যুতৰ বিজুতিৰ বাবেই বিস্ফোৰণ সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰে।

Apply Now

লগতে পঢ়কঃ নাৰী নিৰ্যাতনত অভিযুক্ত দেশৰ ১৫১গৰাকী সাংসদ-বিধায়ক; ১৬গৰাকীৰ বিৰুদ্ধে আছে ধৰ্ষণৰ গোচৰ

শেহতীয়া খবৰ অনুসৰি, বিস্ফোৰণত কমেও ৪০ জন লোক আহত হয় আৰু তেওঁলোকক চিকিৎসাৰ বাবে আনাকাপল্লী আৰু আচুথাপুৰমৰ বিভিন্ন চিকিৎসালয়লৈ স্থানান্তৰিত হয়। উদ্ধাৰ কামৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ ৬ খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত মোতায়েন কৰা হয়। অৱশ্যে আহত আৰু মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে।

সংবাদ মাধ্যমৰ আগত জিলা উপায়ুক্তগৰাকীয়ে কয় যে ইউনিটটোত আবদ্ধ হৈ থকা ১৩ জন লোকক উদ্ধাৰ কৰা হৈছে। অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে। এক প্ৰেছ বিজ্ঞপ্তিত মুখ্যমন্ত্ৰীয়ে চৰকাৰ মৃত শ্ৰমিকসকলৰ পৰিয়ালৰ কাষত থকাৰ আশ্বাস দিয়ে।

লগতে পঢ়কঃ খেলৰ মাজতে খেলপথাৰৰ কোণত প্ৰস্ৰাৱ কৰি আছিল ফুটবলাৰে! ৰঙা কাৰ্ড দেখুৱালে ৰেফাৰীয়ে (চাওক ভিডিঅ’)

বিস্ফোৰণ সংঘটিত হোৱা কাৰখানাটোৰ নাম এচেন্সিয়া এডভান্সড চাইন্সেছ। ২০০ কোটি টকাৰ বিনিয়োগেৰে ২০১৯ চনৰ এপ্ৰিল মাহত ইয়াৰ উৎপাদন আৰম্ভ হয়। অন্ধ্ৰ প্ৰদেশ ঔদ্যোগিক আন্তঃগাঁথনি নিগমৰ (এপিআইআইচি) বহু উৎপাদন বিশেষ অৰ্থনৈতিক মণ্ডল (এছইজেড)ৰ ৪০ একৰ চৌহদত অৱস্থিত কাৰাখানটো। যোৱা বছৰ আনকাপল্লী জিলাৰ চাহিত্যি ফাৰ্মাৰ এটা ইউনিটৰ ছলভেণ্ট ৰিয়েক্টৰত সংঘটিত অনুৰূপ বিস্ফোৰণত দুজন নিহত আৰু ৫জন আহত হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাত্ৰ তিনিটা শব্দ লিখক আৰু বিনামূল্যে লাভ কৰক আইফোন ১৮

মাত্ৰ তিনিটা শব্দ লিখক আৰু বিনামূল্যে লাভ কৰক আইফোন ১৮

September 19, 2026 1:30 pm
দিল্লী বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয়সমূহৰ নিৰ্বাচনত উৰিল এবিভিপিৰ বিজয় নিচান : ফলাফলত শোচনীয় অৱস্থা বাওঁপন্থীৰ

দিল্লী বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয়সমূহৰ নিৰ্বাচনত উৰিল এবিভিপিৰ বিজয় নিচান : ফলাফলত শোচনীয় অৱস্থা বাওঁপন্থীৰ

September 19, 2026 1:21 pm
বাতৰি অপছন্দ, সাংবাদিকক হোৱাইট হাউছত প্ৰৱেশত নিষেধাজ্ঞা ট্ৰাম্পৰ; তালিকাত চিএনএন, আৰু কাৰ নাম?

বাতৰি অপছন্দ, সাংবাদিকক হোৱাইট হাউছত প্ৰৱেশত নিষেধাজ্ঞা ট্ৰাম্পৰ; তালিকাত চিএনএন, আৰু কাৰ নাম?

September 19, 2026 12:27 pm
“মহিলাই চিলিণ্ডাৰ দাঙিব নোৱাৰে বুলি ভাৱে নেকি?’’; লিংগ বৈষম্যৰ বিৰুদ্ধে সৰৱ উচ্চতম ন্যায়ালয়, ইণ্ডিয়ান অইলক ১২ লাখ টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশ

“মহিলাই চিলিণ্ডাৰ দাঙিব নোৱাৰে বুলি ভাৱে নেকি?’’; লিংগ বৈষম্যৰ বিৰুদ্ধে সৰৱ উচ্চতম ন্যায়ালয়, ইণ্ডিয়ান অইলক ১২ লাখ টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশ

September 19, 2026 12:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাত্ৰ তিনিটা শব্দ লিখক আৰু বিনামূল্যে লাভ কৰক আইফোন ১৮

মাত্ৰ তিনিটা শব্দ লিখক আৰু বিনামূল্যে লাভ কৰক আইফোন ১৮

September 19, 2026 1:30 pm
দিল্লী বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয়সমূহৰ নিৰ্বাচনত উৰিল এবিভিপিৰ বিজয় নিচান : ফলাফলত শোচনীয় অৱস্থা বাওঁপন্থীৰ

দিল্লী বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয়সমূহৰ নিৰ্বাচনত উৰিল এবিভিপিৰ বিজয় নিচান : ফলাফলত শোচনীয় অৱস্থা বাওঁপন্থীৰ

September 19, 2026 1:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd